• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অখিল গগৈৰ সমৰ্থনত বিশাল পদযাত্ৰা; অংশ ল’লে নৰ্মদা বচাও আন্দোলনৰ নেত্ৰী মেধা পাটকাৰে

NE NOW NEWS পার্শ্বজোতি গগৈ
শিৱসাগৰ , March 24, 2021 2:59 pm

1 min read

Akhil sibsagar

শিৱসাগৰত অখিল গগৈৰ সমৰ্থনত পদযাত্ৰাত মেধা পাটকাৰ। ফটো: নৰ্থইষ্ট নাও।

2.3k
VIEWS
Share on FacebookShare on Twitter

সমাগত বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ দুটা দিন বাকী আছে। কাইলৈ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন।

সকলো ৰাজনৈতিক দল এতিয়া ব্যস্ত নিৰ্বাচনী প্ৰচাৰত। আজি শিৱসাগৰত ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈৰ হৈ এক বৃহৎ পদযাত্ৰা বাহিৰ কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰে।

কাৰাৰুদ্ধ হৈ থকা অখিল গগৈৰ এক বৃহৎ প্ৰতিচ্ছবি লৈ হাজাৰ হাজাৰ লোকে অংশ গ্ৰহণ কৰে এই পদযাত্ৰাত।

শিৱসাগৰৰ দৰিকাপাৰৰ পৰা আৰম্ভ হোৱা এই পদযাত্ৰা ষ্টেশ্যন চাৰিআলি হৈ, বিজি ৰোড, অ’এনজিচি ক’লনি হৈ, ফুকন নগৰ গোঁহাই চুক, মেলাচকৰ, কেপি চাৰিআলি, দিখৌদলং, কেন্দ্ৰীয় বজাৰ, মুক্তিনাথ চাৰিআলি, দলমুখ হৈ বাবুপট্টিয়েদি গৈ জেঙনীকটীয়াত অন্ত পৰে।

পদযাত্ৰাত নৰ্মদা বচাও আন্দোলনৰ নেত্ৰী মেধা পাটকাৰৰ লগতে বহু কেইজন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নেতা, ৰাইজৰ দল-অসম জাতীয় পৰিষদৰ বহু নেতা কৰ্মী আৰু অখিল গগৈৰ মাতৃ-ভগ্নীয়েও অংশ গ্ৰহণ কৰে।

তদুপৰি, আন বহু কেইটা সংগঠনৰ নেতা-কৰ্মীৰ লগতে কেইবা হাজাৰ লোকে এই পদযাত্ৰাত অংশ লয়।

পদযাত্ৰাত অংশগ্ৰহণ কৰি মেধা পাটকাৰে ৰাইজক অখিল গগৈৰ সমৰ্থনত থিয় হ’বলৈ আহ্বান জনায়।

Recent News

Biswanath

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা : মহিলাসহ ৮ যাত্ৰী গুৰুতৰভাৱে আহত

index.jpgm

কৰোনাতংকৰ মাজতে বিজেপিৰ ৰোডশ্ব’ত হঠাতে অসুস্থ হৈ পৰিল মিঠুন চক্ৰৱৰ্তী; চিকিৎসালয়ত ভৰ্তি

Eyg727-VoAACecL-750x375

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্ষীয়ান ৰাজনীতিক ডাঃ ভূমিধৰ বৰ্মনৰ পৰলোকপ্ৰাপ্তি

COVID19-image-credit-Odishatv-750x375

চৰকাৰৰ শিথিলতাই পুনৰ কোভিড সংক্ৰমণৰ মূল কাৰণ; চিপিআই (এম)

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd