• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱত মানৱ সৰবৰাহ ৰোধ সন্দৰ্ভত প্ৰশিক্ষণ শিৱিৰ সম্পন্ন

NE NOW NEWS মিণ্টু দাস
নগাঁও , December 16, 2018 11:53 am

1 min read

Human trafficking

ফটো : নৰ্থ-ইষ্ট নাও

542
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলা উপায়ুক্ত সভাকক্ষত জিলা ন্যায় সেৱা প্ৰাধিকাৰী আৰু গুৱাহাটীস্থিত স্বেচ্চাসেৱী অনুষ্ঠান গ্লডৰ সহযোগত ১৫ ডিচেম্বৰত মানৱ সৰবৰাহ সম্পৰ্কীয় এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায়। বিনামূলীয়া আইন সাহায্য কোষৰ অধিবক্তা তথা লোক অধিবক্তাসকলৰ বাবে এই প্ৰশিক্ষণ শিৱিৰৰ আয়োজন কৰা হয় বুলি জানিব পৰা যায়।

নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙে আঁ‌ত ধৰি শিশু-যুৱতীকে ধৰি মানৱ সৰবৰাহৰ বিষয়ে বিভিন্ন সমস্যা ৰাজিৰ ওপৰত বহল ভাৱে ব্যাখ্যা দাঙি ধৰে। নগাঁও আইন সেৱা প্ৰাধিকাৰী আইন সেৱা কোষৰ সকলো অধিবক্তা উপস্থিত থকা প্ৰশিক্ষণ শিৱিৰৰ শলাগৰ শৰাই আগবঢ়াই অসম ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা মীনাক্ষী শৰ্মাই।

এই শিৱিৰত গ্লডৰ সম্পাদক ৰাজিৱ শৰ্মা, ৰাজ্যিক আইন কোষৰ সম্পাদিকা গীতালি ৰাভা, নগাঁও জিলা ও সত্র ন্যায়াধীশ ৰীতা ক’ৰ, জ্যেষ্ঠ অধিবক্তা প্ৰদ্যুৎ বৰা আদিয়ে অংশগ্ৰহণ কৰে।

আনহাতে প্ৰশিক্ষণ শিৱিৰৰ শেষত নগাঁৱত মানৱ সৰবৰাহ ৰোধৰ ক্ষেত্রত জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আৰু গ্লডৰ সহযোগত এখন শক্তিশালী সমিতি গঠন কৰা হয়।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd