• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম-মেঘালয়ৰ প্ৰস্তাৱিত কুলশী নদী জলবিদ্যুৎ প্ৰকল্পৰ তীব্ৰ বিৰোধিতা দল সংগঠনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 26, 2025 11:04 am
102
VIEWS
Share on FacebookShare on Twitter

কুলশী নদীত ৫৫ মেগাৱাটৰ জলবিদ্যুৎ প্ৰকল্পৰ প্ৰস্তাৱৰ বিৰুদ্ধে দক্ষিণ-পশ্চিম অসমত ১৯টা সংগঠনৰ সদস্যই ২৫ জুনত প্ৰতিবাদ সাব্যস্ত কৰে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাক স্মাৰক পত্ৰ দাখিল কৰে।

২ জুনত আন্তঃৰাজ্যিক সীমান্তৰ বিবাদিত অঞ্চলসমূহ সমাধানৰ লক্ষ্যৰে এখন বৈঠকৰ অন্তত এই প্ৰকল্পৰ কথা ঘোষণা কৰিছিল। সদৌ ৰাভা ছাত্ৰ সন্থা আৰু খাচী ছাত্ৰ সন্থাকে ধৰি সংগঠনসমূহে এই বান্ধ নিৰ্মাণৰ পৰিকল্পনা অযুক্তিকৰ বুলি মত প্ৰকাশ কৰে আৰু ইয়াৰ ফলত স্থানীয় কৃষি, মীন আৰু পৰিৱেশত বিৰূপ প্ৰভাৱ পৰিব বুলি মত প্ৰকাশ কৰে। আৰু চৰকাৰৰ এনে সঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰি অহিছে।

বিশেষকৈ খৰালি কালত নদীৰ পানীৰ স্তৰ আৰু প্ৰস্তাৱিত বান্ধৰ স্থানৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত চানডুবিকে ধৰি ১২টা জলাশয়ত ইয়াৰ প্ৰভাৱৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰে। ক্ষতিগ্ৰস্ত জনসংখ্যাৰ ভিতৰত গাৰো, খাচী আৰু ৰাভা জনজাতি জনগোষ্ঠীৰ কেইবাখনো গাঁও আছে, যিয়ে মাটিৰ নথি-পত্ৰৰ অভাৱত জীৱিকা আৰু ক্ষতিপূৰণৰ যোগ্যতা হেৰুৱাৰ আশংকা প্ৰকাশ কৰিছে।

ইয়াৰোপৰি কুলশী নদীৰ পৰিৱেশগত গুৰুত্বৰ ওপৰত আলোকপাত কৰি সংস্থাসমূহে আই ইউচিএনৰ বিলুপ্ত প্ৰায় জীৱৰ তালিকাত থকা গংগা নদীৰ ডলফিনৰ বাবে সম্ভাৱ্য ভাবুকিৰ কথাও উল্লেখ কৰে। আৰু দুয়োখন ৰাজ্য চৰকাৰক এই প্ৰকল্পৰ বিষয়ে পুনৰ বিবেচনা কৰি এই সিদ্ধান্ত বাতিল কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য যে চানডুবিৰ ৰাইজে উন্নয়নৰ নামত জৈৱবৈচিত্ৰ ধ্বংসকাৰী তথা জনজীৱন বিপন্ন কৰিব পৰা চৰকাৰ এনে প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদ কৰি অহিছে।

Recent News

ম্যাদ উকলি গৈছে ঔষধৰ! এই ১৭টা ঔষধ এতিয়াই টয়লেটত ফ্লাছ কৰক, নহ’লে বাঢ়িব বিপদ

ম্যাদ উকলি গৈছে ঔষধৰ! এই ১৭টা ঔষধ এতিয়াই টয়লেটত ফ্লাছ কৰক, নহ’লে বাঢ়িব বিপদ

জেকলিন ফাৰ্ণাণ্ডেজে বলীউডৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছে নেকি ? আধ্যাত্মিক দিশৰ প্ৰতি আকৰ্ষিত হৈছে অভিনেত্ৰীগৰাকী

জেকলিন ফাৰ্ণাণ্ডেজে বলীউডৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছে নেকি ? আধ্যাত্মিক দিশৰ প্ৰতি আকৰ্ষিত হৈছে অভিনেত্ৰীগৰাকী

কৃত্ৰিম বুদ্ধিমত্তাই ৰাহি কৰিলে মাইক্ৰ’ছফ্টৰ ৪০০০ কোটি টকাঃ ৯ হাজাৰ লোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পাছত দাবী কোম্পানীটোৰ

কৃত্ৰিম বুদ্ধিমত্তাই ৰাহি কৰিলে মাইক্ৰ’ছফ্টৰ ৪০০০ কোটি টকাঃ ৯ হাজাৰ লোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ পাছত দাবী কোম্পানীটোৰ

অসমৰ চাদৰ-মেখেলাক আন্তৰ্জাতিক মঞ্চত প্ৰতিষ্ঠা কৰা অন্যতম অসমীয়া – সংযুক্তা দত্ত

অসমৰ চাদৰ-মেখেলাক আন্তৰ্জাতিক মঞ্চত প্ৰতিষ্ঠা কৰা অন্যতম অসমীয়া – সংযুক্তা দত্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd