• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আই পি এলত চুপাৰ অভাৰত পৰাজিত হোৱাৰ গ্লানি মচিলে কলকাতা নাইট ৰাইডাৰ্ছে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 18, 2020 9:50 pm

1 min read

আই পি এলত চুপাৰ অভাৰত পৰাজিত হোৱাৰ গ্লানি মচিলে কলকাতা নাইট ৰাইডাৰ্ছে
3.1k
VIEWS
Share on FacebookShare on Twitter

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত প্ৰথমবাৰৰ বাবে চুপাৰ অভাৰত বিজয়ী হয় কলকাতা নাইট ৰাইডাৰ্ছ।

আজি চানৰাইজ হায়দৰাবাদৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে চানৰাইজ হায়দৰাবাদক চুপাৰ অভাৰত পৰাস্ত কৰিবলৈ সক্ষম হয়।

ইয়াৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছে আই পি এলত তিনিখন চুপাৰ অভাৰৰ খেলত পৰাস্ত হৈছিল।

আজিৰ খেলখনত কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমে বেট ধৰি ১৬৩ ৰান সংগ্ৰহ কৰে ইয়াৰ প্ৰত্যুত্তৰত চানৰাইজ হায়দৰাবাদেও নিৰ্দাৰিত ২০ অভাৰত অধিনায়ক ডেভিড ৱাৰ্ণাৰৰ সুন্দৰ বেটিঙেৰে  ১৬৩ ৰান সংগ্ৰহ কৰাত খেলখন চুপাৰ অভাৰলৈ গতি কৰে।

চুপাৰ অভাৰত কলতাতাৰ বেগী বলাৰ লকি ফাৰ্গুছনে দৰ্শনীয় বলিঙেৰে মাত্ৰ ২ ৰানতে হায়দৰাবাদক সীমাবদ্ধ ৰাখে। ফাৰ্গুছনে ৱাৰ্ণাৰ আৰু আব্দুল ছামাদক আউট কৰে।

মাত্ৰ ৩ ৰানৰ বিজয় লক্ষ্য আগত ৰাখি বেটিং কৰিবলৈ অহা কলকাতাই কোনো উইকেট নেহেৰুৱাকৈ বিজয় সাব্যস্ত কৰে।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd