DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইপিনে গুণোৎসৱ, আনপিনে মাত্ৰ এজন শিক্ষকৰে এটা কোঠাতে চলিছে পাঁচটাকৈ শ্ৰেণীৰ পাঠদান

ৰিদিপ শৰ্মা,কলিয়াবৰ by ৰিদিপ শৰ্মা,কলিয়াবৰ
May 12, 2022 9:51 am
166
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত বুধবাৰৰ পৰা আৰম্ভ হৈছে গুণোৎসৱ। কিন্তু এই গুণোৎসৱৰ সময়তে কলিয়াবৰ শিক্ষাখণ্ডৰ অধীনত ৰেকাপাহাৰস্থিত নিজৰি বস্তি প্ৰাথমিক বিদ্যালয়ৰ দুখ লগা ছবিখন পোহৰলৈ আহিছে।

১৯৮২ চনতে স্থাপন হোৱা বিদ্যালয়খনত মাত্ৰ এজন শিক্ষকৰে এটা কোঠাতে চলিছে পাঁচটাকৈ শ্ৰেণীৰ পাঠদান।

শতাধিক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনত প্ৰথম অৱস্থাত নাছিল এজনো শিক্ষক।

২০২১ বৰ্ষত ৰেকাপাহাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা বিচিত্ৰ বৰা নামৰ শিক্ষকজনক সংযোগী শিক্ষক হিচাপে নিযুক্তি দিয়ে।

আনহাতে এই পাঁচটা শ্ৰেণীৰ বাবে এটা কোঠাতে পাঠদান কৰিব লগীয়া হৈছে শিক্ষকজনে।

একমাত্ৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ লগতে মাতৃ গোটৰ সদস্যাসকলে আহি শিক্ষকজনক সহায়ৰ হাত আগবঢ়াই আহিছে।

শীঘ্ৰে বিদ্যালয়খনত শিক্ষক নিযুক্তি দিবলৈ অনুৰোধ জনাইছে পৰিচালনা সমিতিয়ে।

ৰাজ্য চৰকাৰে ঢাক-ঢোল বজাই গুণোৎসৱ অনুষ্ঠিত কৰাৰ সময়তে এনেবোৰ কথায়ো এতিয়া ভবাই তুলিছে ৰাজ্যৰ সচেতন মহলক।

Recent News

৩১ জানুৱাৰীত ভাস্কৰ জ্যোতি মহন্তৰ অৱসৰ; পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং!

৩১ জানুৱাৰীত ভাস্কৰ জ্যোতি মহন্তৰ অৱসৰ; পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং!

ঘৃণা এবিধ প্ৰজ্জ্বালক

ঘৃণা এবিধ প্ৰজ্জ্বালক

লাচিত বৰফুকনক বিকৃত ৰূপত উপস্থাপনৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল যুৱ কংগ্ৰেছ

লাচিত বৰফুকনক বিকৃত ৰূপত উপস্থাপনৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল যুৱ কংগ্ৰেছ

অসমত আৰক্ষীৰ “এনকাউণ্টাৰ” সন্দৰ্ভত পিআইএল খাৰিজ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

অসমত আৰক্ষীৰ “এনকাউণ্টাৰ” সন্দৰ্ভত পিআইএল খাৰিজ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd