• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ ভূমি অধ্যাদেশ বিজেপি চৰকাৰৰ নিৰ্বাচনী গিমিক: উপমন্যু হাজৰিকা

ৰূপা সৰকাৰ by ৰূপা সৰকাৰ
July 1, 2020 9:00 pm
Land ordinance in Assam is a poll gimmick of BJP government: Upamanyu Hazarika
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জ্যেষ্ঠ অধিবক্তা তথা প্ৰব্ৰজনবিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই উদ্যোগক মাটি দিয়াৰ বাবে সৰ্বানন্দ সোণোৱাল কেবিনেটে গ্ৰহণ কৰা অধ্যাদেশৰ বাবে চৰকাৰক বুধবাৰে তীব্ৰভাৱে সমালোচনা কৰিছে।

“চাৰ্টিফিকেচনৰ বাহিৰে কোনো সীমাবদ্ধতা নোহোৱাকৈ প্ৰস্তাৱিত আধ্যাদেশখনে অসমৰ সকলো কৃষিভূমি উদ্যোগৰ বাবে মুকলি কৰিছে, (ই) কেৱল খেতিয়কসকলৰ বাবেই নহয় বৰং অসমৰ ১১৫টা ক্ষুদ্ৰ খিলঞ্জীয়া নৃগোষ্ঠী সম্প্ৰদায়ৰ বাবেও এক মৃত্যু ঘণ্টা,” হাজৰিকাই কয়।

Apply Now

হাজৰিকাই এই সিদ্ধান্তক নিৰ্বাচনী গিমিক বুলি অভিহিত কৰিছে।

“পৰৱৰ্তী বিধান সভা নিৰ্বাচনলৈ মাথোঁ নমাহ বাকী থকা অৱস্থাত প্ৰস্তাৱিত অধ্যাদেশখন লেণ্ড স্পেকুলেটৰসকলৰ পৰা শাসক দলে পুঁজি সংগ্ৰহ কৰা আৰু নিজকে সমৃদ্ধ কৰাৰ এক স্পষ্ট প্ৰচেষ্টা,” তেওঁ কয়।

তেওঁ কয় “জাতি, মাটি, ভেটি” শ্লোগানেৰে ক্ষমতালৈ অহা এখন চৰকাৰৰ ক্ষেত্ৰত “ই কেৱল বিফল হোৱাই নহয় বৰং বৰ্তমানৰ নীতিৰে খিলঞ্জীয়া পৰিচয় ধ্বংসৰ বাবেও সক্ৰিয় পদক্ষেপ লৈছে।”

তেওঁ কয় যে কা-বিৰোধী প্ৰতিবাদৰ সময়ত যোৱা ডিচেম্বৰত অসম কেবিনেটে সিদ্ধান্ত লৈছিল যে ৰাজ্যৰ সকলো মাটি কেৱল খিলঞ্জীয়া লোকৰ মাজতহে বদলি কৰিব পৰা যাব আৰু পৰৱৰ্তী বিধান সভা অধিৱেশনত এই সন্দৰ্ভত এক আইন অনা হ’ব আৰু এই ঘোষণা আন নহয় হিমন্ত বিশ্ব শৰ্মাই কৰিছিল।

ই আছিল খিলঞ্জীয়াৰ কাৰণে ঘোষিত বিভিন্ন পদক্ষেপৰ এটা, তেওঁ কয়।

“নেতাসকলে যেতিয়া এনে মুকলি মিছাৰ আশ্ৰয় লয়, খিলঞ্জীয়াসকল কেনেকৈ বাচি থাকিব?” হাজৰিকাৰ প্ৰশ্ন।

তেওঁ কয় যে যোৱা ৫ বছৰত বৰ্তমান চৰকাৰৰ সক্ৰিয় পৃষ্ঠপোষকতাত অধিক মাটি বাংলাদেশী বেদখললৈ গ’ল।

আৰু এই নীতিয়ে মধ্য আৰু উজনি অসমত খিলঞ্জীয়া মানুহৰ হাতত থকা বাকী কৃষিভূমিখিনি খিলঞ্জীয়াৰ হাতৰ পৰা ওলাই যোৱাটো নিশ্চিত কৰিব, হাজৰিকাই কয়।

ৰূপা সৰকাৰ

ৰূপা সৰকাৰ

Stay Connected

  • 117k Fans

Recent News

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm
অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am
চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

August 14, 2026 10:50 am
কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

August 14, 2026 9:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm
অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd