• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইএম অমৰছিং টিছোৱে ক্ষমা খোজাৰ দাবী কাৰ্বি ৰোং আছাৰ আমেইৰ

নংগি তেৰাং by নংগি তেৰাং
January 2, 2019 9:20 pm
KARAA-Regrets-over-Recent-Statement-of-LKSHA
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ্বি সকলৰ পাৰম্পৰিক গাঁওৰ মুখীয়ালসকলৰ সংগঠন ‘কাৰ্বি ৰোং আছাৰ আমেই’ক (Karbi Rong Asar Amei চমুকৈ KRAA) কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অমৰছিং টিছোৱে সমাজ বিৰোধী উপাদান বুলি অভিহিত কৰাৰ বাবে সংস্থাটোৱে টিছোৱে ক্ষমা বিচৰাৰ দাবী কৰিছে।

উল্লেখ্য যে যোৱা ডিচেম্বৰৰ ২১ তাৰিখ শুকুৰবাৰে ৰংনিহাঙত থকা কাৰ্বি ক্লাবত অনুষ্ঠিত সদৌ কাৰ্বি আংলং চৰকাৰী গাঁওবুঢ়াৰ এখন বাৰ্ষিক সভাত টিছোৱে মন্তব্য কৰিছিল যে কাৰ্বি ৰোং আছাৰ আমেই হৈছে এটা তথাকথিত কাৰ্বি পৰম্পৰাগত গাওঁৰ মুখীয়ালসকলৰ সংগঠন। টিছোৱে মন্তব্য কৰিছিল যে এই সংগঠনসমূহে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত গাওঁবুঢ়া ব্যৱস্থাটো ধ্বংস কৰিব বিচাৰি আছে।

Apply Now

আজি ২ জানুৱৰি বুধবাৰে কাৰ্বিং আংলঙৰ জিলা প্ৰেছ ক্লাবৰ আলোচনাকক্ষত অনুষ্ঠিত এটা আলোচনাচক্ৰত কাৰ্বি ৰোং আছাৰ আমেইৰ সভাপতি ধৰমছিং টেৰনে কৈছে, ‘‘টিছোৱে ডিচেম্বৰৰ ২১ তাৰিখ শুকুৰবাৰে ৰংনিহাঙৰ কাৰ্বি ক্লাবত অনুষ্ঠিত সদৌ কাৰ্বি আংলং চৰকাৰী গাঁওবুঢ়াৰ এখন বাৰ্ষিক সভাত টিছোৱে মন্তব্য কৰিছিল যে কাৰ্বি ৰোং আছাৰ আমেই হৈছে এটা তথাকথিত কাৰ্বি পৰম্পৰাগত গাওঁৰ মুখীয়ালসকলৰ সংগঠন আৰু সমাজ বিৰোধী উপাদান বুলি অভিহিত কৰিছিল। তেওঁ কয় যে টিছোৱে কাৰ্বি পৰম্পৰা, ইয়াৰ প্ৰচলিত আইন আৰু সামাজিক আচাৰ অনুষ্ঠানৰ বিষয়ে অৱগত নহয়। তেওঁ যদি কাৰ্বি হয়, তেন্তে তেওঁ সম্প্ৰদায়টোৰ পৰম্পৰাসমূহৰ বিষয়ে অৱগত হ’ব লাগে।’’

‘কাৰ্বি ৰোং আছাৰ আমেইৰ সভাপতি টেৰনে বিচাৰিছে যে কাৰ্যবাহী সদস্য টিছোৱে সংগঠনটোৰ ওচৰত ক্ষমা খোজক। যদিহে তেওঁ ক্ষমা নোখোজে তেন্তে ইএম গৰাকীৰ বিৰুদ্ধে এটা শক্তিশালী প্ৰতিবাদী আন্দোলন গঢ়ি তোলা হ’ব বুলি প্ৰকাশ কৰে।

নংগি তেৰাং

নংগি তেৰাং

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd