• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বি টি চি পৰিষদীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নৱ শৰণীয়াই, উমৈহতীয়া প্ৰাৰ্থী ঘোষণা

Nenow দীপজ্যোতি শৰ্মা
গুৱাহাটী , March 12, 2020 5:22 pm

1 min read

Kokrajhar MP Naba Sarania to contest in BTC election

নৱ শৰণীয়াৰ সংবাদমেল, বৃহস্পতিবাৰে।

8.2k
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰ লোক সভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াই বি টি চি পৰিষদীয় নিৰ্বাচনত অংশ ল’ব৷

সাংসদগৰাকীয়ে  গৈবাৰি পৰিষদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

সূত্ৰ অনুসৰি সাংসদ নৱ শৰণীয়াই প্ৰতিদ্বন্দ্বিতা কৰিব লগা সমষ্টিটোত ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱেও প্ৰাৰ্থিত্ব আগবঢ়াব।

৪ এপ্ৰিলত হ’ব লগা নিৰ্বাচনটোৰ বাবে সন্মিলিত জনগোষ্ঠীয় ঐক্যমঞ্চ, অবড়ো সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা পাৰ্টি়য়ে যৌথভাৱে ১৮ জন প্ৰাৰ্থী আগবঢ়াব।

আনহাতে সংগঠনকেইটাই নৱ শৰণীয়াক প্ৰক্ষেপ কৰিছে বিটিচি প্ৰধান হিচাপে।

দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলত শৰণীয়াকে ধৰি সংগঠনকেইটাৰ নেতৃত্বই বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে।

সংবাদমেলত সাংসদ নৱ শৰণীয়াই কয় যে তেওঁলোকে বহুকেইগৰাকী মহিলাক প্ৰাৰ্থিত্ব দিব।

তেওঁ লগতে কয় যে বিজেপিয়ে অকল তেওঁক ৰুধিবলৈকে নিৰ্বাচনত অৱত্তীৰ্ণ হ’ব৷

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd