• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Kohinoor Crown: বিদায় ল’লে ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথে; কোনে পাব ৰাণীৰ মুকুটৰ কহিনুৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 9, 2022 12:15 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Kohinoor Crown ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথৰ ৯৬ বছৰ বয়সত দেহাৱসান ঘটিছে। বৃহস্পতিবাৰে আবেলি তেওঁ স্কটলেণ্ডৰ বালম’ৰেল পেলেচত শেষ নিশ্বাস ত্যাগ কৰে। বাকিংহাম পেলেচে সন্ধিয়া এক বিবৃতিযোগে আনুষ্ঠানিকভাৱে তেওঁৰ মৃত্যুৰ খবৰটো ঘোষণা কৰিছিল।

ব্ৰিটেইনৰ পৰৱৰ্তী ৰজা হ’ব ৰাণী দ্বিতীয় এলিজাবেথৰ পুত্ৰ চাৰ্লছ। মাতৃৰ মৃত্যুৰ ২৪ ঘণ্টাৰ ভিতৰত তেওঁক আনুষ্ঠানিকভাৱে ৰজা ঘোষণা কৰা হ’ব। এইবাৰ প্ৰশ্ন হৈছে, কহিনুৰৰ গৰাকী কোন হ’ব?

Apply Now

চলিত বছৰৰ আৰম্ভণিতে ৰাণী এলিজাবেথে ঘোষণা কৰিছিল যে তেওঁৰ অনুপস্থিতিত ‘কুইন কনছৰ্ট’ হ’ব প্ৰিন্স চাৰ্লছৰ পত্নী ডাচেছ অফ কৰ্ণৱাল কেমিলা। গতিকে স্বাভাৱিকতে যেতিয়া চাৰ্লছ ৰজা হ’ব, কেমিলাৰ মুৰতো জিলিকিব কহিনুৰৰ খটোৱা মুকুট। সেইটো প্ৰকৃততে ৰাণী এলিজাবেথৰ মাতৃৰ আছিল।

১০৫.৬ কেৰেটৰ কহিনুৰ হীৰাৰ জন্মস্থান হৈছে ভাৰত। চতুৰ্দশ শতিকাত ভাৰতত এই হীৰাটো পোৱা গৈছিল। তাৰ পিছত বহু হাত ঘূৰিলে। ১৮৪৯ চনত ব্ৰিটিছসকলে পাঞ্জাৱ দখল কৰাৰ সময়তে কহিনুৰ ৰাণী ভিক্টোৰিয়াক হস্তান্তৰ কৰা হৈছিল। তেতিয়াৰ পৰাই এই কহিনুৰ হীৰাই ব্ৰিটেইনৰ শাসকসকলৰ মূৰত শোভা পাই আহিছে।

বৰ্তমান এই হীৰা টুকুৰা প্লেটিনামৰ মুকুটত ৰখা হৈছে। ৰাণী দ্বিতীয় এলিজাবেথৰ পিতৃ ষষ্ঠ জৰ্জৰ অভিষেকৰ সময়ত ১৯৩৭ চনত এই মুকুটটো সৃষ্টি কৰা হৈছিল। সেইটো পৰিধান কৰিছিল দ্বিতীয় এলিজাবেথৰ মাতৃ প্ৰথম এলিজাবেথে । মুকুটটো টাৱাৰ অফ লণ্ডনত ৰখা হৈছে। চাৰ্লছৰ অভিষেকৰ দিনাই সেইটো কেমিলাৰ মূৰত পিন্ধোৱা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

September 22, 2026 1:02 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

September 22, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd