• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বীৰ লাচিত সেনাৰ বিৰুদ্ধে লাচিতৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগ লাচিত সেনাৰ

বৃহৎ নদীবান্ধৰ বিৰুদ্ধে এসময়ত সক্ৰিয় সংগঠনৰ ৰহস্যজনক নীৰৱতাক লৈ প্ৰশ্ন লাচিত সেনাৰ

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
September 6, 2021 2:57 pm
Lachit Sena press meet

টীয়কত লাচিত সেনাৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এসময়ত বৃহৎ নদীবান্ধ নিৰ্মাণৰ বিৰোধিতা কৰা একাংশ সংগঠনৰ অতি সম্প্ৰতি ৰহস্যজনক নীৰৱতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে লাচিত সেনাই।

টীয়কত এক সংবাদ মেল সম্বোধন কৰি লাচিত সেনাৰ সেনাধ্যক্ষ অমৰ বৰুৱাই কয় যে নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বিৰুদ্ধে যিসমূহ সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল সেই সংগঠন সমূহৰ প্ৰতিবাদ স্থবিৰ হৈ পৰাৰ সুযোগ গ্ৰহণ কৰি এন এইচ পি চিয়ে নদী বান্ধ নিৰ্মাণৰ কাম অব্যাহত ৰাখিছে।

সেয়ে লাচিত সেনাই নদীবান্ধৰ বিৰুদ্ধে সংগ্ৰাম গঢ়ি তোলাৰ হুংকাৰ দিছে।

Apply Now

ইপিনে শেহতীয়াকৈ বিতৰ্কৰ মাজত সোমাই পৰা বীৰ লাচিত সেনাক সমালোচনা কৰা একাংশই লাচিত সেনাক আক্ৰমণৰ লক্ষ্য কৰি লোৱা প্ৰসংগ অবতাৰণা কৰি লাচিত সেনাৰ সেনাধ্যক্ষ বৰুৱাই কয় বীৰ লাচিত সেনা এটা চৰকাৰী পঞ্জীয়ন ভুক্ত সংগঠন। লাচিত সেনা এনেধৰণৰ সংগঠন নহয়।

তাৎপৰ্যপূৰ্ণভাৱে  লাচিতৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ নামত যোৰহাট জিলাৰ উপায়ুক্তৰ যোগেদি প্ৰদান কৰা অনিৰ্ধাৰিত পুজিৰে বীৰ লাচিত সেনাই আজিও লাচিতৰ প্ৰতিমূৰ্তি নিৰ্মাণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে লাচিত সেনাই। সংগঠনটোৱে শীঘ্ৰে ইয়াৰ এক উপযুক্ত তদন্তৰ দাবী জনাইছে ।

বঙালী সম্প্ৰদায়ৰ প্ৰতি বীৰ লাচিত সেনাৰ এজন নেতাই কৰা আষ্ফালনে বৰ অসমৰ সংহতি বিনষ্ট কৰিব বুলি কৈ কোনো এজন বঙালী সম্প্ৰদায়ৰ লোকৰ বাবে সমগ্ৰ বঙালী জাতিক আক্ৰমণ কৰাটো গ্ৰহণযোগ্য নহয় বুলি ব্যক্ত কৰে।

উল্লেখযোগ্য যে লাচিত সেনাৰ কাৰ্যালয়ত অনুষ্ঠিত কাৰ্যনিৰ্হবাক সভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বেলিকা চৰকাৰৰ থেৰু-গেৰু নীতিৰ সমালোচনা কৰাৰ লগতে শীঘ্ৰে এই ক্ষেত্ৰত এক সিদ্ধান্ত গ্ৰহণৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায়।

তদুপৰি, কৃষকৰ বিভিন্ন সমস্যা সমাধানৰ লগতে ধান উচিত মূল্য যাতে কৃষকসকলে লাভ কৰে তাৰ ব্যৱস্থা কৰাৰ বাবে দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে।

নিৰ্মলেন্দু পাঠক

নিৰ্মলেন্দু পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

October 15, 2026 8:55 am
চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

October 15, 2026 7:38 am
দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

October 15, 2026 8:55 am
চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

October 15, 2026 7:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd