• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বি টি আৰৰ পৰা অবড়ো গাঁও কৰ্তন নোহোৱাত ক্ষোভ যুৱ ছাত্ৰ সন্মিলনীৰ

অবড়ো গাঁওসমূহ কৰ্তন কৰি কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত চামিল কৰাৰ দাবী

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
January 28, 2022 1:29 pm
570
VIEWS
Share on FacebookShare on Twitter

বি টি আৰ ৰ পৰা আজিলৈকে অবড়ো গাঁও কৰ্তন নোহোৱাত সদৌ কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৷

যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি কিশোৰজ্যোতি ৰায় আৰু সাধাৰণ সম্পাদক হিতেশ সিংহই কয় যে বিগত ২০২০ বৰ্ষৰ ২৭ জানুৱাৰীত অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু এন ডি এফ বি, এবছু, বিপিএফকে ধৰি কেইবাটাও সংগঠনৰ সৈতে নতুন দিল্লীত বি টি আৰ চুক্তি স্বাক্ষৰিত হৈছিল ৷

উক্ত চুক্তি মৰ্মে বি টি আৰ ত সোমাই থকা সীমামূৰীয়া গাঁও সমূহত ৫০ শতাংশ বড়ো লোক নথকা অবড়ো গাঁও উক্ত অঞ্চলৰ পৰা কৰ্তন কৰাৰ কথা লিপিবদ্ধ আছে ৷ এই ক্ষেত্ৰত গাঁও কৰ্তন আয়োগ গঠন কৰি চৰকাৰে বি টি আৰ ৰ পৰা ওলাই আহিব বিচৰা গাঁওসমূহৰ অবড়ো জনলাধাৰণৰ পৰা গাঁৱৰ তালিকা সংগ্ৰহ কৰি ৷

কিন্তু আচৰিত কথা এয়ে যে গাঁও কৰ্তন আয়োগে আজিলৈকে কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ সেয়ে বি টি আৰ চুক্তি কাৰ্যকৰী হোৱাৰ আজি দুবছৰ হ’ল যদিও চৰকাৰে গাঁও কৰ্তনৰ ক্ষেত্ৰত কোনো ইতিবাচক পদক্ষেপ গ্ৰহণ নকৰাত সদৌ কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

লগতে আন অবড়োৰ সৈতে ভূমিপুত্ৰ কোচ ৰাজবংশী গাঁওসমূহক ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত কৰি বি টি আৰ ত জোৰকৈ সোমাই ৰাখিব বিচৰা কাৰ্যক সংগঠনটোৱে কেতিয়াও মানি নলয় বুলিও প্ৰেছ বিবৃতিটোত উল্লেখ কৰি শীঘ্ৰে উক্ত অবড়ো গাঁওসমূহ কৰ্তন কৰি কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত চামিল কৰাৰ বাবেও সভাপতি কিশোৰজ্যোতি ৰায় আৰু সাধাৰণ সম্পাদক হিতেশ সিংহই দাবী জনাইছে ৷

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd