DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‘ক্ৰিকেটৰ ভগৱান’ৰ ৰেকৰ্ড স্পৰ্শৰ বাবে মাত্ৰ এটা শতক দূৰত বিৰাট কোহলী

এন ই নাও নিউজ by এন ই নাও নিউজ
January 13, 2020 10:12 pm
File-photos-of-Sachin-Tendulkar-and-Virat-Kohli-750x375
24.6k
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে শচীনৰ ৰেকৰ্ড স্পৰ্শ কৰাৰ এক সুন্দৰ সুযোগ লাভ কৰিব, যদিহে তেওঁ শতকীয় ইনিংছ খেলিব পাৰে।

‘ক্ৰিকেটৰ ভগৱান’ শচীন টেণ্ডুলকাৰৰ নামত আছে ভাৰতৰ মাটিত সৰ্বাধিক এদিনীয়া শতক অৰ্জন কৰাৰ অভিলেখ। শচীনে ঘৰৰ মাটিত ২০টা শতক অৰ্জন কৰিছে।

বুধবাৰে মুম্বাইৰ ৱাংখেডে ষ্টেডিয়ামত ভাৰতে মুখামুখি হ’ব অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত। যদিহে মেচখনত কোহলীয়ে শতক অৰ্জন কৰিবলৈ সক্ষম হয় তেন্তে তেওঁ শচীনৰ ৰেকৰ্ড স্পৰ্শ কৰিবলৈ সক্ষম হ’ব।

এই পৰ্যন্ত কোহলীয়ে ঘৰৰ মাটিত ১৯টা শতক অৰ্জন কৰিছে। আৰু কাইলৈৰ মেচত তেওঁ শচীনৰ ৰেকৰ্ড স্পৰ্শ কৰাৰ চেষ্টা চলাব।

১৪ জানুৱাৰিৰ পৰা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলা।

উল্লেখ্য যে বিগত কেইবা বছৰ ধৰি এদিনীয়া ক্ৰিকেটত কোহলীয়ে কেইবাটাও ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে।

অলপতে শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত টি-২০ ছিৰিজত অধিনায়ক হিচাপে তেওঁ বিশ্বৰ দ্ৰুততম ১১ হাজাৰ ৰান সম্পূৰ্ণ কৰাৰ ৰেকৰ্ড গঢ়িছে।

আনহাতে অধিনায়ক হিচাপে তেওঁ টি-২০ ক্ৰিকেটত এক হাজাৰ ৰান সম্পূৰ্ণ কৰাৰো অভিলেখ গঢ়ি থৈছে। যোৱা ৭ জানুৱাৰিত ইন্দোৰত শ্ৰীলংকাৰ বিৰুদ্ধে খেলা টি-২০ মেচখনত এই ৰেকৰ্ডটো গঢ়িছিল।

বিৰাট কোহলীয়ে বিশ্বৰ একমাত্ৰ বেটছমেন যাৰ গোটেই কেইটা ফৰ্মেটতে ৫০ ৰো ওপৰত এভাৰেজ। তদুপৰি অধিনায়ক হিচাপে টেষ্ট ক্ৰিকেটত সৰ্বাধিক দ্বিশতক অৰ্জন কৰাৰ অভিলেখো তেওঁৰ নামত আছে।

উল্লেখ্য যে ২০১৭ত পদ্মশ্ৰী, ২০১৮ত ৰাজীৱ গান্ধী খেল ৰত্ন আৰু ২০১৭ আৰু ২০১৮ত আই চি চি ক্ৰিকেটাৰ অব দা ইয়েৰৰ সন্মানো লাভ কৰি থৈছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে।

Recent News

Lashkar Terrorist

সৰিয়হৰ ডুলিত ভূত! জম্মু-কাশ্মীৰত আটক কৰা লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী ওলাল বিজেপিৰ আই টি চেলৰ মুৰব্বী

Assam elephant

মধ্য প্ৰদেশলৈ প্ৰেৰণ কৰা হ’ব অসমৰ ১৫ টা হাতী

Jamuna Boro

এলোৰ্ডা কাপৰ ফাইনেলত প্ৰৱেশ অসমৰ বক্সিং তাৰকা যমুনা বড়োৰ

Manipur landslide

মণিপুৰৰ নোনিত ভূমিস্খলনত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি: এতিয়াও সন্ধানহীন ২০ জন লোক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd