DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ল’কডাউনৰ সময়ত সৰ্থেবাৰীৰ কেইবাখনো গাঁৱত খাদ্য সামগ্ৰী বিতৰণ কৃষ্ণগুৰু সেৱাশ্ৰমৰ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
April 7, 2020 9:35 pm
sarthebari story

সৰ্থেবাৰীত কৃষ্ণগুৰু সেৱাশ্ৰমৰ লোকৰ খাদ্য সামগ্ৰী বিতৰণৰ দৃশ্য

1.4k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰে ঘোষণা কৰা ল’কডাউনৰ সময়ত ঘৰৰ ভিতৰত আৱদ্ধ হৈ পৰিছে দেশৰ জনসাধাৰণ।

এই সময়ছোৱাত অত্যাৱশকীয় খাদ্য-সামগ্ৰীৰ অভাৱত পৰিছে গৰিষ্ঠ সংখ্যক লোক। এনে লোকসকলক সকাহ দিয়াৰ উদ্দেশ্যে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু দল-সংগঠন আৰু সদাশয় লোকে সহায়ৰ হাত আগবঢ়াইছে।

আজি আৰ্তজনৰ কাষত থিয় দিয়ে কৃষ্ণগুৰু সেৱাশ্ৰম। বৰপেটা জিলাৰ নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমৰ কৃষ্ণগুৰুৰ তত্বাৱধানত আৰু কৃষ্ণগুৰু আন্তৰ্জাতিক পৰিচালনা সমিতিৰ সহযোগিতাত ভক্তি মাতৃ কুন্তলা পাটোৱাৰী গোস্বামীৰ নেতৃত্বত সেৱাশ্ৰমৰ তৰফৰ পৰা সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত কুৰিহা, এৰা, বামুন্দী, নামশলা পাম আদি কেইবাখনো গাঁৱৰ ৯০০ পৰিয়ালৰ মাজত অত্যাৱশকীয় খাদ্য-সামগ্ৰী বিতৰণ কৰা হয়।

ভক্তি মাতৃ কুন্তলা পাটোৱাৰী গোস্বামীয়ে লোকসকলক সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সঘনাই হাত ধুৱা আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে।

আনহাতে, জৰুৰীকালীন সেৱাত নিয়োজিত চিকিৎসা কৰ্মী, নাৰ্চ আৰু সংবাদ মাধ্যমৰ কৰ্মীসকলক কৃতজ্ঞতা জ্ঞাপন কৰে কুন্তলা পাটোৱাৰী গোস্বামীয়ে।

উল্লেখ্য যোগ্য যে, লকডাউনৰ সময়ত কৃষ্ণগুৰু সেৱাশ্ৰমৰ কৃষ্ণগুৰু চিকিৎসা সেৱা সমিতিয়েও চাৰিদিন পূৰ্বে দৰিদ্ৰ পৰিয়ালৰ মাজত অত্যাৱশকীয় খাদ্য-সামগ্ৰী বিতৰণ কৰিছিল।

Tags: COVID-19

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd