• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ব্যতিক্ৰম! সম্পত্তি বিক্ৰী কৰি হ’লেও বৃক্ষৰোপণত হাৰ নমনা বিশ্বনাথৰ এজন প্ৰচাৰ বিমুখ ব্যক্তি

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
July 31, 2021 2:06 pm
Kumud Baruah final

ফটো: নৰ্থইষ্ট নাও।

149
VIEWS
Share on FacebookShare on Twitter

নিজৰ সম্পত্তি বিক্ৰী কৰি হ’লেও বৃক্ষৰোপণত হাৰ নমনা এজন ব্যক্তি হৈছে বিশ্বনাথ চাৰিআলিৰ বামগাঁওৰ কুমুদ বৰুৱা।

প্ৰসাৰ আৰু প্ৰচাৰৰ পৰা বিৰত থকা এইজন ব্যক্তিৰ বাবে আজি বিশ্বনাথ চাৰিআলিৰ নগৰৰ মাজমজিয়াৰ দৃশ্যপটেই সলনি হৈ পৰিছে।

এক কথাত বিশ্বনাথক সেউজীয়া কৰি তোলাৰ বাবে নিৰন্তৰ চেষ্টা চলাইছে এইজন ব্যক্তিয়ে। পেছাত এগৰাকী অধিবক্তা যদিও বৃক্ষৰোপণৰ বাবে তেওঁ বহু ত্যাগ কৰিলে।

সাধাৰণতে পৰিৱেশ দিৱস হিচাপে উদযাপন কৰা দিনাখনেই সকলোৱে বৃক্ষৰোপণ কাৰ্যসূচী পালন কৰে বা বিশেষ অনুষ্ঠানত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰে। কিন্তু এইগৰাকী ব্যক্তিৰ বাবে প্ৰতিটো দিনেই যেন পৰিৱেশ দিৱস।

তেওঁৰ প্ৰচেষ্টাত তেজপুৰ চহৰেই নহয়, বিশ্বনাথ চাৰিআলি নগৰৰ মাজমজিয়াৰ লগতে আহোম যুগৰ ঐতিহাসিক দেৱালয় সমৃদ্ধ গুপ্তকাশী বিশ্বনাথ ঘাটতো ইতিমধ্যে ৰাজপথৰ দুয়োকাষে গছ পুলি ৰোপণ কৰি সম্পূৰ্ণ পৰিবেশ সলনি কৰাৰ এক ব্যতিক্ৰমী যাত্ৰা আৰাম্ভ হৈছে।

উল্লেখ্য যে সম্পূৰ্ণ নিজাববীয়া খৰচত শেষ উশাহ থকালৈকে ৰাইজৰ হৈ তথা মানৱ জাতিৰ হিতে কাম কৰি যোৱাৰ বাবে ইতিমধ্যে তেওঁ যেন নিজক প্ৰতিজ্ঞা বদ্ধ কৰি লৈছে।

এই মুহূৰ্তলৈকে নগৰ অঞ্চলৰ পৰা গ্ৰামাঞ্চল পৰ্যন্ত সৰ্বমুঠ ৩০০০ হেজাৰৰো অধিক গছ পুলি ৰুবলৈ সক্ষম হৈছে যাৰ বাবে তেওঁৰ এই প্ৰচেষ্টাৰ প্ৰতি অনুপ্ৰাণিত হৈ আগবাঢ়ি আহিছে নৱ প্ৰজন্ম‌ও।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd