• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যান্ত্ৰিক বিজুতি! চন্দ্ৰ অভিমুখে উৎক্ষেপন কৰিবলগীয়া নাছাৰ ‘আৰ্টেমিছ ১’ যানৰ উৎক্ষেপন স্থগিত

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 29, 2022 7:31 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত আজি এক নতুন যুগৰ সূচনা হোৱাৰ সম্ভাৱনা আছিল যদিও শেষ মুহূৰ্তত সেয়া হৈ নুঠিল। প্ৰায় ৫০ বছৰ আগৰ ডুখৰীয়া ছবিবোৰ আজি আকৌ বিশ্ববাসীৰ সন্মুখত জিলিকি উঠিলহেঁতেন। ৫০ বছৰ পূৰ্বে নাছাই চন্দ্ৰলৈ এপলো যান প্ৰেৰণ কৰি চলাইছিল প্ৰথমটো চন্দ্ৰ অভিযান। নাছাৰ এপলো যুগৰ কথা মানুহে প্ৰায় পাহৰি যোৱাৰ দৰেই হৈছে। এনে সময়তে নাছাই আন এগৰাকী গ্ৰীক দেৱীৰ চন্দ্ৰ অভিযানৰ পৰৱৰ্তী অভিযান আজি আৰম্ভ কৰাৰ কথা আছিল।

গ্ৰীক দেৱীৰ নামৰে নামাংকিত আৰ্টেমিছ ১ যান খন আজি ভাৰতীয় সময় অনুসৰি প্ৰায় ৬ বজাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা চন্দ্ৰলৈ প্ৰেৰণ কৰাৰ কথা আছিল নাছাই। কিন্তু যান খনত দেখা দিয়া যান্ত্ৰিক বিজুতিৰ বাবে নাছাই আজি নতুন মহাকাশযান উৎক্ষেপণ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। নাছাৰ সূত্ৰই প্ৰকাশ কৰা মতে আৰ্টেমিছ ১ ক নাছাৰ ‘গভীৰ মহাকাশ অন্বেষণ’ অভিযানৰ অংশ হিচাপে প্ৰেৰণ কৰা হ’ব। চন্দ্ৰৰ দক্ষিণ মেৰু নিৰীক্ষণ কৰাৰ পিছত যান খনে অহা বছৰ পৃথিৱীলৈ ঘূৰি আহিব। মহাকাশ বিজ্ঞানীসকলৰ এই অভিযানকলৈ এতিয়া বিশ্বজুৰি কৌতূহলৰ সৃষ্টি হৈছে।
‘আৰ্টেমিছ ১’ যান খন তিনিটা প্ৰণালীৰ ওপৰত আধাৰিত – ‘অৰিয়ন মহাকাশযান’, ‘মহাকাশ উৎক্ষেপণ প্ৰণালী ৰকেট’ আৰু ‘গ্ৰাউণ্ড চিষ্টেম’। এই অভিযানটো নাছাৰ গভীৰ মহাকাশ অন্বেষণ অভিযানৰ অংশ হিচাবে গ্ৰহণ কৰা হৈছে।

Apply Now

যদি এই অভিযান সফল হয় তেন্তে নাছাই ২০২৪ চনত চন্দ্ৰলৈ মহাকাশচাৰী প্ৰেৰণ কৰিব। ইয়াৰ বাবে মহাকাশচাৰী চন্দ্ৰলৈ যাবলগীয়া যানৰ আৰ্হিও তৈয়াৰ কৰা হৈছে। মহাকাশচাৰীসকলে বিশাল এছএলএছ ৰকেট আৰু অৰিয়ন মহাকাশযানৰ সহায়ত চন্দ্ৰৰ কক্ষপথত উপস্থিত হ’ব। তাৰ পৰা তেওঁলোকে চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত স্পেচএক্সৰ হিউমেন লেণ্ডাৰ চিষ্টেম (এইচএলএছ)ৰ সহায়ত উপস্থিত হ’বলৈ সক্ষম হ’ব।

চন্দ্ৰ সেই স্থান সদায় বৰফেৰে আৱৰি থকা বুলি ধাৰণা কৰা হৈছে। চন্দ্ৰলৈ পুনৰ মানৱ অভিযানৰ প্ৰস্তুতি হিচাপে আজি নাছাই আৰ্টেমিছ ১ যান খন চন্দ্ৰলৈ প্ৰেৰণ কৰিব বিচাৰিছিল। নাছাৰ লক্ষ্য হৈছে চন্দ্ৰপৃষ্ঠত নতুন প্ৰযুক্তিৰ পৰীক্ষামূলক ব্যৱহাৰ কৰা। এছএলএছ ৰকেট আৰু অৰিয়ন মহাকাশযানৰ প্ৰদৰ্শন চাই এই প্ৰযুক্তিটোৰ গ্ৰহণযোগ্যতাৰ বিষয়টো নিশ্চিত কৰা হ’ব। আৰ্টেমিছ ১ যান খনে পূৰ্বে চন্দ্ৰলৈ প্ৰেৰিত যিকোনো যানতকৈ দীঘলীয়া দূৰত্ব অতিক্ৰম কৰাৰ কথা।

৪২ দিনত যান খনে ৬০ হাজাৰ কিলোমিটাৰ যাত্ৰা কৰিব বুলি নাছাই প্ৰকাশ কৰিছিল। যান খনৰ যান্ত্ৰিক বিজুতি দূৰ কৰাৰ পিছতে যান খন চন্দ্ৰলৈ প্ৰেৰণ কৰা হ’ব বুলি নাছাৰ সূত্ৰই প্ৰকাশ কৰিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd