• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এশ এবুৰি সমস্যাৰে জৰ্জৰিত লাহৰীঘাট উপ-ডাকঘৰ, সাধাৰণ ৰাইজৰ হাৰাশাস্তি

জাহিৰুল ইছলাম by জাহিৰুল ইছলাম
September 7, 2018 6:15 pm
Lahorighat Sub-Post Office
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যি সময়ত কেন্দ্ৰীয় চৰকাৰে ডাকসেৱাৰ আধুনিকীকৰণৰ বাবে কেতবোৰ অভিলাষী আঁচনি হাতত লৈছে সেই সময়তে ৰাজ্যৰ একাংশ ডাকঘৰৰ শোচনীয় অৱস্থাই সাধাৰণ ৰাইজক বাৰুকৈয়ে জলা-কলা খুৱাই আহিছে।

এনে এটা ডাকঘৰ হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাট উপ-ডাকঘৰ। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ নতুন নীতি-নিয়মানুসাৰে ডাকঘৰৰ কাম-কাজৰ পৰিসৰ যথেষ্ট বৃদ্ধি হৈছে। কিন্তু উক্ত ডাকঘৰটোৰ এশ এবুৰি সমস্যাই গ্ৰাহক ৰাইজক সেৱা দিয়াৰ বিপৰীতে যমৰ যাতনাহে ভোগাইছে। তাৰোপৰি ভুতৰ ওপৰত দানহৰ দৰে বৃহত্তৰ লাহৰীঘাট অঞ্চৰ অনিয়মীয়া বিদ্যুৎ যোগানেও বিভিন্ন কাম-কাজত যথেষ্ট অসুবিধা দি আহিছে।

Apply Now

উল্লেখযোগ্য যে শেহতীয়া নিৰ্দেশনা অনুসৰি অন্যান্য ডাকঘৰৰ লগতে লাহৰীঘাট উপ-ডাকঘৰটো বিত্তীয় লেনদেন, আধাৰ কাৰ্ডকে ধৰি বিভিন্ন কাম-কাজ সম্পাদন কৰিব লাগে। তাৰোপৰি আধাৰ কাৰ্ড প্ৰাপ্তিৰ কাৰণে ডাকঘৰত একাউণ্ট থকাটো বাধ্যতামূলক কৰা হৈছে, যাৰ পৰিপ্ৰেক্ষিতত লোকসকল ডাকঘৰৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰিছে।

কিন্তু সমস্যাৰে ভাৰাক্ৰান্ত তথা কোনোধৰণৰ ন্যূনতম সুবিধা নথকা ডাকঘৰটোৰ অৱস্থাই স্থানীয় গ্ৰাহকক ভীষণ হাৰাশাস্তিহে দিয়া বুলি একাংশ ভূক্তভোগী ৰাইজে অভিযোগ কৰিছে। উপ-ডাকঘৰটোত সাধাৰণ লোকৰ বাবে দূৰৰে কথা জ্যেষ্ঠ নাগৰিকৰ বাবেও বহাৰ কোনো সুব্যৱস্থা নাই। ফলত গ্ৰাহকসকলে ঘণ্টাই ঘণ্টাই থিয় দি থাকি কাম-কাজ সম্পাদন কৰিবলৈ বাধ্য হয়।

আনহাতে, প্ৰাপ্ত অভিযোগ অনুসৰি সম্প্ৰতি কাৰ্যালয়টোত বিত্তীয় লেনদেনৰ ক্ষেত্ৰতো বহু সমস্যাই দেখা দিছে। যাৰ বাবে নিজৰ কষ্টোপাৰ্জিত জমা ধনৰাশি মোকলাবলৈও গ্ৰাহকসকলে তিক্ত যন্ত্ৰণা ভোগ কৰিব লাগে। তাতে আকৌ কেতিয়াবা লিংক নাই, কেতিয়াবা ছাৰ্ভাৰ ডাউন। আনকি উপ-ডাকঘৰটোৰ অধীনস্থ ১১টা শাখা ডাকঘৰৰ কোনো এজন কৰ্মচাৰীয়ে অন্তিম মাহৰ দৰমহা লাভ কৰা নাই।

এই সকলো বিলাকৰ উপৰি চোৱাচিতাৰ অভাৱত ডাকঘৰটোৰ এটাৰ লোহাৰ চন্দুক বিগত ছমাহ ধৰি মাটিত পৰিত্যক্ত অৱস্থাত পৰি থাকি মামৰে ধৰি সম্প্ৰতি নিঃশ্চিহ্ন হ’বলৈ ধৰিছে।

ভূক্তভোগী লাহৰীঘাটবাসীয়ে শীঘ্ৰে উক্ত সকলো সমস্যাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে।

জাহিৰুল ইছলাম

জাহিৰুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd