• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ফেব্ৰুৱাৰীত শ্বুটিং! ‘ডায়েৰী অৱ মণিপুৰ’ৰ জৰিয়তে বলীউডত অভিষেক ঘটিব মহাকুম্ভৰ মনালিছাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 31, 2025 11:03 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাকুম্ভ ২০২৫ য়ে সলাই পেলালে ভাগ্যৰ চকৰি। প্ৰয়াগৰাজত ভৰি দিয়াৰ পিছত নিশাৰ ভিতৰতে চাঞ্চল্যৰ সৃষ্টি কৰিছে পাথৰৰ হাৰ বিক্ৰেতা মনালিছা ভোছলেই। যাক লৈ বৰ্তমান সমগ্ৰ দেশতে উৎসুকতা বিয়পি পৰিছে।

পেটৰ দায়ত কুম্ভ মেলালৈ মালা বিক্ৰী কৰিবলৈ অহাৰ পিছত মেকুৰী চকুঁৱা এইগৰাকী যুৱতীয়ে গ্লেমাৰ জগতৰ পৰা আমন্ত্ৰণ পালে। ইয়াৰ পূৰ্বেও চৰ্চা হৈছিল যে তেওঁ আল্লু অৰ্জুনৰ নায়িকা হ’ব। সেই জল্পনা-কল্পনাৰ মাজতে মনালিছাৰ বলীউডত অভিষেক ঘটাৰ খবৰ আহিল।

Apply Now

যদিও দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ জগতৰ খবৰ এতিয়াও চূড়ান্ত হোৱা নাই, তথাপিও হিন্দী মনোৰঞ্জন জগতত ভৰি দিয়াটো নিশ্চিত মনালিছা ভোছলে।

মহাকুম্ভৰ এই ভাইৰেল তাৰকাগৰাকীয়ে সনোজ মিশ্ৰৰ পৰিচালনাত নিৰ্মিত হ’ব লগা ‘মণিপুৰৰ ডায়েৰী’ ছবিত অভিনয় কৰিবলৈ ওলাইছে। যিয়ে ইয়াৰ পূৰ্বে ‘দ্য ডায়েৰী অৱ ৱেষ্ট বেংগল’ ছবিখন পৰিচালনা কৰিছিল। অৱশ্যে সেই চিনেমাখনে কেতিয়াও দিনৰ পোহৰ দেখা নাপালে!

শেহতীয়াকৈ পৰিচালকগৰাকীয়ে নিজেই মনালিছাৰ মহেশ্বৰৰ ঘৰলৈ গৈছিল। তাৰ পৰাই সনোজ মিশ্ৰই এখন ছবি পোষ্ট কৰি মনালিছাৰ বলীউডত অভিষেক ঘটোৱাৰ কথা ঘোষণা কৰে।

জানিব পৰা মতে অহা ফেব্ৰুৱাৰী মাহত ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব। তাত কুম্ভ মেলাৰ পৰা ভাইৰেল হোৱা মনালিছায়ো যোগ দিব। পৰিচালনাৰ উপৰিও সনোজ নিজেই ‘মণিপুৰৰ ডায়েৰী’ ছবিখনৰ কাহিনীকাৰো।

ইয়াৰ পূৰ্বে খবৰ ওলাইছিল যে দক্ষিণৰ মনোৰঞ্জন জগতৰ পৰা মনালিছালৈ হেনো ফোন আহিছে। আল্লু অৰ্জুনে হেনো তেওঁক ‘পুষ্পা ৩’ত নায়িকা হিচাপে অভিনয় কৰাব বিচাৰিছে। যদি সচাঁকৈয়ে এনেকুৱা হয়, তেন্তে ভাগ্যৰ চকৰিটো ঘূৰি গৈছে! স্কুলৰ দুৱাৰমুখ কেতিয়াও পাৰ নোহোৱা ছোৱালীজনী। ঘৰত পিতৃ-মাতৃ। একমাত্ৰ উপাৰ্জনকাৰী। পাথৰৰ মালা বিক্ৰী কৰাটোৱে পেছা।

View this post on Instagram

A post shared by Sanoj Mishra (@sanojmishra)

ভাইৰেল হোৱাৰ পিছত বিৰক্ত যুৱতীগৰাকীয়ে কয়, “মই বনোৱা মালাতকৈও মানুহে মোৰ প্ৰতি বেছি আগ্ৰহী। বিক্ৰী নাই। য’তেই যাওঁ মোৰ পিছে পিছে মানুহ দৌৰিছে। এই বছৰৰ মেলাখনে মোৰ সৰ্বনাশ কৰি পেলালে।” এই কথাত তেওঁৰ পৰিয়ালৰ লোক ইমানেই বিৰক্ত যে মনালিছাক কুম্ভমেলাৰ পৰা আঁতৰাই নি খাৰগাঁও জিলাৰ মহেশ্বৰত থকা ঘৰলৈ পঠিয়াই দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

June 6, 2026 7:54 pm
মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

June 6, 2026 7:39 pm
মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

June 6, 2026 6:54 pm
কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

June 6, 2026 6:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

June 6, 2026 7:54 pm
মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

June 6, 2026 7:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd