• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাতী-মানুহৰ সংঘাত: প্ৰথমবাৰৰ বাবে উত্তৰ-পূব ভাৰতত অভিলাসী আচঁনি ‘ৰি-হেব’ৰ শুভ উদ্বোধন

নীলমনি শর্মা, কৃষ্ণাই by নীলমনি শর্মা, কৃষ্ণাই
December 13, 2021 7:48 am
Screenshot_2021-12-03-13-10-13-70_f2cb81fb7cf38af7978f186f2a61634a

ফটো: নৰ্থইষ্ট নাও।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰা গোৱালপাৰা জিলাত হাতী-মানুহৰ সংঘাত প্ৰৰিৰোধ তথা স্থায়ী সমাধানৰ বাবে আগবাঢ়ি আহিছে কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়োগ৷

গোৱালপাৰাৰ মৰনৈত কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়োগে উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে শুভাৰম্ভ কৰে ’ৰি-হেব’ নামৰ এখন অভিলাসী আচঁনি।

এই আচঁনিৰ যোগেদি বনৰীয়া হাতী আৰু মানুহৰ সংঘাত নিৰ্মূল কৰিব আৰু বনৰীয়া হাতী উপদ্ৰৱ থকা অঞ্চলসমূহত ঘুৰি আহিব স্থায়ী শান্তি৷

Apply Now

 “ৰি-হেব“ হ’ল মৌ মাখিৰ পৰা মানুহক বনৰীয়া হাতীৰে সংঘাতৰ পৰা পৰিত্ৰাণ দিয়াৰ এক অভিনৱ প্ৰকল্প। প্ৰথম অৱস্থাত কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়োগে এই অভিলাসী আঁচনিখন ৰূপায়ণৰ বাবে নিৰ্বাচিত কৰি লৈছে জিলাখনৰ মৰনৈ আৰু দহিকটা অঞ্চল৷

Also Read: কোচ ৰাজবংশীক পুনৰ ডি ভোটাৰ সজাই বিদেশীৰ জাননী,কোচ ৰাজবংশী জাতীয় পৰিষদৰ তীব্ৰ প্ৰতিক্ৰিয়া

সম্প্ৰতি আন ভিন্ন অঞ্চলৰ লগতে মৰনৈ আৰু দহিকটাত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত৷

কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়োগে ইতিমধ্যেই এই দুয়োটা অঞ্চলত স্থাপন কৰাৰ বাবে মৰনৈ আৰু দহিকটাৰ হাতী অহাযোৱা কৰা বাটত সংস্থাপন কৰিব প্ৰায় তিনি শতাধিক মৌ বাহ।

ইতিমধ্যে হাতী আহিব পৰা স্থানসমূহত এই মৌ বাহ সমূহ ৰখা হৈছে৷ মৌৰ গুণ গুণ শব্দই বনৰীয়া হাতীৰ প্ৰধান শত্ৰু। মৌ মাখিৰ বাবে বনৰীয়া হাতীয়ে আগুৱাই যোৱাটো সম্ভৱ নহব৷

এনেদৰে কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়োগে গোৱালপাৰা বন বিভাগৰ সহযোগত পোন প্ৰথম বাৰৰ বাবে গোৱালপাৰা জিলাত ৰূপায়ন কৰিছে এই অভিনৱ পদক্ষেপ৷

Also Read: টীয়কত বন্যহস্তীৰ তাণ্ডৱ : বাসগৃহ ভাঙি লণ্ড-ভণ্ড,নিৰ্বিকাৰ বন বিভাগ

আচঁনিৰ শুভ উদ্বোধন কৰে কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়গোৰ অধ্যক্ষ বিনাই কুমাৰ ছাক্সেনাই৷ ইতিমধ্যে আয়োগে মৰনৈ আৰু দহিকটা অঞ্চলৰ বাবে বিনামূলীয়াকৈ এই মৌৰ বাহ সমূহ যোগান ধৰিছে ৷ হাতীয়ে মৌ বাহ নষ্ট কৰিলে পুনৰায় আয়োগে যোগান ধৰিব ৷

ইপিনে, মৌ বাহ সমূহৰ পৰা লাভ কৰা মৌৰ ৰস গৃহস্থই ব্যৱসায় কৰাৰ সুবিধা লাভ কৰিব ৷ হাতী অহা সম্ভৱনা থকা পথৰ কাষৰ প্ৰতিটো গৃহস্থই লাভ কৰিব দহটাকৈ মৌৰ বাহ।৷

হাতীৰ উপদ্ৰৱত জৰ্জৰিত লোকসকলে কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়োগৰ এই আচঁনিৰ পৰা উপকৃত হোৱাৰ লগতে গোৱালপাৰাত হাতী-মানুহৰ সংঘাত প্ৰশমিত কৰাত কিছু সহায়ক হব বুলি আশা কৰা হৈছে।

Also Read: গোলাঘাটৰ বন বিষয়াৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি, চকীদাৰক প্ৰহাৰ

অনুষ্ঠানত কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়োগৰ বিষয়ববীয়াৰ লগতে জিলা বনবিষয়া, গোৱালপাৰা সৈনিক স্কুলৰ অধ্যক্ষকে ধৰি ভালে সংখ্যক লোক উপস্থিত থাকে৷

নীলমনি শর্মা, কৃষ্ণাই

নীলমনি শর্মা, কৃষ্ণাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd