DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, February 6, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Lata Mangeshkar admitted to ICU: কৰ’নাত আক্ৰান্ত কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰ; চিকিৎসাৰ বাবে ICU ভৰ্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 11, 2022 1:20 pm
WhatsApp Image 2022-01-11 at 12.56.50 PM
2.2k
VIEWS
Share on FacebookShare on Twitter

Lata Mangeshkar admitted to ICU কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰ কৰ’নাত আক্ৰান্ত হৈ হাস্পাতালত ভৰ্তি হৈছে।বৰ্তমান শিল্পীগৰাকী আইচিইউত চিকিৎসাধীন হৈ আছে।

মঙলবাৰে ৯২বছৰীয়া কোকিলকণ্ঠী শিল্পী গৰাকী কোভিড-১৯ত আক্ৰান্ত হোৱাৰ খৱৰে তেওঁৰ অনুৰাগীসকলক চিন্তিত কৰি তুলিছে।

বাতৰি অনুসৰি, শিল্পীগৰাকীৰ দেহত কৰ’নাৰ মৃদু উপসৰ্গ দেখা দিছে। তেওঁৰ বয়সলৈকে চাই শিল্পীগৰাকীক আইচিইউত ভৰ্তি কৰা বুলি অনুমান কৰা হৈছে।

চিকিৎসকসকলে খুব সুক্ষ্মভাৱে বৰ্ষীয়ান শিল্পীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা পৰ্যবেক্ষণ কৰি আছে।  

কিংবন্তি শিল্পী লতা মংগেশকাৰৰ ১৯২৯চনৰ ২৮ ছেপ্টেম্বৰত মধ্য প্ৰদেশৰ ইন্দোৰৰ এটি সংগীত পৰিয়ালত জন্ম হয়। পিতৃ দীননাথ মংগেশকাৰ আছিল মৰাঠী সংগীত জগতৰ প্ৰখ্যাত শাস্ত্ৰীয় কণ্ঠশিল্পী।

লতা মংগেশকাৰে মাত্ৰ ১৩বছৰ বয়সতে প্ৰথম এখন চলচ্চিত্ৰৰ বাবে গান বাণীবদ্ধ কৰিছিল। ১৯৪৫চনত মুম্বাইত ভৰি দিয়া লতা মংগেশকাৰে তাৰপাছত আৰু উভতি চাবলগীয়া হোৱা নাই।

১৯৫০ৰ পৰা সুদীৰ্ঘকাল কোকিলকণ্ঠী লতাৰ গানে দেশবাসীক মুগ্ধ কৰি ৰাখিছে। বিশ্বজুৰি সমাদৃত সুৰসম্ৰাজ্ঞী গৰাকীয়ে জীৱনজোৰা সাধনা বঁটাকে ধৰি পদ্মভূষণ, পদ্মবিভূষণ, দাদাচাহেব ফাল্কেৰ উপৰি দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্নৰেও সন্মানিত হৈছে।

দেশৰ কোটি কোটি অনুৰাগীয়ে কিংবদন্তি কণ্ঠশিল্পীগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে।          

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd