• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চভূতত বিলীন ভাৰতৰত্ন বাজপেয়ী : অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱালকে ধৰি অসমৰ বহু নেতা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 18, 2018 7:25 am
Atal Bihari Vajpayee
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে বিয়লি ৫ বাজি ৫ মিনিটত মৃত্যুক সাবটি লোৱা মূল্যবোধৰ ৰাজনীতিৰ ঘাইখুঁটাস্বৰূপ প্ৰাক্তন প্ৰধান মন্ত্ৰীৰ অন্তোষ্টিক্ৰিয়া  অনুষ্ঠানত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজপিৰ সভাপতি ৰঞ্জিত দাস, সাধাৰণ সম্পাদক দিলীপ শইকীয়াকে ধৰি ৰাজ্যিক বিজেপিৰ অন্যান্য নেতৃবৃন্দই অংশগ্ৰহণ কৰে।

উল্লেখ্য যে, শুকুৰবাৰে যমুনা নদীৰ পাৰত বিয়লি ৫ বজাত সম্পন্ন হোৱা শেষাকৃত্যত বাজপেয়ীৰ তোলনীয়া কন্যা নমিতা ভট্টাচাৰ্য্য আৰু নাতিনী নিহাৰিকাই প্ৰাক্তন প্ৰধান মন্ত্ৰীগৰাকীৰ মুখাগ্নি কৰে। লগতে ২১ টা টোপধ্বনিৰে ৰাষ্ট্ৰীয় মৰ্য্যদাৰে শেষ বিদায় দিয়া হয় ৰাজনীতিৰ মহীৰূহগৰাকীক। তদুপৰি বাজপেয়ীৰ অস্থি হৰিদ্বাৰত বিসৰ্জন দিয়া হ’ব বুলি জানিব পৰা গৈছে।

Apply Now

আনহাতে, অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিল্লীত থকাৰ সময়তে অৰ্থ্যাৎ শেষৰবাৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি উঠি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ স্মৃতি সুঁৱৰি নিজৰ ফেচবুক পেইজত লিখিছে এইদৰে, ‘অটলজীৰ মহাপ্ৰয়াণ মোৰ ব্যক্তিগত জীৱনৰ বাবে এক বৃহৎ ক্ষতি। মই প্ৰথমবাৰৰ বাবে নিৰ্বাচনত পৰাজয়বৰণ কৰোঁতে তেখেতে দিয়া প্ৰেৰণা আৰু সাহস আজিও মনত সজীৱ হৈ আছে।

তেখেতে কৈছিল-“সৰ্বানন্দ, যদি তুমি সমাজ আৰু জনতাৰ প্ৰতি নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াব বিচৰা,তেন্তে তুমি বহু ঘাত-প্ৰতিঘাত, প্ৰত্যাহ্বান আৰু পৰাজয়ৰ সন্মুখীন হ’ব লাগিব। কিন্তু তুমি হতাশগ্ৰস্ত নহৈ নতুন উদ্যমেৰে দেশৰ স্বাৰ্থত কঠোৰ পৰিশ্ৰম কৰি যাবলৈ মন বান্ধিব লাগিব।”

‘যুগদ্ৰষ্টা অটলজীৰ এই অমূল্য বাক্যকেইশাৰী মোৰ জীৱনৰ বাবে অফুৰন্ত প্ৰেৰণাৰ উৎস,‘-সোণোৱালে উল্লেখ কৰিছে।

আনহাতে, শেষাকৃত অনুষ্ঠানত উপস্থিত থকা বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়েও প্ৰাক্তন প্ৰধান মন্ত্ৰীগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে আৰু তেওঁলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইয়াৰোপৰি অগপৰ সভাপতি অতুল বৰাৰ নেতৃত্বত যোৱা কাৰ্য্যকৰী সভাপতি কেশৱ মহন্ত, সাধাৰণ সম্পাদক ড০ কমলাকান্ত কলিতায়ো অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত অংশগ্ৰহণ কৰে। উল্লেখ্য যে অগপৰ মুখ্য কাৰ্য্যালয়তো প্ৰাক্তন প্ৰধান মন্ত্ৰীগৰাকীৰ প্ৰতি সন্মান জনাই দলীয় পতাকা অৰ্ধনমিত কৰি ৰখা হয়।

আনহাতে, শেষকৃত্য অনুষ্ঠানত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ,গৃহ মন্ত্ৰী ৰাজনাথ সিং, কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী, লালকৃষ্ণ আদবানী, মুৰলী মনোহৰ যোশী, নিৰ্মলা সীতাৰমণ, ভূটানৰ ৰজা, বাংলাদেশৰ বিদেশ মন্ত্ৰী, শ্ৰীলংকাৰ ভাৰপ্ৰাপ্ত বিদেশ মন্ত্ৰী, নেপালৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী, পাকিস্তানৰ আইন মন্ত্ৰীসহ দক্ষিণ-পূৱ এছিয়াৰ ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩০ জুনলৈকে গ্ৰেপ্তাৰৰ কৰিব নোৱাৰিব খান ছাৰক : সকাহ দিলে আদালতে

৩০ জুনলৈকে গ্ৰেপ্তাৰৰ কৰিব নোৱাৰিব খান ছাৰক : সকাহ দিলে আদালতে

June 27, 2026 4:27 pm
গাজাত ইজৰাইলৰ আক্ৰমণ আৰু মোদী চৰকাৰৰ নীৰৱতাক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

গাজাত ইজৰাইলৰ আক্ৰমণ আৰু মোদী চৰকাৰৰ নীৰৱতাক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

June 27, 2026 4:14 pm
৫৯ বছৰ আৰু চাৰিটা প্ৰজন্মৰ অন্তত উচ্চতম ন্যায়ালয়ত নিস্পত্তি হ’ল এক ঐতিহাসিক ভূমি বিবাদ

৫৯ বছৰ আৰু চাৰিটা প্ৰজন্মৰ অন্তত উচ্চতম ন্যায়ালয়ত নিস্পত্তি হ’ল এক ঐতিহাসিক ভূমি বিবাদ

June 27, 2026 4:03 pm
ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে বৃহৎ খবৰ! এতিয়াৰে পৰা কৃষক পৰিচয় পত্ৰৰে লাভ কৰিব চৰকাৰী আঁচনি আৰু ঋণৰ সুবিধা

ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে বৃহৎ খবৰ! এতিয়াৰে পৰা কৃষক পৰিচয় পত্ৰৰে লাভ কৰিব চৰকাৰী আঁচনি আৰু ঋণৰ সুবিধা

June 27, 2026 3:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩০ জুনলৈকে গ্ৰেপ্তাৰৰ কৰিব নোৱাৰিব খান ছাৰক : সকাহ দিলে আদালতে

৩০ জুনলৈকে গ্ৰেপ্তাৰৰ কৰিব নোৱাৰিব খান ছাৰক : সকাহ দিলে আদালতে

June 27, 2026 4:27 pm
গাজাত ইজৰাইলৰ আক্ৰমণ আৰু মোদী চৰকাৰৰ নীৰৱতাক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

গাজাত ইজৰাইলৰ আক্ৰমণ আৰু মোদী চৰকাৰৰ নীৰৱতাক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

June 27, 2026 4:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd