• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সন্তানৰ অত্যাচাৰত আনৰ ঘৰত আশ্ৰয় লৈ থকা বৃদ্ধ পিতৃ-মাতৃৰ দায়িত্ব ল’লে ন্যায় সেৱা প্ৰাধিকাৰীয়ে

মিণ্টু দাস by মিণ্টু দাস
December 29, 2018 8:39 am
3b4ee7a9-b188-44ba-ac43-3df676cb1e84

নগাঁও জিলা আইন সেৱা প্রাধিকাৰীয়ে দায়িত্ব ল'লে আশ্ৰয়হীনা বৃদ্ধ দম্পতিৰ। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁৱৰ কাকী মৌজাৰ অন্তৰ্গত ২ নং কাকীৰ দেউবালি গাঁৱৰ কনিষ্ঠ পুত্রৰ অত্যাচাত নিজ হাতে গঢ় দিয়া ঘৰত থাকিব নোৱাৰি বৃদ্ধ পিতৃ-মাতৃয়ে আনৰ ঘৰত আশ্ৰয় ল’ব লগা হোৱাৰ এক কৰুণ ঘটনাই সমগ্ৰ কাকী অঞ্চলৰ সচেতন লোককে মৰ্মাহত কৰি তুলিছে।

প্ৰায় ৮০ উৰ্ধ্বৰ ২ নং কাকীৰ দেউবালি গাঁৱৰ নিবাসী প্ৰফুল্ল নাথ আৰু হোমেশ্বৰী দেৱী (৭০) নামৰ এই বৃদ্ধ দুজনে নিজৰ কনিষ্ঠ পুত্র সোণেশ্বৰ নাথৰ হাতত জীৱন হেৰুওৱাৰ ভয়ত আজি প্ৰায় এবছৰৰ অধিক সময় আনৰ ঘৰে ঘৰে আশ্ৰয় লৈ থাকিব লগা হৈছে।

Apply Now

চাৰিগৰাকী কন্যা সন্তান, দুজন পুত্র সন্তানৰ লগতে দুগৰাকীকৈ বোৱাৰী কেইবাজনো নাতি নাতিনীৰে এখন সুখৰ-সুন্দৰ সংসাৰ, নিজা ঘৰ-দুৱাৰ, সা-সম্পত্তি, খেতি-বাতি থকাৰ পাছতো কনিষ্ঠ পুত্র সোণেশ্বৰ নাথৰ বহু অত্যাচাৰৰ ফলত একমাত্র নিজৰ প্ৰাণৰ মমতাত তেওঁলোকে সকলো ত্যাগ কৰে।

আনকি পুত্রৰ নিৰ্যাতন সহিব নোৱাৰি বিবাহিত কন্যাৰ লগতে গাঁৱৰ আনৰ ঘৰত আশ্ৰয় লৈ থাকিবলগীয়া হোৱাৰ সময়তে শুকুৰবাৰে একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ আলম লৈ বৃদ্ধ প্ৰফুল্ল নাথৰ ২ নং কাকীৰ দেউবালিস্থিত নিজা ঘৰত উপস্থিত হয় নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাঙৰ নেতৃত্বত এটি সঁ‌জাতি দল।

সঁ‌জাতি দলটোত নগাঁৱৰ অধিবক্তাদ্বয় ৰূপালী গোস্বামী, শ্বাহনাজ চুলতানাৰ লগতে আইনী সেৱাৰ স্বেচ্ছাসেৱক দিপেন্দ্ৰ শইকীয়া, পাপুমনি বৰাও উপস্থিত হয়। দুপৰীয়া ১২:৩০ বজাত সঁ‌জাতি দলটোৱে কাকী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জন্ বে’ক লগত লৈ প্ৰফুল্ল নাথৰ দেউবালিস্থিত ঘৰত উপস্থিত হৈ ঘটনাৰ সবিশেষ জানি দুয়েগৰাকী বৃদ্ধলোকক নিজৰ গাড়ীৰে ৰাঙলুস্থিত গ্ৰাম বিকাশ পৰিষদৰ বৃদ্ধ আৱাসলৈ আনে।

ইয়াৰ পূৰ্বে দুয়োগৰাকী বৃদ্ধকে নীলবাগান মডেল হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। উল্লেখ্য যে, বৃদ্ধ দুগৰাকীৰ কনিষ্ঠ পুত্র সোণেশ্বৰ নাথে তিনিবাৰকৈ ডিঙি চেপি প্ৰাণে মৰাৰ চেষ্টা চলাইছিল বুলিও মাতৃ হোমেশ্বৰী দেৱীয়ে জানিবলৈ দিয়ে। ২৪ বিঘা মাটি দুয়োজন পুত্রৰ মাজত  ভগাই দিয়াৰ পাছতো পিতৃ-মাতৃৰ নামত থকা ৪ বিঘা মাটি কনিষ্ঠ পুত্রক লিখি নিদিয়াৰ বাবে এইদৰে নিজ জন্মদাতা পিতৃ-মাতৃক নিৰ্যাতন চলাইছে বুলি পৰিয়ালৰ লোকৰ লগতে গাঁৱৰ সচেতন লোকে জানিব দিছে।

স্মৰ্তব্য যে, দুজন পুত্র সন্তানৰ কনিষ্ঠ পাষাণ পুত্রৰ এনে অত্যাচাৰৰ বলি হৈ আনৰ ঘৰত আশ্ৰয় ল’ব লগা হোৱা বৃদ্ধ দুয়োগৰাকীক গাঁওবাসীয়ে কেনেদৰে সহায় কৰিব পাৰি তাক লৈ গুণাগঁথা চলি থকাৰ মাজতে শুকুৰবাৰে ন্যায় সেৱা প্ৰাধিকাৰীয়ে দুয়োগৰাকীক নিজগৃহৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ এনে প্ৰশংসনীয় কাৰ্যক কাকী অঞ্চলৰ সচেতন ব্যক্তিসকলে আদৰণি জনোৱাৰ লগতে শলাগ লৈছে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd