• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

HSLC Exam Result: ফলাফলকলৈ অসন্তুষ্ট! জানক,পুনৰীক্ষণ আৰু উত্তৰবহীৰ ফটোকপিৰ বাবে আবেদন প্ৰক্ৰিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 7, 2022 2:23 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ঘোষণা কৰা হৈছে অসম হাইস্কুল শিক্ষান্ত পৰীক্ষা তথা হাই মাদ্ৰাছাৰ ফলাফল। পৰীক্ষাত বহুতেই অনুত্তীৰ্ণ হোৱাৰ লগতে আন বহুতেই উত্তীৰ্ণ হৈও নিজৰ ফলাফলকলৈ হয়তো সন্তুষ্ট নহ’ব। এনেক্ষেত্ৰত নিজৰ দাবী নিশ্চিত কৰিবলৈ ছেবাত পুনৰীক্ষণৰ ব্যৱস্থা আছে। কিন্তু কেনেকৈ কৰিব এই আবেদন?

ছেবাত পুনৰীক্ষণ তথা উত্তৰবহীৰ ফটোকপি নিৰীক্ষণৰ বাবে অনলাইন আবেদনৰ প্ৰক্ৰিয়াটো হৈছে এনেধৰণৰঃ-

অনলাইন আবেদন কৰাৰ সময়ত আবেদনকাৰীয়ে হাতত সাজু ৰাখিব লাগিব-

Apply Now

(১) এইচএছএলচি/এএইচএম পৰীক্ষা-২০২২ৰ মূল এডমিট কাৰ্ডৰ স্কেন কৰা প্ৰতিলিপি।

(২) এইচএছএলচি/এএইচএম পৰীক্ষা, ২০২২-ৰ ৰোল নম্বৰ ।

(৩) অনলাইন পেমেন্ট কৰাৰ বাবে ডেবিট/ক্ৰেডিট কাৰ্ড বা নেট বেঙ্কিঙৰ বিৱৰণ।

 (৪) ই-মেইল আইডি (যদি উপলব্ধ)।

(৫) যোগাযোগৰ বাবে পৰীক্ষাৰ্থীৰ মোবাইল নম্বৰ।

(৬) উত্তৰ বহীৰ পুনৰীক্ষৰ বাবে মাছুল ৩৫০টকা (প্ৰতিটো বিষয়ত) আৰু পুনৰীক্ষণৰ সৈতে উত্তৰবহীৰ ফটোকপিৰ বাবে মাছুল ৫৫০ টকা (প্ৰতিটো বিষয়ত)।

এজন প্ৰাৰ্থীয়ে তেওঁ অৱতীৰ্ণ হোৱা সকলো বিষয়ৰ বাবে আবেদন  কৰিব পাৰে যদিও পুনৰ পৰীক্ষা বা পুনৰীক্ষণৰ সৈতে ফটোকপিৰ বাবে অনলাইন আবেদন কৰাৰ কেৱল এটাহে সুযোগ পাব।

কেনেদৰে আবেদন কৰিব:-

১. আপোনাৰ উত্তৰ বহীবোৰ পুনৰ পৰীক্ষা বা পুনৰীক্ষণৰ সৈতে ফটোকপিৰ বাবে আবেদন কৰিবলৈ http://sebaonline.org ত গৈ পুনৰ পৰীক্ষাৰ বাবে আবেদন কৰক বা পুনৰীক্ষণৰ সৈতে উত্তৰ বহীবোৰৰ ফটোকপিৰ বাবে আবেদন কৰক” লিংকটোত ক্লিক কৰক।

২.আপোনাৰ ৰোল আৰু এইচএছএলচি/ এএইচএম পৰীক্ষা-২০২২-ৰ নম্বৰ প্ৰদান কৰক।

৩. মূল্যাঙ্কন কৰা উত্তৰবহীৰ কেৱল পুনৰ পৰীক্ষা বা পুনৰীক্ষণৰ সৈতে ফটোকপি লাগে সেয়া বাছনি কৰক।।

৪. আপুনি পুনৰ পৰীক্ষা বা পুনপৰীক্ষণৰ সৈতে ফটোকপিৰ বাবে আবেদন কৰিব বিচৰা বিষয়বোৰ বাছনি কৰক।

৫.আপোনাৰ এডমিট কাৰ্ডৰ স্কেন কৰা প্ৰতিলিপি জেপিইজি, জেপিজি বা পিএনজি ফৰ্মেটত আপলোড কৰক আৰু ফাইলৰ আকাৰ ৫০০ কেবি-ৰ ভিতৰত হ’ব লাগিব।

৬.আবেদন কৰোতে কেবল আপোনাৰ নিজৰ ম’বাইল নম্বৰ প্ৰদান কৰক। প্ৰয়োজন হ’লে ইয়াক যিকোনো পৰৱৰ্তী যোগাযোগৰ বাবে ব্যৱহাৰ কৰা হ’ব।

৭.আপুনি প্ৰদান কৰা সকলো তথ্য সাৱধানে পৰীক্ষা কৰক। (প্ৰাৰ্থীসকলে প্ৰদান কৰা ভুল তথ্যৰ বাবে কোনো অসংসাধিত (unprocessed) আবেদনৰ বাবে ছেবা দায়বদ্ধ নহয়)।

৮. “নিশ্চিত কৰক আৰু অনলাইন আদায় কৰক” বুটামত ক্লিক কৰি আদায় দিয়াৰ বাবে আগবাঢ়ক।

৯. অনলাইন আদায় পৃষ্ঠাত প্ৰয়োজনীয় বিৱৰণ দাঙি ধৰক। পৰিশোধ নিশ্চিত কৰিবলৈ “পে নাও” বুটামত ক্লিক কৰক।।

১০. সফল পৰিশোধৰ পিছত আপুনি আপোনাৰ ম’বাইল নম্বৰত আপোনাৰ এআৰএন নম্বৰ (আবেদন ৰচিদ নম্বৰ) লাভ কৰিব। আপুনি আপোনাৰ পৰিশোধৰ ইনভইচ ডাউনলোড কৰি ল’ব পাৰে (ভৱিষ্যত প্ৰয়োজনৰ বাবে ইয়াক সুৰক্ষিত ৰাখিব)।

১১. ৱেবছাইটত আপোনাৰ আবেদনৰ স্থিতি জানিবলৈ আপুনি আপোনাৰ এআৰএন ব্যৱহাৰ কৰিব পাৰে।

উত্তৰ-বহীৰ ফটো কপি গুৱাহাটীৰ বামুণীমৈদামৰ ছেবা কাৰ্যালয়ৰ পৰা এআৰএন ৰচিদ আৰু এডমিট কাৰ্ডৰ অৰিজিনেল প্ৰতিলিপি দেখুৱাই সংগ্ৰহ কৰিব লাগিব। সংগ্ৰহৰ তাৰিখ পিছত পৰ্টেল আৰু এছএমএছৰ জৰিয়তে ঘোষণা কৰা হ’ব।

পুনৰ পৰীক্ষা কৰাৰ পিছত নম্বৰ/ফলাফল পৰিৱৰ্তনৰ ক্ষেত্ৰত, নতুন/সংশোধিত মাৰ্কশ্বীট/উত্তীৰ্ণৰ প্ৰমাণপত্ৰ আবেদনকাৰীয়ে তেওঁৰ অৰিজিনেল মাৰ্কশ্বীট, প্ৰমাণপত্ৰ আৰু এআৰএন ৰচিদ গুৱাহাটীৰ বামুনীমৈদামস্থিত ছেবাৰ কাৰ্যালয়ত দাখিল কৰাৰ পিছতহে লাভ কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd