• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ন্যায়পালিকাতো এছ টি-এছ চিৰ বাবে সংৰক্ষণৰ পোষকতা কেন্দ্ৰীয় আইন মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 26, 2018 11:46 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ন্যায়পালিকাতো অন্যান্য ক্ষেত্ৰৰ দৰে পিছপৰা সম্প্ৰদায়, বিশেষকৈ এছ টি আৰু এছ চিৰ বাবে সংৰক্ষণ ব্যৱস্থাৰ পোষকতা কৰিছে আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে। নিম্নস্তৰত ন্যায়াধীশ নিযুক্তিৰ বাবে এটা সৰ্বভাৰতীয় পৰীক্ষা অনুষ্ঠিত কৰাৰ সপক্ষে জোৰ দি অহা কেন্দ্ৰীয় আইন মন্ত্ৰীজনে এই অভিমতটো প্ৰকাশ কৰে ২৪ ডিচেম্বৰত লক্ষ্ণৌৰ এখন সভাত নিজৰ ভাষণৰ মাজত।

“ন্যায়িক সেৱাৰ পৰীক্ষা যদি সংযুক্ত লোকসেৱা আয়োগ (UPSC)-এ অনুষ্ঠিত কৰে অসামৰিক সেৱাৰ বাবে লোৱাৰ দৰে প্ৰাৰ্থী বাছনি কৰিব পৰা যাব, য’ত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণ ব্যৱস্থা আছে।” ৰবিশংকৰ আয়াৰে কয়।

Apply Now

এই ধৰণৰ সৰ্বভাৰতীয় এটা প্ৰক্ৰিয়াৰ মাজেৰে নিৰ্বাচিতসকলক ৰাজ্যবোৰৰ নিম্ন আদালতবোৰত নিযুক্তি দিব পৰা যাব বুলি যুক্তি দি তেওঁ কয়, “এই ধৰণৰ সুসংহত ন্যায়িক ব্যৱস্থাই প্ৰতিভাসম্পন্ন যুৱ প্ৰজন্মক ব্যৱস্থাটোলৈ আকৰ্ষণ কৰিব আৰু অতিৰিক্ত জিলা ন্যায়াধীশৰ নিযুক্তিয়ে ন্যায়িক ব্যৱস্থাটোক গতি প্ৰদান কৰিব।

আনহাতে ৰবিশংকৰে কয়, “সংৰক্ষণ ব্যৱস্থাটোৰ কাৰ্য্যকৰীকৰণে সামাজৰ পিছপৰি ৰোৱা অংশটোৰ পৰা ন্যায়িক বিষয়া উলিয়াই অনাত ই সহায় কৰিব।” তাৰ লগতে ন্যায়িক প্ৰতিনিধিত্বৰ ৰূপটোৰ কিছু উন্নতি সাধিব বুলিও তেওঁ যুক্তি আগ বঢ়ায়।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে নিম্ন আদালতবোৰত ন্যায়াধীশ নিযুক্তিৰ বাবে ৰাজ্যবোৰৰ উচ্চ ন্যায়ালয়ে নিজাকৈ পোনপটীয়াভাৱে পতা পৰীক্ষা বা সংশ্লিষ্ট লোকসেৱা আয়োগৰ দ্বাৰা পতা পৰোক্ষ পৰীক্ষাৰ জৰিয়তে বাছনি কৰে। কিন্তু বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সৰ্বভাৰতীয় স্তৰত এটা পৰীক্ষা পতাৰ কথা কৈ আহিছে, যিটোৰ বাবে সমৰ্থন পোৱা নাই উচ্চ ন্যায়ালয়বোৰৰ। কেৱল দুখন উচ্চ ন্যায়ালয়েহে কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰস্তাৱৰ প্ৰতি সমৰ্থন আগ বঢ়াইছে।

মন কৰিব লগীয়া কথাটো হ’ল সমগ্ৰ উত্তৰ-পূবত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ লোকৰ সংখ্যাই বেছি। যদি কেন্দ্ৰীয় আইন মন্ত্ৰীৰ প্ৰস্তাৱ কাৰ্য্যকৰী হয় এই অঞ্চলৰ বৃহৎ সংখ্যক লোক দেশৰ ন্যায়িক ব্যৱস্থাটোৰ মাজত সোমাই ভূমিকা লোৱা সুযোগ পাব পাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd