• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

“মই পলাতক নহয়, প্ৰয়োজন হ’লে মোক গ্ৰেপ্তাৰ কৰক”: সংবাদ মাধ্যমৰ প্ৰচাৰক সমালোচনা ললিত মোদীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 4, 2026 1:58 pm
55
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰ প্ৰাক্তন অধ্যক্ষ ললিত মোদীয়ে নিজৰ ওপৰত আৰোপিত ‘পলাতক প্ৰৱঞ্চক’ উপাধি কঠোৰ ভাষাৰে অস্বীকাৰ কৰিছে। সংবাদ সংস্থা এএনআইক প্ৰদান কৰা এক আছুতীয়া সাক্ষাৎকাৰত তেওঁ স্পষ্ট কৰি দিয়ে যে তেওঁ কৰ্তৃপক্ষৰ পৰা আত্মগোপন কৰি থকা নাই, বৰঞ্চ এই সমগ্ৰ ধাৰণাটো সংবাদ মাধ্যমৰ দ্বাৰা সৃষ্ট এক চাঞ্চল্যহে। ২০১০ চনৰ পৰা বলবৎকাৰী সঞ্চালকালয় (ইডি) আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (বি চি চি আই) অনুসন্ধানৰ সন্মুখীন হোৱা মোদীয়ে আজিকোপতি কোনো গোচৰত দোষী সাব্যস্ত নোহোৱাৰ কথা দোহাৰি নিজকে নিৰ্দোষী সজাবলৈ ভাৰতলৈ উভতি অহাৰ কোনো পৰিকল্পনা নাই বুলি জানিবলৈ দিছে।

নিজকে পলাতক বুলি কৰা দাবীক নস্যাৎ কৰি প্ৰাক্তন ক্ৰিকেট প্ৰশাসকগৰাকীয়ে কয় যে ভাৰতৰ দৰে এখন বিশ্ব মহাশক্তিৰ পৰা লুকাই থকাটো অসম্ভৱ। সমগ্ৰ বিশ্বজুৰি নিৰ্বিঘ্নে ভ্ৰমণ কৰি থকা বুলি উল্লেখ কৰি তেওঁ কয় যে যদিহে তেওঁ প্ৰকৃততে পলাই থাকিলহেঁতেন, তেন্তে ভাৰত চৰকাৰে তেওঁক যিকোনো স্থানৰ পৰা গ্ৰেপ্তাৰ কৰিব পাৰিলেহেঁতেন। চৰকাৰৰ বিৰুদ্ধে যোৱাৰ তেওঁৰ কোনো উদ্দেশ্য নাই বুলি স্পষ্ট কৰি দি তেওঁ এই সমগ্ৰ ঘটনাক আইনী বাস্তৱতাৰ পৰিৱৰ্তে সংবাদ মাধ্যমৰ প্ৰচাৰ বুলি আখ্যা দিয়ে। ভাৰতত মানহানিৰ কঠোৰ আইন নথকাৰ সুযোগ লৈ সংবাদ মাধ্যমে তেওঁৰ বাতৰি বিক্ৰী কৰা বুলিও তেওঁ অভিযোগ উত্থাপন কৰে।

Apply Now

একে সময়তে তেওঁ ভাৰতীয় ন্যায়িক ব্যৱস্থাকো তীব্ৰ সমালোচনা কৰি কয় যে দেশখনত ন্যায় প্ৰক্ৰিয়াৰ বিলম্বিত গতিয়েই এক প্ৰকাৰৰ শাস্তি হৈ পৰিছে। তেওঁৰ বিৰুদ্ধে এতিয়ালৈকে আদালতত কোনো আনুষ্ঠানিক গোচৰ ৰুজু হোৱা নাই বুলি দাবী কৰি মোদীয়ে কৰ্তৃপক্ষক প্ৰত্যাহ্বান জনায় যে প্ৰয়োজনবোধে তেওঁক আদালতলৈ লৈ যাব পাৰে। বিগত ১৭ বছৰে তেওঁক আদালতলৈ নিব নোৱাৰা বিষয়টোক লৈ প্ৰশ্ন উত্থাপন কৰি তেওঁ কয় যে বৰ্তমান পৰিস্থিতিত তেওঁক গ্ৰেপ্তাৰ কৰাটো সম্ভৱপৰ নহয়। ২০১০ চনত তেওঁৰ বিৰুদ্ধে উত্থাপিত বিড-ৰিগিং, ধন সৰবৰাহ আৰু বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন (ফেমা) উলংঘাৰ দৰে গুৰুতৰ অভিযোগৰ পিছতো তেওঁ কোনো অপৰাধমূলক গোচৰত বন্দী হৈ থকা নাই বুলি জোৰ দি কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am
ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am
ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd