• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বি টি চি চৰকাৰৰ প্ৰথম বাজেট অধিৱেশন সম্পন্ন

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
January 8, 2021 2:08 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৭ জানুৱাৰিত চুক্তি স্বাক্ষৰ হোৱা বি টি আৰ স্বাক্ষৰৰ এবছৰ পাৰ হৈ চুক্তি স্বাক্ষৰীত মাহ তথা আজি ৮ জানুৱাৰিত অনুষ্ঠিত হৈছে বি টি চিৰ প্ৰথম বাজেট অধিবেশন।

তাৎপৰ্যপূৰ্ণভাৱে আজিৰ ২০২০-২১ বিত্তীয় বৰ্ষৰ প্ৰথম বাজেট অধিবেশন বৰ্জন কৰিলে হাগ্ৰামা মহিলাৰী নেতৃত্বধীন বিৰোধী দলে{

Apply Now

প্ৰথম বাজেট অধিবেশনত সদনত বহল ভিত্তিত চৰ্চা হয় এন ডি এফ বিৰ পুনৰ সংস্থাপনৰ বিষয়টো।

এম চি এল এ তথা প্ৰাক্তন এন ডি এফ বিৰ নেতা সঞ্জয় স্বৰ্গয়াৰীয়ে উত্থাপন কৰা বিষয়ৰ ওপৰত ডিপুটি চীফ তথা প্ৰাক্তন এন ডি এফ বি নেতা গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে সদনত কয় প্ৰাক্তন এন ডি এফ বি কেডাৰ সকলক পুনৰ সংস্থাপনৰ নামত কেন্দ্ৰীয় চৰকাৰে চাৰি লাখ আৰু অসম চৰকাৰৰ পৰা দুই লাখ মুঠ ৬ লাখকৈ ক্ষতিপূৰণ দিব সংগ্ৰামত প্ৰান আহুতি দিয়া ছহিদ এন ডি এফ বি কেডাৰ সকলক{

লগতে প্ৰাক্তন এন ডি এফ বিসহ বড়ো যুৱক সকলক চি আৰ পি এফ, আই আৰ বি এন, চি আই এছ এফ আদি নিৰাপত্তা বাহিনীত নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি চৰকাৰে দিছে{

তদুপৰি কাৰাবন্দী হৈ থকা এন ডি এফ বি সকলৰ গোচৰ সন্দৰ্ভত অহা ২৪ জানুৱাৰিত কোকৰাঝাৰত আহিবলগীয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে আলোচনা কৰা হ’ব।

ইয়াৰ উপৰি ভুটানত কাৰাবন্দী হৈ থকা ২৫ গৰাকী প্ৰাক্তন এন ডি এফ বি কেডাৰক মুক্তি কৰা বাবে চৰকাৰৰ দ্বাৰা ভুটানৰ সৈতে আলোচনা কৰা পদক্ষেপ লোৱাৰ কথা সদনত উত্থাপন কৰে ডিপুটি চীফ গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে।

আজিৰ প্ৰথম বাজেট অধিবেশনত ১৭৪১.৬৯০৬ অৰ্থাৎ প্ৰায় ১৮ শ কোটি ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে বাজেটত ধাৰ্য কৰা হৈছে যদিও বিগত হাগ্ৰামা চৰকাৰৰ সময়তে দুই হেজাৰতকৈ অধিক লায়েবেলেটিজ আছে বুলি সদনত উত্থাপন কৰে চীফ প্ৰমোদ বড়োয়ে।

আজিৰ প্ৰথম বাজেট অধিবেশন বৰ্জন কৰা হাগ্ৰামা মহিলাৰী নেতৃত্বধীন বিৰোধী দলৰ ওপৰত সমালোচনা কৰি প্ৰমোদ বড়োই হাগ্ৰামা মহিলাৰীয়ে ৰাইজৰ বাবে নহয় ক্ষমতাৰ বাবেহে চৰকাৰ চলাইছিল আৰু আজি অধিবেশনত নাথাকি মন্ত্ৰী চন্দন ব্ৰহ্মাই চিৰাঙত সকলো সদস্যক লৈ পিকনিক খোৱাটো গণতন্ত্ৰক সন্মান নকৰাৰ দৰে হৈছে বুলি কয়।

আনহাতে সদনত মনোনীত পৰিষদীয় সদস্য উইলচন হাস্দাই অস্ত্ৰ বিৰোধী আদিবাসী সশস্ত্ৰ সংগ্ৰামী সংগঠন আৰু বেংগলী আদি বিভিন্ন জনগোষ্ঠীয়ে চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ ওলাই অহা অস্ত্ৰ বিৰোধী সশস্ত্ৰ সংগ্ৰামী সকলৰ সমস্যা সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd