• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিয় যশ চোপ্ৰাই ৰাণী মুখাৰ্জীৰ পিতৃ-মাতৃক ঘৰত বন্ধ কৰি ৰখাৰ ভাবুকি দিছিল?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 11, 2021 5:52 pm
Untitled-design-19-3
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউদৰ মোহময়ী অভিনেত্ৰী ৰাণী মুখাৰ্জীৰ  পিতৃ-মাতৃক এবাৰ তেওঁৰ শহুৰেক যশ চোপ্ৰাই ঘৰত বন্ধ কৰি ৰখাৰ ভাবুকি দিছিল। অৱশ্যে তেতিয়াও তেওঁলোকৰ মাজত পাৰিবাৰিক সম্পৰ্ক গঢ়ি উঠা নাছিল।

ৰাণীৰ পিতৃ ৰাম মুখাৰ্জী আৰু মাতৃ কৃষ্ণা মুখাৰ্জীয়ে যশ চোপ্ৰাৰ কাৰ্যালয়লৈ তেওঁলোকৰ কন্যাৰ বাৰ্তা লৈ উপস্থিতি হৈছিল। তাতেই ঘটে ঘটনাটো। কিন্তু কিয় যশ চোপ্ৰাই কিয় দিলে এনে ভাবুকি?

ৰাণী মুখাৰ্জীয়ে ২০০২ চনত যশৰাজ ফিল্মছৰ সৈতে ‘মুজছে দোস্তি কৰোগে’ ছবিখনত অভিনয় কৰিছিল। তাৰ পাছত প্ৰায় আঠ মাহ কোনো ছবিৰ কাম কৰা নাছিল ৰাণীয়ে।

Apply Now

‘কুছ কুছ হোতা হোয়’ৰ নায়িকা ৰাণীয়ে ছবিৰ বাবে অহা যিকোনো প্ৰস্তাৱেই প্ৰত্যাখ্যান কৰিছিল। ৰাণীৰ এনে কাণ্ডত স্তম্ভিত হৈ পৰে তেওঁৰ পিতৃ-মাতৃ। ৰাণীয়ে কোনো কাম কৰাৰ ইচ্ছা নকৰি ঘৰতে বহি থকাৰ সিদ্ধান্ত লৈছিল।

Also Read: Students Suicide in India ভাৰতত ২০২০ বৰ্ষত ১২ হাজাৰতকৈয়ো অধিক শিক্ষাৰ্থীয়ে কৰিছে আত্মহত্যা

ইয়াৰ মাজতে ২০০২ চনতে আকৌ যশ চোপ্ৰাৰ পৰা ‘ছাথিয়া’ ছবিখনৰ বাবে ৰাণীলৈ প্ৰস্তাৱ আহে। কিন্তু ৰাণীয়ে নিজে নগৈ পিতৃ-মাতৃক যশ চোপেৰাৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰে আৰু ছবিখনত কাম নকৰাৰ কথা ক’বলৈ কয়।

ৰাণী মুখাৰ্জীৰ বাৰ্তা পোৱাৰ লগে লগে ৰাণীৰ পিতৃ-মাতৃক কাৰ্যালয়তে বহুৱাই ৰাখি ৰাণীলৈ ফোন কৰে যশ চোপ্ৰাই।

যশ চোপ্ৰাই কয়,’’ আইজনী, এই ছবিখন তোমাৰ বাবে লিখা হৈছে। যেতিয়ালৈকে তুমি মান্তি নোহোৱা তেতিয়ালৈকে তোমাৰ মা-দেউতাক মই ঘৰত বন্ধ কৰি ৰাখিম।‘’

Also Read:Heinous Murder চতিয়াত নৃশংস হত্যাকাণ্ড; শহুৰেকক দাৰে ঘপিয়াই হত্যা জোৱায়েকৰ

পাছত এক সাক্ষাৎকাৰত ৰাণী মুখাৰ্জীয়ে কৈছিল যে মি আজিও তেওঁৰ ওচৰত কৃতজ্ঞ। মই সেইদৰে ভাবুকি নিদিয়া হ’লে ‘ছাথিয়া’ৰ দৰে এখন ছবিত অভিনয় কৰিব নাপালোহেতেন।

উল্লেখ্য যে ‘ছাথিয়া’ত ৰাণী মুখাৰ্জীৰ বিপৰীতে অভিনয় কৰিছিল বিবেক অ’বেৰয়ে। ছবিখনত দুয়োৰে কেমেষ্ট্ৰি দৰ্শকে বৰ পছন্দ কৰিছিল।

ৰাণীয়ে পাছত যশ চোপ্ৰাৰ জ্যেষ্ঠ পুত্ৰ আদিত্য চোপ্ৰাক বিয়া কৰায়।   

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd