• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে পুনৰ সংস্থাপনৰ আহ্বান স্থানচ্যুত লাইকা বনগাঁৱৰ পৰিয়াল সমূহৰ…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 19, 2025 5:51 pm
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লাইকা বনগাঁও পুনৰ্বাসন দাবী সমিতিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শ শ স্থানচ্যুত পৰিয়ালক পুনৰ সংস্থাপনৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা উচ্ছেদিতসকলৰ বহুতেই চাৰি বছৰতকৈ অধিক সময় ধৰি অস্থায়ী আশ্ৰয় শিবিৰত বাস কৰি আহিছে ।

শুকুৰবাৰে কমিটীয়ে তিনিচুকীয়া উপাযুক্তৰ জৰিয়তে মুখ্যমন্ত্রীলৈ এখন বিশদ স্মাৰক পত্ৰ দাখিল কৰি ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। স্মাৰকপত্ৰখনত এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে ২০২৫ চনৰ নৱেম্বৰ মাহৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে।

Apply Now

২০২১ চনত কেন্দ্রীয় চৰকাৰে নামফাই টাপু অঞ্চলত ৫৭২টা পৰিয়ালৰ বাবে ২৩৮ হেক্টৰ মাটিত অনুমোদন জনাইছিল৷ এতিয়ালৈকে প্ৰায় ১৬০টা পৰিয়াল—প্ৰায় ২০%—নামফাই টাপুত পুনৰ সংস্থাপন কৰা হৈছে। বাকী ৪১২টা পৰিয়াল এতিয়াও কষ্টত আছে।

পুনৰ সংস্থাপনত পলম হোৱাৰ বাবে চলি থকা দুখ-কষ্ট আৰু সামাজিক সমস্যাৰ সৃষ্টি হোৱা বুলিও উল্লেখ কৰা হৈছে।

শেহতীয়া কৈ ক্ষতিগ্ৰস্ত লোকসকলে পুনৰ সংস্থাপনৰ দাবীত বৃহৎ সমাৱেশ অনুষ্ঠিত কৰে। দীৰ্ঘদিন ধৰি মানৱ বসতি থকাৰ পিছতো চৰকাৰে অঞ্চলটো ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা বুলি অভিযোগ উত্থাপন কৰে। সংৰক্ষণৰ নামত উচ্ছেদ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

যুৱ নেতা মিন্টুৰাজ মৰাঙে কয়, “আমাক পুনৰ সংস্থাপন কৰাটো চৰকাৰৰ কৰ্তব্য। আমাৰ গাঁওসমূহ বন আইনৰ অধীনত আছে, আমাক আমাৰ পূৰ্বপুৰুষৰ মাটিৰ পৰা উচ্ছেদ কৰিবলৈ বাধ্য কৰা হৈছে। কঠোৰ নিয়মৰ অধীনত মানুহে জীৱিকা নিৰ্বাহৰ বাবে সংগ্ৰাম কৰি আছে। স্বাভাৱিক জীৱন অতি কঠিন হৈ পৰিছে।”

উল্লেখ্য যে ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত পাহাৰপুৰৰ ভূমি পুনৰুদ্ধাৰ সন্দৰ্ভত প্ৰশ্ন অব্যাহত এতিয়াও আছে। ইয়াৰ বহু অংশ বসতিপ্ৰধান লোক আৰু ব্যক্তিগত চাহ বাগিচাই দখল কৰি আছে। দশক দশক ধৰি তাত বসবাস কৰা স্থানীয় জনজাতীয় সমাজে বন বিভাগৰ এই প্ৰচেষ্টাৰ বিৰোধিতা কৰিছে।

প্ৰতিবাদকাৰীসকলে তাৎক্ষণিকভাৱে পুনৰ্বাসন প্ৰদান আৰু মুখ্যমন্ত্ৰীয়ে বিভাগসমূহক প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ নিৰ্দেশ প্ৰদানৰ লগতে নৱেম্বৰ ২০২৫ৰ পুনৰ্বাসন সম্পূৰণ কৰাৰ দাবী জনাই মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে। ইয়াৰোপৰি ১০ দিনৰ ভিতৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে পুনৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিব বুলি সকীয়াই দিয়া হৈছে স্মাৰকপত্ৰখনত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm
বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd