• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ডিছপেনিয়া: অলপতে হেপাই-ফেপাই গৈছে! এই ৰোগৰ কাৰণ জানিলে শিঁয়ৰি উঠিব…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 26, 2024 3:02 pm
প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আপুনি অলপতে হেপাই-ফেপাই গৈছে নেকি? অলপ খোজ কাঢ়িলে বা চিৰি বগালে উশাহ লোৱাত কষ্ট পাইছে? শৰীৰ অত্যধিক ঘামি গৈছে? উশাহ লওঁতে হুমুনিয়াহ কাঢ়িব লগা হৈছে? আপোনাৰ শৰীৰত কি ৰোগে বাহ লৈছে জানি লওক!

চিকিৎসা বিজ্ঞানৰ ভাষাত এই ৰোগৰ নাম হ’ল ডিছপেনিয়া(Dyspnea), সাধাৰণ ভাষাত ইয়াক উশাহ-নিশাহৰ কষ্ট (শ্বৰ্টনেছ অফ ব্ৰেথ) বুলি কোৱা হয়। এই ৰোগৰ আঁৰত বিভিন্ন কাৰণ আছে। দৈনন্দিন জীৱনৰ চাপত শৰীৰ আৰু স্বাস্থ্যৰ যত্ন লোৱাটো এক প্ৰকাৰ প্ৰত্যাহ্বান হৈ পৰিছে। কোৱা হয় সুস্থ শৰীৰতহে সুস্থ মন, গতিকে যিয়েই নহওক, শৰীৰটো সুস্থ কৰি ৰাখিবই লাগিব…

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

ডিছপেনিয়া বা উশাহ-নিশাহ লোৱাত কষ্ট পোৱাৰ আঁৰত তিনিটা কাৰণ আছে।

Apply Now

প্ৰথম, হাওঁফাওঁৰ সমস্যা-

এইটো এটা বহু পুৰণি ৰোগ, শ্বাস-প্ৰশ্বাসত কষ্ট পোৱাৰ অন্যতম প্ৰধান কাৰণ। ক্ৰনিক অব্ষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ (COPD), পালমোনাৰী ফাইব্ৰ’ছিছ (হাওঁফাওঁৰ প্ৰসাৰণ ক্ষমতা হ্ৰাস পোৱা) আৰু দীৰ্ঘদিনীয়া হাঁপানী ৰোগত আক্ৰান্ত লোকৰ শ্বাস-প্ৰশ্বাসত কষ্ট হোৱাৰ সম্ভাৱনা বেছি।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

দ্বিতীয়, হৃদযন্ত্ৰৰ সমস্যা –

কনজেষ্টিভ হাৰ্ট ফেইলাৰ এই সমস্যাৰ ভিতৰত প্ৰথম। সহজ ভাষাত ক’বলৈ গ’লে ইয়াৰ অৰ্থ হ’ল যেতিয়া হৃদযন্ত্ৰই শৰীৰৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ পৰ্যাপ্ত তেজ পাম্প কৰিব নোৱাৰে। দীৰ্ঘম্যাদী এই সমস্যাই শ্বাস-প্ৰশ্বাসত কষ্ট পোৱাৰ প্ৰৱণতা বৃদ্ধি কৰে। আনহাতে, আৰু আছে এৰিথ্মিয়া। অনিয়মিত হৃদস্পন্দনক এৰিথমিয়া বোলে। শ্বাস-প্ৰশ্বাসত কষ্টৰ সমস্যাটো বৃদ্ধি কৰেই, লগতে ষ্ট্ৰোক বা কাৰ্ডিয়াক এৰেষ্ট হোৱাৰ সম্ভাৱনাও বৃদ্ধি কৰে।

তৃতীয়, এনিমিয়া (ৰক্তহীনতা) –

ভাৰতীয়সকল এই ৰোগৰ বাবে কোনো অচিনাকি নহয়। ঘৰে ঘৰে ৰক্তহীনতা বিয়পি পৰিছে। ৰক্তহীনতাত আক্ৰান্ত লোকৰ উশাহ-নিশাহত কষ্টৰ লগতে সকলো সময়তে ভাগৰুৱা, দুৰ্বলতা, মূৰৰ বিষ, মূৰ ঘূৰোৱা, কেতিয়াবা শৰীৰ অৱশ হোৱাৰ সম্ভাৱনাও বেছি।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

শ্বাস-প্ৰশ্বাসত কষ্ট পোৱাৰ আন কাৰণসমূহৰ ভিতৰত আছে শ্লিপ এপনিয়া। টোপনিৰ সময়ত উশাহ বন্ধ হোৱাটো চিকিৎসা বিজ্ঞানৰ ফালৰ পৰা শ্লিপ এপনিয়া বুলি জনা যায়। ই এক ৰহস্যজনক ঘাতক ৰোগ। আনহাতে, সকলো সময়তে বহি থকা, ব্যায়াম নকৰা, ফাষ্ট ফুড, অতিৰিক্ত তেল আৰু মছলা খোৱাৰ অভ্যাসে শৰীৰত চৰ্বি বৃদ্ধি কৰে। এই চৰ্বিৰ বাবেই শৰীৰৰ বডি মাচ ইনডেক্স বৃদ্ধি পায়, যাৰ ফলত পিছত ডিছপেনিয়া বা শ্বৰ্টনেছ অফ ব্ৰেথৰ কবলত পৰিবলগীয়া হয়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

June 17, 2026 1:34 pm
এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

June 17, 2026 1:24 pm
মিজোৰামৰ আদালতৰ কঠোৰ ৰায়: ধ*ৰ্ষণ আৰু এচিড আক্ৰমণৰ গোচৰত দুগৰাকী বি এছ এফ জোৱানক ৪২ বছৰৰ সশ্ৰম কাৰাদণ্ড

মিজোৰামৰ আদালতৰ কঠোৰ ৰায়: ধ*ৰ্ষণ আৰু এচিড আক্ৰমণৰ গোচৰত দুগৰাকী বি এছ এফ জোৱানক ৪২ বছৰৰ সশ্ৰম কাৰাদণ্ড

June 17, 2026 12:59 pm
কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

June 17, 2026 12:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

June 17, 2026 1:34 pm
এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

June 17, 2026 1:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd