DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৃষিভূমিত উদ্যোগ স্থাপনৰ প্ৰস্তুতি বনিক গোষ্ঠীৰ : ঘাঁহীত কৃষক মুক্তিৰ উত্তাল প্ৰতিবাদ

মিণ্টু দাস by মিণ্টু দাস
September 13, 2018 7:48 pm
KMSS protest at Ghahi.Photo

কৃষিভূমি উদ্যোগৰ বাবে ব্যৱহাৰ নকৰাৰ দাবীত নগাঁৱৰ ঘাঁহীত কৃষক মুক্তিৰ প্ৰতিবাদ। ফটো : নৰ্থইষ্ট নাও

255
VIEWS
Share on FacebookShare on Twitter

নগাঁৱৰ ঘাঁহীৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বৃহস্পতিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ঘাঁহী আঞ্চলিক সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতি ঘাঁহী আঞ্চলিক সমিতিয়ে ঘাঁহী চাৰিলেন যুক্ত ৰাজপথ বিজেপি, আৰ এছ এছ, বণিয়া গোষ্ঠী মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে।কৃষিভূমি, অনা কৃষি কাৰ্যত ব্যৱহাৰ নকৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে ঘাঁহী আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

উল্লেখযোগ্য যে, বিগত কেইবছৰমানৰ পূৰ্বে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ৫০০০ হাজাৰ বিঘা কৃষিভূমি কৃষক ৰাইজৰ পৰা ক্ৰয় কৰিছিল নগাঁৱৰ কেইবাটাও বণিক গোষ্ঠীয়ে। কৃষি ভূমি ক্ৰয় কৰা সময়ত প্ৰতিশ্ৰুতি দিছিলে যে সেই মাটি কৃষিকাৰ্যত ব্যৱহৃত হ’ব। কিন্তু সেই প্ৰতিশ্ৰুতি নাৰাখি বৰ্তমান বণিক গোষ্ঠীয়ে সেই স্থানত উদ্যোগ নিৰ্মাণৰ বাবে প্ৰাৰম্ভিক পৰ্যায়ৰ কাম আৰম্ভ কৰিছে।

ইয়াৰ ফলত অঞ্চলটোৰ কৃষকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। যাৰ ফলশ্ৰুতিত বৃহস্পতিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

আনহাতে, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সংবাদ মাধ্যমৰ জৰিয়তে ৰাজহ বিভাগ তথা কৃষি বিভাগক সকীয়াই দিয়ে যে, যদি উক্ত কৃষিভূমিত উদ্যোগ স্থাপন হয় তেন্তে পৰবৰ্তী সময়ত তেওঁলোকে জংগী আন্দোলন গঢ়ি তুলিব।

ইপিনে প্ৰতিবাদ চলি থকাৰ মাজতে প্ৰতিবাদস্থলীত আৰক্ষী তথা অৰ্ধসামৰিক বাহিনী উপস্থিত হয়। পিছত প্ৰতিবাদস্থলীত উপস্থিত হোৱা ৰহা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগৰ মন্ত্ৰীলৈ প্ৰতিবাদকাৰীসকলে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Recent News

Trans Couple birth Baby

ইতিহাস! দেশত প্ৰথমবাৰৰ বাবে সন্তান জন্ম দিলে ট্ৰান্সজেণ্ডাৰ দম্পতীয়ে

US on India Approach On Russian Oil

কূটনৈতিক বিজয়! ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ত আপত্তি নাই আমেৰিকাৰ

Earthquake in Turkey Syria

মৃত্যু উপত্যকাত পৰিণত তুৰস্ক-ছিৰিয়া: ভূমিকম্পত নিহতৰ সংখ্যা ১৫ হাজাৰলৈ বৃদ্ধি

Deaths In Police Custody

দেশত পাঁচ বছৰত আৰক্ষীৰ জিম্মাত মৃত্যু ৬৬৯ গৰাকীৰ: সংসদত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীৰ তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd