• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে ‘পেডমেন’ খ্যাত নয়ন শইকীয়াই

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
September 28, 2018 12:01 pm
Nayan Saikia

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাস্তৱ জীৱনৰ ওপৰত নিৰ্মিত হিন্দী চলচ্চিত্ৰ পেডমেন চৰিত্ৰৰ প্ৰকৃত ব্যক্তি অৰুণাচলম মুৰুগানান্থমকৰ পৰা অনুপ্ৰাণিত হৈ সমগ্ৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ‘পেডমেন’ হিচাপে পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা নয়ন শইকীয়াই বিশ্বনাথৰ বাবে আন এক গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে|

বিশ্বনাথ চাৰিআলিৰ গড়েহাগিস্থিত এই যুৱকজন কলকাতাত হোটেল মেনেজমেন্ট অধ্যয়ন কৰি থাকোতেই লগ পাইছিল অক্ষয় কুমাৰ অভিনীত ‘পেডমেন’ চৰিত্ৰৰ প্ৰকৃত ব্যক্তিজন অৰ্থাৎ অৰুণাচলম মুৰুগানান্থমক। আৰু তাৰ পিছৰ পৰাই বিশ্বনাথৰ গড়েহাগিত এটা পেড প্ৰস্তুত কৰা মেচিন স্থাপন কৰি পেড উৎপাদনৰ কাম আৰম্ভ কৰিছিল।

Apply Now

সমাজত মহিলা সবলিকৰণৰ ক্ষেত্ৰত তথা  যুৱ প্ৰজন্মৰ মাজত কৰ্ম সংস্কৃতিৰ সুন্দৰ নিদৰ্শন আগবঢ়োৱাৰ বাবে অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত তেওঁ যথেষ্ট সমাদৃত হোৱাৰ লগতে বিভিন্ন সন্মানেৰেও সন্মানিত হৈছে।

উল্লেখ্য যে বিগত ২২ ছেপ্তেম্বৰত ডালমিয়া চিমেন্ট কোম্পানীৰ উদ্যোগত গুৱাহাটীৰ পানবজাৰস্থিত ডনবস্ক স্কুলত অনুষ্ঠিত হোৱা “Insidene  Youth Conclave  2018” ৰ বাবে নয়ন শইকীয়াক ‘Young Achiever Award Northeast 2018’ ৰ খিতাপেৰে সন্মানিত কৰা হয়।

উল্লেখ্য যে প্ৰথম অৱস্থাত বহু কঠিনতাৰ সন্মুখীন হৈছিল যদিও অৱশেষত অসমৰ বহুকেইখন গ্ৰাম্যাঞ্চল পৰ্যায়ত সজাগতা সভা অনুষ্ঠিত কৰি মহিলা সকলৰ মাজত লাজ আৰু সংকোচ দূৰ কৰি এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল নয়ন শইকীয়া।

মহিলা সবলিকৰণ কেৱল লিখিত শব্দত নাৰাখি বাস্তৱ ক্ষেত্ৰত পৰিণত কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলোৱা এই উদ্যমী যুৱকজন সমাজত নিজকে আজি এজন সফল ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে। তেওঁ অৰ্জন কৰা সফলতাৰ বাবেই আজি অসমৰ লগতে বহিঃৰাজ্যতো এই উদ্যোগ স্থাপনৰ বাবে অনুপ্ৰাণিত হৈছে।

বিশ্বনাথ চাৰিআলিত সাংবাদিকৰ সৈতে হোৱা সংবাদ মেলত তেওঁ গুৱাহাটীত বঁটা লোৱাৰ কথা জানিবলৈ দিয়ে। বঁটা প্ৰদান অনুষ্ঠানত কেইবাটাও অগ্ৰণী ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিষয়ববীয়াৰ লগতে ৰাজনৈতিক জগতৰ কেইবাজনো মন্ত্ৰী বিধায়ক তথা বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ত্ৰিপুৰাৰ উপ মুখ্য মন্ত্ৰী জিষ্ণু দেব বৰ্মনৰ পৰা এই বিশেষ বঁটা গ্ৰহণ কৰে।

তেওঁ লগতে অসমৰ ভিন্ন প্ৰান্তত গঢ় লৈ উঠা কেইবাটাও উদ্যোগৰ প্ৰস্তুতি সন্দৰ্ভতো সংবাদ কৰ্মীসকলৰ আগত অৱগত কৰে। উক্ত সংবাদ মেলত নয়ন শইকীয়াৰ সংগী হিচাপে প্ৰতিটো মুহুৰ্তত থিয় দিয়া পত্নী বাগ্মিতা শইকীয়াও উপস্থিত থাকি তেওঁলোকৰ এই যাত্ৰাৰ বিষয়ে সকলোৰে আগত সদৰি কৰে।

আনহাতে কলিকতাত অতি শীঘ্ৰে চেনেটেৰী নেপকিন তৈয়াৰ কৰা উদ্যোগ গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা হাতত লোৱা বুলি সংবাদমেলত জনায়। উল্লেখ্য যে কোনো আগ্ৰহী ব্যক্তিয়ে এই উদ্যোগৰ প্ৰতি আগ্ৰহী হলে তেওঁ সম্পুৰ্ণ সহায় কৰাৰ বাবে সাজু আছে বুলি অৱগত কৰে।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd