• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মগজুৰ বাবে ক্ষতিকাৰক এই ৬ টা খাদ্যৰ বিষয়ে জানি থওক আজিয়েই…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 6, 2025 7:30 am
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমি সকলোৱে আমাৰ স্মৃতিশক্তি আৰু মনোযোগৰ ক্ষমতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰোঁ। কিন্তু আপুনি জানেনে যে আমি প্ৰতিদিনে খোৱা কিছুমান খাদ্যই আমাৰ মগজুৰ শক্তিক নীৰৱে দুৰ্বল কৰি পেলায়? কিছুমান খাদ্য আমাৰ মগজুৰ স্বাস্থ্যৰ বাবে অত্যন্ত বেয়া। আপুনি আপোনাৰ প্লেটত কি ৰাখে সেইবোৰৰ প্ৰতি মনোযোগ দিয়াৰ সময় আহি পৰিছে, কাৰণ ইয়াৰ প্ৰভাৱ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগবোৰত গভীৰভাৱে পৰে। জানো আহক কোনবোৰ খাদ্যই মগজুৰ ক্ষতি কৰে?

১/ চেনিযুক্ত পানীয়

Apply Now

শীতল পানীয়ৰ পৰা এনাৰ্জি ড্ৰিংকলৈকে চেনিযুক্ত পানীয় এটা ডাঙৰ চিন্তাৰ বিষয়। এই পানীয়বোৰৰ ফলত তেজৰ চেনিৰ পৰিমাণ দ্ৰুতগতিত বৃদ্ধি পায়, যাৰ ফলত প্ৰদাহ আৰু ইনচুলিন প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। যি দুয়োটা মগজুৰ ক্ষমতা হ্ৰাস আৰু এলঝেইমাৰ ৰোগৰ সম্ভাৱনা বৃদ্ধিৰ সৈতে জড়িত। এইবোৰে আপোনাক পুষ্টিকৰ খাদ্যৰ পৰা আঁতৰাই ৰাখে। যিয়ে মগজুক প্ৰয়োজনীয় ইন্ধনৰ পৰা বঞ্চিত কৰে।

২) প্ৰছেছদ ফুড

অস্বাস্থ্যকৰ চৰ্বি, অতিৰিক্ত ছডিয়াম, কৃত্ৰিম যোগকৰণ, আৰু সংৰক্ষক পদাৰ্থৰে ভৰপূৰ এনে খাদ্যই মগজুৰ বাবে অতি কম পুষ্টি প্ৰদান কৰে। বহুতো প্ৰচেছড খাদ্য আৰু ভজা খাদ্যত পোৱা ট্ৰেন্স ফেটে মগজুৰ কাৰ্য্যক্ষমতা বিকৃত কৰে আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি কৰে। কৃত্ৰিম উপাদানেও মগজুৰ ৰসায়ন বিজ্ঞানৰ সুক্ষ্ম ভাৰসাম্য বিঘ্নিত কৰে।

৩/ পৰিশোধিত কাৰ্বহাইড্ৰেট

বগা ৰুটি, পাস্তা, পেষ্ট্ৰিৰ কথা ভাবি চাওক। এই পৰিশোধিত কাৰ্বহাইড্ৰেটবোৰ সোনকালে ভাঙি গ্লুক’জলৈ পৰিণত হয়, যাৰ ফলত চেনিযুক্ত পানীয়ৰ দৰেই তেজৰ চেনিৰ মাত্ৰা বৃদ্ধি পায়। যদিও এইবোৰে আপোনাক সাময়িকভাৱে শক্তি বৃদ্ধি কৰে, পিছলৈ শক্তিৰ বিকলতাই আপোনাক ক্লান্ত কৰি পেলাব পাৰে। ৰিফাইন কাৰ্বহাইড্ৰেটেৰে সমৃদ্ধ খাদ্যই ক্ৰমান্বয়ে ইনচুলিন প্ৰতিৰোধ ক্ষমতা আৰু প্ৰদাহ বৃদ্ধি কৰে, যাৰ ফলত মগজুৰ কাৰ্য্যত নেতিবাচক প্ৰভাৱ পৰে।

৪/ ভজা খাদ্য

খৰখৰীয়া আৰু ডিপ ফ্ৰাইড খাদ্য হয়তো প্ৰলোভনজনক হ’ব পাৰে, কিন্তু ইয়াত অস্বাস্থ্যকৰ চেচুৰেটেড আৰু ট্ৰেন্স ফেট থাকে। এই চৰ্বিয়ে প্ৰদাহ আৰু অক্সিডেটিভ ষ্ট্ৰেছৰ সৃষ্টি কৰিব পাৰে, যি দুয়োটা মগজুৰ কোষৰ বাবে ক্ষতিকাৰক। ভজা খাদ্য খালে মগজুৰ কাৰ্য্যক্ষমতা দুৰ্বল হৈ পৰে আৰু স্নায়ুৰ অৱক্ষয়ী ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।

৫) কৃত্ৰিম মিঠা দ্ৰব্য

চেনিৰ সলনি স্বাস্থ্যকৰ বিকল্প হিচাপে বজাৰত বিক্ৰী কৰা হয়। কিন্তু কৃত্ৰিম মিঠাই মগজুৰ স্বাস্থ্যৰ বাবে ইমান উপকাৰী নহ’বও পাৰে। কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে কৃত্ৰিম মিঠাই আন্ত্ৰিক মাইক্ৰ’বায়’মত ব্যাঘাত জন্মাব পাৰে, যাৰ ফলত মগজুৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে। এনে খাদ্যৰ লগত ষ্ট্ৰোক আৰু ডিমেনচিয়াৰ সম্ভাৱনাও বৃদ্ধি পোৱা বুলি ভবা হয় যদিও অধিক গৱেষণাৰ প্ৰয়োজন।

৬) অতি প্ৰচেছড মাংস

হট ডগ আৰু চচ্চেজৰ দৰে খাদ্যত ছডিয়াম, নাইট্ৰেট, চেচুৰেটেড ফেটৰ পৰিমাণ অধিক থাকে। এই পদাৰ্থবোৰে প্ৰদাহ আৰু উচ্চ ৰক্তচাপৰ সৃষ্টি কৰিব পাৰে, যি দুয়োটা মগজুৰ অৱক্ষয় আৰু ষ্ট্ৰোকৰ বাবে বিপদজনক কাৰক। ক্ষীণ, অপ্ৰক্ৰিয়াকৃত প্ৰটিনৰ উৎস বাছি লোৱাটো আপোনাৰ মগজুৰ বাবে যথেষ্ট উপকাৰী হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

June 9, 2026 7:00 am
ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

June 9, 2026 7:00 am
ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd