DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত বিৰূপ মন্তব্য :কেন্দ্ৰীয় মন্ত্ৰী বিশ্বেশ্বৰ টুডুক উভতি ধৰিলে যুৱ ছাত্ৰ সন্মিলনীয়ে

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
December 15, 2021 2:23 pm
127
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী বিশেশ্বৰ টুডুৱে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত কৰা মন্তব্যক ধিক্কাৰ দিছে সদৌ কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীয়ে ৷

কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি কিশোৰজ্যোতি ৰায় আৰু সাধাৰণ সম্পাদক হিতেশ সিংহই এক প্ৰেছ বিবৃতিযোগে কয় যে ১৯৯৬ চনত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত শংকৰ দয়াল শৰ্মাই এক অধ্যাদেশৰ জৰিয়তে কোচ ৰাজবংশী জনগোষ্ঠীক অনুসূচিত জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিছিল৷

চৰকাৰে মৰ্যাদা প্ৰদানৰ পিছতো সেই জনগোষ্ঠীৰ জনজাতীয় বৈশিষ্ট্যতা আছে নে নাই সেই প্ৰশ্ন কৰাটো হাস্যকৰ ৷

ভাৰতবৰ্ষত সৰ্বমুঠ ৬৪৫ টা জনগোষ্ঠীয়ে অনুসূচিত জনজাতিৰ মৰ্যাদা লাভ কৰি আছে৷ কেৱল মডেলিটিৰ নামত বিগত ২৫ বছৰে কেন্দ্ৰ আৰু ৰাজ্যত অধিষ্ঠিত চৰকাৰে কোচ ৰাজবংশীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান নকৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পৰস্পৰে পৰস্পৰক দোষাৰোপ কৰি বিষয়টোক ৰাজনৈতিক মেৰপাক দিয়াহে পৰিলক্ষিত হৈছে ৷

ইয়াৰ দ্বাৰা প্ৰমাণিত হ’ল যে কোচ ৰাজবংশী জনগোষ্ঠীটোৰ প্ৰতি থকা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰখনৰ দায়িত্ব কিমান বুলিও প্ৰশ্ন উত্থাপন কৰে ৷

 লগতে কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীয়ে আগন্তুক গ্ৰীষ্মকালীন অধিৱেশনৰ আগতে যদি চৰকাৰে জনগোষ্ঠীটোৰ মূল দাবী জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠন প্ৰক্ৰিয়া সম্পন্ন নকৰে তেন্তে চৰকাৰৰ বিৰুদ্ধে সংগঠনটোৱে তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে৷

Recent News

লালুকত মুখ্যমন্ত্ৰীক তীব্র আক্রমণ ভূপেন কুমাৰ বৰাৰ, ধানুকাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কংগ্ৰেছে সহায় কৰিব চি আই ডিক

লালুকত মুখ্যমন্ত্ৰীক তীব্র আক্রমণ ভূপেন কুমাৰ বৰাৰ, ধানুকাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কংগ্ৰেছে সহায় কৰিব চি আই ডিক

বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক ৰাজ্যত ৰুজু হোৱা গোচৰ দিল্লীলৈ  স্থানান্তৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক ৰাজ্যত ৰুজু হোৱা গোচৰ দিল্লীলৈ স্থানান্তৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

IIT Guwahati

Assam Career : IIT Guwahati প্ৰশাসনিক সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd