• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Jaundice: গ্ৰীষ্মকালত বহু লোকৰ জণ্ডিচ হয়; জণ্ডিচ নিৰাময়ৰ বাবে আহাৰৰ কি দৰে যত্ন ল’ব লাগে জানো আহক

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
August 10, 2022 9:36 am
209
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জণ্ডিচ আমাৰ সমাজত এক পৰিচিত শব্দ ৷ আধুনিক চিকিৎসা বিজ্ঞানৰ মতে জণ্ডিচ (যাক ইক্টেৰাচ/ Icterus বুলিও কোৱা হয় ) কোনো ৰোগ নহয় ৷ ই হৈছে আমাৰ শৰীৰত হোৱা বিভিন্ন ৰোগৰ এক লক্ষণ।

আধুনিক চিকিৎসা বিজ্ঞানে দিয়া “জণ্ডিচ”ৰ সংজ্ঞা হ’লঃ মানৱ শৰীৰৰ চাল (skin), শ্লেচমা  আৱৰণ ( mucous membrane ), চকুৰ বগা অংশ বা শ্ক্লেৰা ( sclera) আদিৰ হালধীয়া বৰণ হোৱা অৱস্থা ৷

Apply Now

মানৱ শৰীৰৰ তেজত থকা বিলিৰুবিন ( bilirubin ) নামৰ এবিধ ৰন্জক পদাৰ্থৰ অত্যাধিক হাৰত বৃদ্ধি পালে উপৰোক্ত স্থান সমূহ হালধীয়া অৱস্থা পায় ৷ সাধাৰণতে এই বিলুৰুবিন দুই প্ৰকাৰৰ হয়ঃ

Also read : Eye disease: চকুত সাধাৰণতে হোৱা ৰোগ সমূহ আৰু তাৰবাবে ল’বলগীয়া সাৱধানতাৰ বিষয়ে জানো আহক

১) আনকন্জুগেটেত বা ইনদাইৰেক্ট( unconjugated or  Indirect)

২) কন্জুগেটেত বা ডাইৰেক্ট ( conjugated or direct)

ভাৰতৰ দৰে গ্ৰীষ্মপ্ৰধান দেশত জণ্ডিছ (Jaundice) এটা সাধাৰণ ৰোগৰ দৰে হৈ পৰিছে। পৰ্যাপ্ত বিশ্ৰাম, ঔষধ আৰু সুষম আহাৰ এই ৰোগ নিৰাময়ৰ মূল মন্ত্ৰ।

চাওঁ আহক জণ্ডিছ ৰোগ সহজে নিৰাময় কৰিবলৈ আহাৰ গ্ৰহণৰ ক্ষেত্ৰত কেনেদৰে যত্ন ল’ব লাগে

১)আপুনি যথেষ্ট বিশুদ্ধ পানী সেৱন কৰক। যিমানে পানী সেৱন কৰিব সিমানেই অধিক মাত্ৰাত শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ হ’ব।

২)জণ্ডিছ হোৱাৰ ফলত লিভাৰ দুৰ্বল হৈ পৰে। ফলত পাচনতন্ত্ৰ আৰু পাচনক্ৰিয়া হ্ৰাস পাবলৈ ধৰে। গতিকে এই ৰোগত পৰাপক্ষত জুলীয়া আহাৰ গ্ৰহণ কৰা জৰুৰী।

৩)জণ্ডিছ ৰোগ সোনকালে উপশম হ’বলৈ আহাৰত চুপ আৰু বিভিন্ন ধৰণৰ কাঢ়া সেৱন কৰিব লাগে। পৰাপক্ষত গোটা আহাৰ বৰ্জন কৰিব।

৪) এই সময়ত ফলৰ ৰসো সেৱন কৰিব পাৰে। যিমানেই সহজে হজম হোৱা খাদ্য গ্ৰহণ কৰিব সিমান সোনকালে জণ্ডিছ ৰোগৰ উপশম ঘটিব। জণ্ডিছ ৰোগত নেমুৰ ৰস খাবলৈ দিয়াটো বহুতৰ ঘৰতে এটা পৰম্পৰা হিচাপেই গণ্য কৰা হয়।

Also read : কেঁচা অমিতাৰ ঔষধি গুণ সমূহ জানেনে?

৫)জণ্ডিছ হৈ থকাৰ সময়ত বহুলোকে মাংসৰ পৰা পোৱা প্ৰ’টিন হজম কৰিব নোৱাৰে। কন্তু প্ৰ’টিন শৰীৰৰ বাবে অত্যন্ত প্ৰয়োজনীয় এটা উপাদান। এনে ক্ষেত্ৰত অধিক পৰিমাণে দাইল আৰু মাহ জাতীয় খাদ্য খাওক। ডাঠ দাইলৰ পৰিৱৰ্তে পাতলকৈ ৰান্ধি এবাটিকৈ নিয়মিত খাবলৈ লওক।A

Also read : Internet addiction: বহু সময় ব্যস্ত থাকে নেকি ইণ্টাৰনেটত? অতিপাত ইণ্টাৰনেট ব্যৱহাৰো এক মানসিক বিসংগতি, জানেনে?

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

October 14, 2026 9:30 am
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am
উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

October 14, 2026 6:30 am
বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

October 14, 2026 9:30 am
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd