DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, September 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

HS result-2023: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 6, 2023 10:03 am
307
VIEWS
Share on FacebookShare on Twitter

আজি ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা-২০২৩ৰ ফলাফল।

বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে নন ইনষ্টিটিউশ্যনেল প্ৰাইভেট শিক্ষাৰ্থী নিখিলেশ দত্তই। তেওঁ মুঠতে ৪৮৪ নম্বৰ লাভ কৰিছে।

আনহাতে, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ক্ৰমে অৰিজিত ৰয়, বিশ্বজ্যোতি দাস আৰু ঋষভ উপাধ্যায় দ্বিতীয় স্থান লাভ কৰিছে। তেওঁলোকে মুঠ ৪৮২ নম্বৰ লাভ কৰিছে।

সেইদৰে, তৃতীয় স্থান লাভ কৰিছে ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰাৰ্থনা প্ৰিয়ম শইকীয়াই। তেওঁ মুঠতে ৪৭৯নম্বৰ লাভ কৰিছে।

চতুৰ্থ স্থান পাইছে ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সত্যজিত কামানে। তেওঁ মুঠতে ৪৭৮ নম্বৰ লাভ কৰিছে।

পঞ্চম স্থান লাভ কৰিছে চৰাইদেউৰ এলিট একাডেমীৰ গৌৰাংগজিত গগৈয়ে। তেওঁ মুঠতে ৪৭৪ নম্বৰ লাভ কৰিছে।

ষষ্ঠ স্থান পাইছে ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ভাৰ্গৱ শিবমে। তেওঁ মুঠতে ৪৭৩ নম্বৰ লাভ কৰিছে।

সপ্তম স্থানত আছে ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বিকাশ জ্যোতি চহৰীয়া।তেওঁ মুঠতে ৪৭২ নম্বৰ লাভ কৰিছে।

অষ্টম স্থান পাইছে ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শতৰূপা বৰকাকতিয়ে। তেওঁ মুঠতে ৪৭১ নম্বৰ লাভ কৰিছে।

নৱম স্থান পাইছে একেলগে কটন বিশ্ববিদ্যালয়ৰ ছায়ন পড্ডাৰ; আলফা বেটা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁৱৰ হিমানীশ দত্ত আৰু শিৱসাগৰ নাজিৰাৰ বেদ একাডেমিৰ কাশ্যপ গগৈ। তেওঁলোকে মুঠতে ৪৭০ নম্বৰ লাভ কৰিছে।

আনহাতে, দশম স্থান পাইছে ধুবুৰীৰ শিশু পাঠশালা এইছ এছ স্কুলৰ নবীন সাহাই। তেওঁ মুঠতে ৪৬৯ নম্বৰ লাভ কৰিছে। 

Recent News

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

ৰাতিপুৱা শুই উঠিয়েই যৌন সম্পৰ্কে কৰাৰো আছে আচৰিত উপকাৰিতা, জানো আহক

ৰাতিপুৱা শুই উঠিয়েই যৌন সম্পৰ্কে কৰাৰো আছে আচৰিত উপকাৰিতা, জানো আহক

অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা – অতুল বৰা

অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা – অতুল বৰা

‘বিজেপিক পৰাস্ত কৰাৰ সূত্ৰ কৰ্ণাটকৰ পৰা শিকিছো’, আত্মবিশ্বাসী ৰাহুলৰ মন্তব্য

‘বিজেপিক পৰাস্ত কৰাৰ সূত্ৰ কৰ্ণাটকৰ পৰা শিকিছো’, আত্মবিশ্বাসী ৰাহুলৰ মন্তব্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd