• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উজান বজাৰত ড্ৰাগছৰ ঘাটি উৎখাত কৰিবলৈ গৈ স্থানীয় লোকৰ ৰোষৰ সন্মুখীন লতাশিল আৰক্ষী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 9, 2018 1:08 pm
kalpa story Ujan bazar. photo
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰীৰ উজান বজাৰৰ ইছলাম পট্টিত শনিবাৰে নিশা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। ড্ৰাগছ বিক্ৰী কৰি থকাৰ খৱৰ পাই লতাশিল আৰক্ষী থানাৰ চাৰিজনীয়া পুলিচৰ দল এটা নিশা প্ৰায় ১১ মান বজাত উজান বজাৰৰ ইছলাম পট্টিত উপস্থিত হোৱাৰ পিছতেই সংঘটিত হয় এক অপ্ৰীতিকৰ ঘটনা।

লতাশিল থানাৰ আৰক্ষী পৰিদৰ্শক সুনীল কলিতাই নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়া অনুসৰি আৰক্ষীৰ উপস্থিতিৰ উমান পোৱাৰ লগে লগেই তাত থকা যুৱকসকল পলাই পত্ৰং দিয়ে।

Apply Now

ইছলাম পট্টিৰে এজন ড্ৰাগছ ব্যৱসায়ী মোজামিল হক ওৰফে আপাৰ নেতৃত্বতে অঞ্চলটোত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলি থকা বুলি লতাশিল আৰক্ষীয়ে আমাক জানিবলৈ দিয়ে।

উল্লেখ্য যে পূৰ্বেও লতাশিল আৰক্ষীয়ে মোজ্জামিলক দুবাৰকৈ বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ আটক কৰিছিল।

ইপিনে আৰক্ষীয়ে জানিবলৈ দিয়া মতে কৰ্তব্যৰত অৱস্থাত থকা আৰক্ষী দলটোকহে উক্ত অঞ্চলৰ ৰাইজে ওলোটাই আগচি ধৰে আৰু শিলগুটি দলিয়াবলৈ আৰম্ভ কৰে। ঘটনাস্থলীৰ পৰাই আৰক্ষীকেইগৰাকীয়ে লতাশিল থানাত ফোন কৰাৰ পিছত আৰক্ষীৰ আন এটা দল গৈ ঘটনাস্থলীত উপস্থিত হয়।

আৰক্ষীৰ অভিযোগ অনুসৰি উক্ত অঞ্চলৰ লোকসকলে ড্ৰাগছ ব্যৱসায়ীকহে বহুদিন ধৰি সুৰক্ষা দি আহিছে আৰু এইসকল লোক আৰক্ষীৰ ঘোৰ বিৰোধী তথা ড্ৰাগছ ব্যৱসায়ীৰ পূৰ্ণ সমৰ্থক।

উল্লেখ্য যে, শিলগুটি দলিওৱাৰ লগতে উক্ত অঞ্চলৰ লোকসকলে আৰক্ষীৰ বাহনৰো ক্ষতিসাধন কৰে। ইপিনে, আৰক্ষীৰ লোকসকল কথমপি ঘটনাস্থলীৰ পৰা পলায়ন কৰাত কোনো লোক আহত নহ’ল বুলি জানিব দিছে। দুয়োপক্ষৰ মাজত হোৱা সংঘাতৰ পৰিণতিত আৰক্ষীৰ তিনিখন বাহনৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে।

আনহাতে, স্থানীয় লোকে অভিযোগ কৰে যে আৰক্ষীয়ে নীতি বহিৰ্ভুতভাৱে তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি দিয়ে আৰু একাংশ লোকক নিৰ্বিচাৰে প্ৰহাৰ কৰে যাৰ ফলত কিছু উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ বিপৰীতে আৰক্ষীয়ে এই অভিযোগ অস্বীকাৰ কৰি একাংশ লোকে নিজেই ঘৰ দুৱাৰ ভাঙি লোৱা বুলিহে কয়। অৱশ্যে, এইক্ষেত্ৰত কোন সঁচা, কোন মিছা সেয়া পৰৱৰ্তী সময়ত পোহৰলৈ আহিব।

ইপিনে ঘটনা সংক্ৰান্তত লতাশিল আৰক্ষীয়ে নিজাববীয়াকৈ ১৮৯/১৮ নং আৰু ১৪৭/১৪৮/১৪৯/৩৫৩/৪২৭ ধাৰাত এক গোচৰ ৰুজু কৰি বৰ্তমান দুস্কৃতিকাৰীসকলৰ বিৰুদ্ধে অভিযান চলাই আছে।

বৰ্তমান আৰক্ষীয়ে মোজ্জামিল আৰু আৰক্ষীৰ বাহন ক্ষতিগ্ৰস্ত কৰাসকলৰ বিৰুদ্ধে অভিযান চলাই আছে যদিও কোনো লোকক আটক কৰিব পৰা নাই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd