• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

একেবাৰে তলত অষ্ট্ৰেলিয়া, বাংলাদেশৰ ওপৰত আফগানিস্তান! বিশ্বকাপৰ পইণ্ট তালিকাত কোন ক’ত?

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 16, 2023 1:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতঃ বৰ্তমান বিশ্বকাপৰ পইণ্ট তালিকাৰ শীৰ্ষত আছে টীম ইণ্ডিয়া। তিনিখন মেচত ভাৰতৰ পইণ্ট ৬। তিনিওখন মেচতে বিজয়ী। দুৰ্দান্ত প্ৰদৰ্শনেৰে অষ্ট্ৰেলিয়া, আফগানিস্তান আৰু পাকিস্তানক পৰাস্ত কৰিছে। নেট ৰান ৰেট +১.৮২১।

নিউজিলেণ্ডঃ ভাৰতৰ দৰে নিউজিলেণ্ডেও জয়ৰ হেট্ৰিকেৰে বিশ্বকাপৰ আৰম্ভণি কৰিছে। তিনিখন মেচ খেলি ৬ পইণ্ট লাভ কৰিছে। ভাৰতৰ তুলনাত কেৱল নেট ৰাণ ৰেটত পিছত আছে। তেওঁলোকৰ নেট ৰান ৰেট +১.৬০৪।

দক্ষিণ আফ্ৰিকাঃ বৰ্তমান বিশ্বকাপত ভাৰত আৰু নিউজিলেণ্ডৰ তুলনাত কেৱল প্ৰটিয়াছৰ নেট ৰান ৰেট ভাল। তেওঁলোকৰ নেট ৰান ৰেট +২.৩৬০। কিন্তু এতিয়ালৈকে দুখন মেচহে খেলা হৈছে। দুখন মেচৰ শেষত হাতত ৪ পইণ্ট আছে।

Apply Now

লগতে পঢ়কঃ অঘটন নহয়, সফল হ’ল ক্ৰিকেটৰ পৰিভাষা! বিশ্ব চেম্পিয়নক হৰুৱালে আফগানিস্তানে

পাকিস্তানঃ আফগানিস্তানৰ সৌজন্যত পাকিস্তানে প্ৰথম চাৰিটা স্থানত আছে। কাৰণ দেওবাৰে ইংলেণ্ডে জয়ী হোৱা হ’লে বাবৰ আজমৰ দল প্ৰথম চাৰিৰ পৰা বাহিৰ হ’লহেঁতেন। এতিয়ালৈ তিনিখন মেচত পাকিস্তানৰ পইণ্ট ৪। দুখন মেচত জয়ী আৰু এখন মেচত পৰাস্ত। নেট ৰান ৰেট -০.১৩৭।

ইংলেণ্ডঃ তিনিখন মেচৰ অন্ততইংলেণ্ডে ২ পইণ্ট লাভ কৰিছে। এখন মেচত জয়ী হোৱাৰ বিপৰীতে দুখন মেচত পৰাস্ত হৈছে। নেট ৰানৰেট -০.০৮৪। অৰ্থাৎ ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ড এইবাৰ বিশ্বকাপত যথেষ্ট চাপত পৰিছে।

আফগানিস্তানঃ ইংলেণ্ডক পৰাস্ত কৰাৰ পাছত আফগানিস্তানে বিশ্বকাপৰ পইণ্ট তালিকাত ষষ্ঠ স্থানলৈ উন্নীত হয়। তিনিখন মেচৰ ভিতৰত এখনত জয়ী হৈছে আৰু দুখন মেচত পৰাস্ত হৈছে। অৰ্থাৎ তিনিখন মেচৰ শেষত আফগানৰ হাতত ২ পইণ্ট। নেট ৰানৰেট -০.৬৫২।

বাংলাদেশঃ বিশ্বকাপৰ পইণ্ট তালিকাত ৭ নম্বৰ স্থানলৈ নামিছে বাংলাদেশ। তিনিখন খেলৰ ভিতৰত দুখন খেলত পৰাস্ত হয় ছাকিব আল হাছানৰ দলটো। দেওবাৰে ঐতিহাসিক জয় আজুৰি অনা আফগানিস্তানৰ বিৰুদ্ধে এইবাৰ বিশ্বকাপৰ একমাত্ৰ জয় লাভ কৰে বাংলাদেশে। তিনিখন মেচত ২ পইণ্ট। নেট ৰানৰেট -০.৬৯৯।

লগতে পঢ়কঃপন্তৰ বাবে ভাঙিছিল মন! ভাৰত-পাক মেচত উৰ্বশীয়ে হেৰুৱালে ২৪ কেৰেট সোণৰ আইফ’ন

শ্ৰীলংকাঃ বিশ্বকাপৰ পইণ্ট তালিকাত অষ্টম স্থানত আছে শ্ৰীলংকা। দুখন মেচৰ পাছতো কোনো পইণ্ট নাহিল৷ দুয়োখন মেচতে পৰাস্ত। নেট ৰান ৰেট -১.১৬১।

নেদাৰলেণ্ডঃ শ্ৰীলংকাৰ দৰেই এই বিশ্বকাপত ডাচ দলে দুয়োখন মেচতে পৰাস্ত হৈছে। দুখন মেচৰ শেষত পইণ্টৰ দিশত এতিয়াও শূন্য। নেট ৰান ৰেট -১.৮০০।

অষ্ট্ৰেলিয়াঃ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক সফল দল অষ্ট্ৰেলিয়া এইবাৰ বিশ্বকাপৰ পইণ্ট তালিকাৰ একেবাৰে তলত আছে। দুখন মেচত খেলি দুয়োখন মেচতে পৰাস্ত হৈছে। দুয়োখন মেচতেই বিপৰ্যয়ৰ সন্মুখীন হৈছে। নেট ৰান ৰেট -১.৮৪৬।

লগতে পঢ়কঃ ইজৰাইল-হামাছ যুদ্ধৰ প্ৰভাৱ! আমেৰিকাত বৃদ্ধই নৃশংসভাৱে হত্যা কৰিলে ৬ বছৰীয়া শিশুক

আফগানিস্তানে ইংলেণ্ডক পৰাস্ত কৰাৰ পিছত বিশ্বকাপৰ পইণ্ট তালিকা আকৰ্ষণীয় হৈ পৰিছে। ছেমি ফাইনেলত প্ৰৱেশৰ যুঁজত ভাৰত, নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ অৱস্থা কিছু অনুকূল। ছেমিফাইনেলত চতুৰ্থটো দল কোন হ’ব তাৰ বাবে চলিব তীব্ৰ যুঁজ। 

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

October 10, 2026 8:00 am
শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm
গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

October 9, 2026 8:28 pm
জনতা ভৱনৰ সন্মুখৰ ব্যক্তিগত সম্পত্তিৰ ভিতৰত চিজেপিক কিয় সভা অনুষ্ঠিত কৰিবলৈ নিদিলে হিমন্ত বিশ্ব শৰ্মাই?

জনতা ভৱনৰ সন্মুখৰ ব্যক্তিগত সম্পত্তিৰ ভিতৰত চিজেপিক কিয় সভা অনুষ্ঠিত কৰিবলৈ নিদিলে হিমন্ত বিশ্ব শৰ্মাই?

October 9, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

October 10, 2026 8:00 am
শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd