• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ত সৰ্বাধিক বঁটা লাভ কৰি উজলিল ‘লাপাতা লেডিজ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 12, 2025 9:30 pm
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাটৰ আহমেদাবাদ চহৰত অনুষ্ঠিত হৈ যায় ৭১ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডছ। কাংকাৰিয়া হ্ৰদৰ ইকা এৰিণাত আয়োজিত বলীউডৰ এই সৰ্ববৃহৎ চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত আছিল বহু তাৰকা। শ্বাহৰুখ খান, কৰণ জোহৰ আৰু মনীশ পলে আঁত ধৰা এই অনুষ্ঠানত বলীউডৰ কেইবাগৰাকী তাৰকাই আকৰ্ষণীয় নৃত্য পৰিৱেশন কৰে।

অনুষ্ঠানত সকলোৰে চৰ্চাত আছিল কিৰণ ৰাওৰ পৰিচালনাত নিৰ্মিত ছবি ‘লাপাতা লেডিজ’। শ্ৰেষ্ঠ চলচ্চিত্ৰ, শ্ৰেষ্ঠ পৰিচালকৰ বঁটাকে ধৰি মুঠ ১৩টা বঁটা লাভ কৰি এই ছবিখনে সৰ্বাধিক বঁটা বিজয়ী হিচাপে পৰিগণিত হয়।

Apply Now

এই অনুষ্ঠানত লাইফটাইম এচিভমেণ্ট বঁটা লাভ কৰে জিনাত আমানে আৰু মৰণোত্তৰভাৱে এই সন্মান লাভ কৰে প্ৰয়াত শ্যাম বেনেগালে। ভাৰতীয় চিনেমাৰ সোণালী যুগ উদযাপন কৰি তাৰকা নুতন, মীনা কুমাৰী আৰু দিলীপ কুমাৰক চিনে আইকন বঁটাৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

ফিল্মফেয়াৰ বঁটা ২০২৫: বিজয়ীৰ সম্পূৰ্ণ তালিকা

শ্ৰেষ্ঠ ছবি: লাপাতা লেডিজ 

শ্ৰেষ্ঠ পৰিচালক: কিৰণ ৰাও (লাপাতা লেডিজ) 

শ্ৰেষ্ঠ অভিনেতা: অভিষেক বচ্চন (আই ৱাণ্ট টু টক) আৰু কাৰ্তিক আৰিয়ান (চন্দু চেম্পিয়ন) 

শ্ৰেষ্ঠ অভিনেত্ৰী: আলিয়া ভাট (জিগ্ৰা) 

সমালোচকৰ বঁটা, শ্ৰেষ্ঠ অভিনেতা: ৰাজকুমাৰ ৰাও (শ্ৰীকান্ত) 

সমালোচকৰ বঁটা, শ্ৰেষ্ঠ অভিনেত্ৰী: প্ৰতিভা ৰন্ত (লাপাতা লেডিজ) 

শ্ৰেষ্ঠ সহ-অভিনেতা: ৰবি কিষাণ (লাপাতা লেডিজ) 

শ্ৰেষ্ঠ সহ-অভিনেত্ৰী: ছায়া কদম (লাপাতা লেডিজ) 

সমালোচকৰ বঁটা, শ্ৰেষ্ঠ ছবি: শ্বুজিত ছিৰকাৰ (আই ৱাণ্ট টু টক) 

শ্ৰেষ্ঠ কাহিনী: আদিত্য ধৰ আৰু মোনাল ঠক্কৰ (আৰ্টিকল ৩৭০) 

শ্ৰেষ্ঠ চিত্ৰনাট্য: স্নেহা দেশাই (লাপাতা লেডিজ) 

শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্য: ৰিতেশ শ্বাহ আৰু তুষাৰ শীতল জৈন (আই ৱাণ্ট টু টক) 

শ্ৰেষ্ঠ সংলাপ: স্নেহা দেশাই (লাপাতা লেডিজ) 

শ্ৰেষ্ঠ সংগীত এলবাম: ৰাম চম্পত (লাপাতা লেডিজ) 

শ্ৰেষ্ঠ গীতৰ কথা: প্ৰশান্ত পাণ্ডে (ছাজনী, লাপাতা লেডিজ) 

শ্ৰেষ্ঠ প্লে-বেক গায়ক: অৰিজিৎ সিং (ছাজনী, লাপাতা লেডিজ) 

শ্ৰেষ্ঠ প্লে-বেক গায়িকা: মধুবন্তী বাগচী (আজ কি ৰাত, ষ্ট্ৰী-২) 

শ্ৰেষ্ঠ বেকগ্ৰাউণ্ড স্ক’ৰ: ৰাম চম্পত (লাপাতা লেডিজ) 

শ্ৰেষ্ঠ শব্দ প্ৰযোজনা: সুভাষ চাহু (কিল) 

শ্ৰেষ্ঠ সম্পাদনা: শিৱকুমাৰ ভি পানিকৰ (কিল) 

শ্ৰেষ্ঠ দৃশ্যগ্ৰহণকাৰী: ৰাফে মেহমুদ (কিল) 

শ্ৰেষ্ঠ প্ৰডাকচন ডিজাইন: ময়ূৰ শৰ্মা (কিল) 

বেষ্ট একশ্যন: চেয়ং অ’হ আৰু পাৰভেজ শ্বেখ (কিল) 

শ্ৰেষ্ঠ সাজ-পোছাক: দৰ্শন জালান (লাপাতা লেডিজ) 

শ্ৰেষ্ঠ ভিএফএক্স: ৰিডিফাইন (মুঞ্জিয়া) 

শ্ৰেষ্ঠ নৃত্য পৰিচালনা: বস্কো-চিজাৰ (টৌবা টৌবা, বেড নিউজ) 

শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী: নীতাঞ্চি গোৱেল (লাপাতা লেডিজ) 

শ্ৰেষ্ঠ নৱাগত অভিনেতা: লক্ষ্য (কিল) 

শ্ৰেষ্ঠ নৱাগত পৰিচালক: কুনাল কেমু (মদগাঁও এক্সপ্ৰেছ) আৰু আদিত্য সুহাষ জম্ভালে (আৰ্টিকল ৩৭০) 

আৰ.ডি বৰ্মন এৱাৰ্ড ফ’ৰ আপকামিং টেলেণ্ট ইন মিউজিক: অচিন্ত্য ঠাক্কৰ (জিগ্ৰা, মিষ্টাৰ এণ্ড মিচেছ মাহী) 

লাইফটাইম এচিভমেণ্ট এৱাৰ্ড: জিনাত আমান আৰু শ্যাম বেনেগাল (মৰণোত্তৰ) 

চিনে আইকন বঁটা: দিলীপ কুমাৰ, নুতন আৰু মীনা কুমাৰী 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm
সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 2:47 pm
‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

October 16, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd