• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কলাক্ষেত্ৰৰ পৰা চৰকাৰী বাসভৱনহৈ চিৰ তৰুণৰ অন্তিম যাত্ৰা আৰম্ভ, চাওক ভিডিও

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 26, 2020 8:57 am
a t g
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলাক্ষেত্ৰৰ পৰা চৰকাৰী বাসভৱনলৈ চিৰ তৰুণৰ অন্তিম যাত্ৰা আৰম্ভ হয় পুৱা ৭:৪০ মিনিটত।

পৰিয়ালৰ কৰিবলগীয়া ধৰ্মীয় প্ৰথাখিনি আহোম পৰম্পৰা অনুসৰি সম্পন্ন কৰে।

Apply Now

তাৰ পাছত পৰিয়ালৰ লোকে শেষ বিদায়ৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃতদেহ সাজু কৰি তোলে।

পুৱা ৯ বজাত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বাসগৃহৰ পৰা অন্তিম যাত্ৰা আৰম্ভ হ’ব।

প্ৰথমে ছয়মাইলৰ এটা গীৰ্জাত তেওঁৰ নশ্বৰ দেহ নিয়া হ’ব। তাৰ পাছত পোনে পোনে জু-ৰোডৰ কোনো এটা নামঘৰলৈ তেওঁক নিয়া হ’ব।

তাৰ পাছত আমবাৰীৰ বুঢ়া মছজিদলৈ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ লৈ যোৱা হ’ব।

তাৰ পাছত শুক্লেশ্বৰ আৰু উগ্ৰতাৰা দেৱালয়লৈ নি তাত সেৱা কৰাৰ ব্যৱস্থা কৰা হৈছে।

তাৰ পাছত পোনে পোনে অন্তেষ্টিক্ৰিয়াৰ বাবে লৈ অনা হ’ব নৱগ্ৰহ দেৱালয়লৈ।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী শান্তি, সমন্বয় আৰু ধৰ্ম নিৰপেক্ষতাৰ বলিষ্ঠ নিদৰ্শক আছিল বাবেই এনেদৰে সকলো ধৰ্মৰে ধৰ্মীয় প্ৰতিষ্ঠানলৈ নিয়া হ’ব বুলি ৰিপুন বৰাই জনায়।

ইতিমধ্যে, শেষকৃত্য অনুষ্ঠানৰ বাবে সাজু কৰি তোলা হৈছে নৱগ্ৰহ শ্মশান। পৰিষ্কাৰ কৰা হৈছে সমগ্ৰ শ্মশান চৌহদ।

নৱগ্ৰহ শ্মশানৰ তিনি নম্বৰ চিতাখনত সৎকাৰ কৰা হ’ব বৰ্ষীয়ান ৰাজনীতিক গৰাকীৰ নশ্বৰ দেহ।

সৎকাৰৰ পূৰ্বে ইয়াতেই ৰাষ্ট্ৰীয় মৰ্যাদাৰে প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীক শেষ শ্ৰদ্ধা নিবেদন কৰা হ’ব।

প্ৰথমতে টাই আহোমৰ পৰম্পৰাগ ৰীতি আৰু পাছত হিন্দু নিয়ম অনুসৰি কৰা হ’ব অন্তিম সৎকাৰ। শৱদেহ দাহনৰ সময়ত সেই স্থানত চৰকাৰ, বিভিন্ন সংগঠন তথা গুণমুগ্ধ উপস্থিত থাকিব পৰাকৈ কৰা হৈছে সকলো ব্যৱস্থা।

তৰুণ গগৈৰ নিজা সমষ্টি তিতাবৰৰ পৰা অহা লোকৰ বাবে ১০০ খন আসন সংৰক্ষণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে।

https://www.facebook.com/NNUnscripted/videos/375516160218506/

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰাহুল গান্ধীক ভগৱান পৰশুৰাম সজাই গাখীৰ ঢালিলে সমৰ্থকে : বিজেপিয়ে ক’লে এয়া হিন্দুৰ প্ৰতি অপমান

ৰাহুল গান্ধীক ভগৱান পৰশুৰাম সজাই গাখীৰ ঢালিলে সমৰ্থকে : বিজেপিয়ে ক’লে এয়া হিন্দুৰ প্ৰতি অপমান

June 19, 2026 4:44 pm
জি-৭ সন্মিলনত ৰাষ্ট্ৰনেতাসকলৰ গোপন কথা ৰাজহুৱা: মেলোনিয়ে এৰিলে ধূমপান, মেক্ৰনৰ হেৰাল ঘড়ী, ট্ৰাম্পে পালে চাইকেল

জি-৭ সন্মিলনত ৰাষ্ট্ৰনেতাসকলৰ গোপন কথা ৰাজহুৱা: মেলোনিয়ে এৰিলে ধূমপান, মেক্ৰনৰ হেৰাল ঘড়ী, ট্ৰাম্পে পালে চাইকেল

June 19, 2026 4:14 pm
চাহ জনজাতিৰ ভূমি দখল কৰি অবৈধ ইটা ভাটা স্থাপনৰ অভিযোগ! লিডু মাউলাঙত তীব্ৰ প্ৰতিবাদ আটছাৰ

চাহ জনজাতিৰ ভূমি দখল কৰি অবৈধ ইটা ভাটা স্থাপনৰ অভিযোগ! লিডু মাউলাঙত তীব্ৰ প্ৰতিবাদ আটছাৰ

June 19, 2026 3:39 pm
প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

June 19, 2026 3:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাহুল গান্ধীক ভগৱান পৰশুৰাম সজাই গাখীৰ ঢালিলে সমৰ্থকে : বিজেপিয়ে ক’লে এয়া হিন্দুৰ প্ৰতি অপমান

ৰাহুল গান্ধীক ভগৱান পৰশুৰাম সজাই গাখীৰ ঢালিলে সমৰ্থকে : বিজেপিয়ে ক’লে এয়া হিন্দুৰ প্ৰতি অপমান

June 19, 2026 4:44 pm
জি-৭ সন্মিলনত ৰাষ্ট্ৰনেতাসকলৰ গোপন কথা ৰাজহুৱা: মেলোনিয়ে এৰিলে ধূমপান, মেক্ৰনৰ হেৰাল ঘড়ী, ট্ৰাম্পে পালে চাইকেল

জি-৭ সন্মিলনত ৰাষ্ট্ৰনেতাসকলৰ গোপন কথা ৰাজহুৱা: মেলোনিয়ে এৰিলে ধূমপান, মেক্ৰনৰ হেৰাল ঘড়ী, ট্ৰাম্পে পালে চাইকেল

June 19, 2026 4:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd