DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জনজাতিকৰণৰ নাটক : চৰকাৰৰ বিৰুদ্ধে আন্দোলন ঘোষণা কোঁচ-ৰাজবংশী সন্মিলনীৰ

পাঁচ বছৰে নিজে দিয়া প্ৰতিশ্ৰুতি পালন কৰাৰ সময় নহ'ল কৰ্ম সংস্কৃতিৰ কথা কোৱা প্ৰধান মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 14, 2019 11:35 am
All-Koch-Rajbongshi-Students

কোঁচ ৰাজবংশীৰ সকলৰ প্ৰতিবাদ। ফটো সৌজন্য: উইকিপিডিয়া

1.6k
VIEWS
Share on FacebookShare on Twitter

‘‘অসমৰ ছয়টা জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰৰ বিজেপি চৰকাৰখনে চৰম প্ৰতাৰণা কৰিলে। ২০১৪ চনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত নৰেন্দ্ৰ মোদীয়ে বিজেপি চৰকাৰ ক্ষমতালৈ আহিলে ছয় মাহৰ ভিতৰত কোঁচ-ৰাজবংশীকে ধৰি অসমৰ ছয়টা জনগোষ্ঠীক জনজাতিকৰণ কৰিব বুলি দিয়া প্ৰতিশ্ৰুতি কাৰ্য্যত অশাৰ প্ৰতিপন্ন হ’ল।’’ বুধবাৰে অনুষ্ঠিত সংবাদমেলত বিজেপিক কটাক্ষ কৰি এইদৰে ক্ষোভ ব্যক্ত কৰে কোঁচ-ৰাজবংশী সন্মিলনীয়ে।

সংবাদমেলখনত অংশগ্ৰহণ কৰি সন্মিলনীৰ  সভাপতি বীৰেশ্বৰ শইকীয়াই মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে এলানী প্ৰতিবাদী কাৰ্য্যসূচী ঘোষণা কৰে। সমগ্ৰ জিলা সমূহত আজি সংগঠনটোৱে চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে জোঁৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰিব।

প্ৰতিবাদী কাৰ্য্যসূচীৰ অংশস্বৰূপে অসমৰ জিলা উপায়ুক্ত আৰু মহকুমাধিপতিৰ কাৰ্য্যালয়ৰ সমূহৰ সন্মুখত ২০ ফেব্ৰুৱাৰিত ধৰ্ণাত বহিব সংগঠনটোৰ কৰ্মকৰ্তাসকল।

আনহাতে, ক্ষমতাত পাঁচ বছৰ থকাৰ পাছতো প্ৰতিশ্ৰুতি দিয়া অনুসৰি অসমৰ ছয়টা জনগোষ্ঠীক জনজাতিকৰণত চূড়ান্তভাবে ব্যৰ্থ হোৱা বিজেপি চৰকাৰে একমাত্ৰ নিৰ্বাচনৰ পূৰ্বে ভোট বেংকৰ স্বাৰ্থত জনজাতিকৰণৰ নাটক ৰচনা কৰা বুলি সমালোচনা কৰে সন্মিলনীয়ে।

পুনৰবাৰ জনগোষ্ঠীয় লোক সকলক প্ৰতাৰণা কৰাৰ এনে  ষড়যন্ত্ৰ সহ্য কৰা নহ’ব বুলি চৰকাৰক সকিয়নী দি সংবাদমেলখনত বিজেপিক বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কোঁচ-ৰাজবংশী সকলৰ দাবী পূৰণ কৰাৰ বাবে অনাগত দিনসমূহত অৰ্থনৈতিক অৱৰোধ কাৰ্য্যসূচী হাতত লোৱাৰো হুংকাৰ দিয়ে সংগঠনটোৱে।

Recent News

নৰ্থ ইষ্ট নাওৰ বাতৰি প্ৰভাৱ: জীৰমিকা তিমুংপিৰ সন্ধান লাভ কৰি নগাঁওৰ পৰা লৈ গ’ল বায়েক গ্ৰেছলিয়ে

নৰ্থ ইষ্ট নাওৰ বাতৰি প্ৰভাৱ: জীৰমিকা তিমুংপিৰ সন্ধান লাভ কৰি নগাঁওৰ পৰা লৈ গ’ল বায়েক গ্ৰেছলিয়ে

দল আৰু চৰকাৰৰ স্বাৰ্থত ব্যৱহাৰ কৰা হিতাধিকাৰী ব্যৱস্থা বন্ধ হওক; সৰ্বোচ্চ আদালতৰ সিদ্ধান্তক আদৰণি মানৱ অধিকাৰ কর্মীৰ

দল আৰু চৰকাৰৰ স্বাৰ্থত ব্যৱহাৰ কৰা হিতাধিকাৰী ব্যৱস্থা বন্ধ হওক; সৰ্বোচ্চ আদালতৰ সিদ্ধান্তক আদৰণি মানৱ অধিকাৰ কর্মীৰ

independence day Hiren Gohain

ৰাষ্ট্ৰৰ মালিক যেন জনসাধাৰণ নহয়, ক্ষমতাশালী মহলহে যেন ইয়াৰ মালিক! মন্তব্য ড০ হীৰেন গোহাঁইৰ

Shashi Tharoor: কংগ্ৰেছ সাংসদ শশী থাৰুৰলৈ ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘লিজিয়ন অফ অনাৰ’

Shashi Tharoor: কংগ্ৰেছ সাংসদ শশী থাৰুৰলৈ ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘লিজিয়ন অফ অনাৰ’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd