• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোবাইল ফোনত  নিয়মিতভাৱে ১০০ শতাংশ চাৰ্জ দিছে? কিমান ডাঙৰ ভুল কৰিছে জানেনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 18, 2025 7:34 am
50
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মোবাইল ফোন চাৰ্জিং কৰাৰ সময়ত কেইবাটাও সাৱধানতা আছে। আমাৰ বহুতেই হয়তো সেইবোৰৰ বিষয়ে নাজানে। সাধাৰণতে বহুতে সদায় মোবাইল ফোনটো ১০০ শতাংশ চাৰ্জ হোৱাৰ পিছতহে এডাপ্টাৰটো খুলি দিয়ে। কিন্তু এই প্ৰক্ৰিয়াটো মোবাইল ফোনটোৰ বেটাৰীৰ স্বাস্থ্যৰ বাবে বৰ ভাল নহয়। কিন্তু মোবাইল ফোনটোৰ বেটাৰী কিমান দিন চাৰ্জ কৰি ৰাখিব লাগে আপুনি সঠিকভাৱে জানেনে?

এটা মোবাইল ফোন ইমানেই অপৰিহাৰ্য ডিভাইচ যে আমি ইয়াক প্ৰায় ২৪ ঘন্টা ব্যৱহাৰ কৰিব লগা হয়। গতিকে ইয়াৰ বেটাৰী বেকআপৰ ক্ষেত্ৰতো বিশেষ যত্নৰ প্ৰয়োজন। কাৰণ যদি অলপ সময়ৰ পিছত বেটাৰীৰ বেকআপ শেষ হৈ যায়, তেন্তে আমি বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।

Apply Now

ৰাস্তাত আৰু বিভিন্ন গুৰুত্বপূৰ্ণ কামৰ বাবে সকলো সময়তে চাৰ্জ লোৱা সম্ভৱ নহয়। আকৌ বহুবাৰ সামান্য অসাৱধানতাৰ বাবে আমি বেটাৰীৰ পাৰফৰমেন্স নষ্ট কৰি পেলাওঁ। মোবাইল ফোন চাৰ্জ কৰাৰ পদ্ধতি সম্পৰ্কে কিছু সাৱধানতা জানি লোৱা যাওক।

মোবাইল ফোন ১০০ শতাংশ চাৰ্জ কৰা উচিত নে?

• আজিৰ আধুনিক স্মাৰ্টফোনত মোবাইলৰ বেটাৰী লিথিয়াম আয়নৰ দ্বাৰা নিৰ্মিত। এই আধুনিক প্ৰযুক্তিৰ বেটাৰীবোৰে সাধাৰণতে ৩০ৰ পৰা ৩৫ শতাংশ চাৰ্জ কৰিলেহে ভাল কাম কৰে। কিন্তু যদি আপুনি ইয়াক সদায় ১০০শতাংশ বা সম্পূৰ্ণ চাৰ্জ কৰে তেন্তে ই ডিভাইচটোৰ ক্ষতি কৰে।

• গৱেষকসকলে কয় যে লিথিয়াম-আয়ন বেটাৰীৰ আয়ুস ২ৰ পৰা ৩ বছৰ। অৰ্থাৎ এই সময়ছোৱাত ই অতি ভাল প্ৰদৰ্শন কৰে। আকৌ এটা আধুনিক স্মাৰ্টফোনৰ বেটাৰীত ৩০০ৰ পৰা ৫০০ চাৰ্জিং চাইকোল থাকে। অৰ্থাৎ যদি আপুনি বেটাৰীটো এবাৰ সম্পূৰ্ণৰূপে চাৰ্জ কৰে, অৰ্থাৎ ১০০ শতাংশ, তেন্তে এটা চাইকোল সম্পূৰ্ণ হ’ব। আৰু যদি আপুনি বেটাৰীটো ৩০০ৰ পৰা ৫০০ বাৰ সম্পূৰ্ণ চাৰ্জ কৰে, তেন্তে বেটাৰীৰ সকলো চাইকোল সম্পূৰ্ণ হ’ব। এনে পৰিস্থিতিত, পাৰফৰমেঞ্চ আৰু বেকআপ কিছু হ্ৰাস হ’ব পাৰে। আনকি, বেটাৰীটোও একে কাৰণতে সোনকালে বেয়া হৈ যায়।

সেয়েহে টেকনিচিয়ানসকলে পৰামৰ্শ দিয়ে যে যদি স্মাৰ্টফোনৰ বেটাৰী ৯০শতাংশ হয় তেন্তে চাৰ্জিঙৰ পৰা বিচ্ছিন্ন কৰিব লাগে। ইয়াৰ পৰা ৮০ৰ পৰা ৮৫ শতাংশৰ ভিতৰত চাৰ্জ লোৱাটোৱেই উত্তম। এইদৰে চাইকোলটো সম্পূৰ্ণ নহয় আৰু ডিভাইচটোৰ পাৰফৰমেঞ্চ বহুদিনলৈ ভাল হৈ থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

July 24, 2026 9:02 am
২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

July 24, 2026 8:33 am
মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

July 24, 2026 8:00 am
নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?

July 24, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

July 24, 2026 9:02 am
২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

July 24, 2026 8:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd