• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাছিয়াৰ চন্দ্ৰ অভিযান বিফল হোৱাৰ পিছতেই হাস্পাতালত ভৰ্তি দেশখনৰ শীৰ্ষ বিজ্ঞানী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 22, 2023 1:36 pm
হাস্পাতাল ভৰ্তি    ৰাছিয়াৰ শীৰ্ষ বিজ্ঞানী মিখাইল মাৰোভ। ফটো: সংগ্ৰহীত।

হাস্পাতাল ভৰ্তি ৰাছিয়াৰ শীৰ্ষ বিজ্ঞানী মিখাইল মাৰোভ। ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়াৰ লুনা-২৫ মহাকাশযান চন্দ্ৰত অৱতৰণ কৰাত বিফল হোৱাৰ কেইঘণ্টাৰ পিছতে দেশৰ এগৰাকী আগশাৰীৰ বিজ্ঞানীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হোৱা এই ৰাছিয়ান বিজ্ঞানীজনৰ নাম হৈছে মিখাইল মাৰোভ (৯০)। চন্দ্ৰলৈ লুনা-২৫ অভিযান বিফল হোৱাৰ পিছত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে। এনে অৱস্থাত শনিবাৰে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়।

শেহতীয়াকৈ ৰাছিয়াই ৪৭ বছৰৰ ভিতৰত প্ৰথমটো চন্দ্ৰ অভিযান চলাইছিল। এই অভিযানৰ বাবে ৰাছিয়ানসকলৰ মাজত যথেষ্ট উৎসাহ আছিল। অৱশ্যে শনিবাৰে সংঘটিত হোৱা এক দুৰ্ঘটনাৰ বাবে এই অভিযান বিফল হয়। ৰাছিয়াৰ মহাকাশ সংস্থা ৰস্কোচমছৰ তথ্য অনুসৰি লুনা-২৫ চন্দ্ৰত দুৰ্ঘটনাগ্ৰস্ত হয়।

লগতে পঢ়ক: বিজেপি মন্ত্ৰীৰ নিদান! ঐশ্বৰ্য ৰায়ৰ দৰে চকু, ছাল পাবলৈ প্ৰতিদিনে খাওক মাছ

Apply Now

লুনা-২৫ মহাকাশযানত কাম কৰা ৰাছিয়াৰ অন্যতম আগশাৰীৰ পদাৰ্থবিজ্ঞানী আৰু জ্যোতিৰ্বিজ্ঞানী মিখাইল। অপাৰেচনৰ বিফলতাৰ পৰিপ্ৰেক্ষিতত যেতিয়া তেওঁ অসুস্থ হৈ পৰে তেতিয়া তেওঁক ৰাছিয়াৰ ৰাজধানী মস্কোৰ চেন্ট্ৰেল ক্লিনিকেল হস্পিতালত ভৰ্তি কৰা হয়।

জ্যোতিৰ্বিজ্ঞানী মিখেইলে সংবাদ মাধ্যমৰ আগত কয় যে এই ঘটনাৰ পৰিসৰ তেওঁৰ বাবে মাৰাত্মক, যাৰ ফলত তেওঁৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে।

চিকিৎসালয়ত সাংবাদিকৰ আগত মিখাইলে এই ঘটনা চিন্তনীয় বুলি জানিবলৈ দিয়ে। এইটো জীৱনৰে এটা অংশ। তেওঁ চিকিৎসকৰ পৰ্যবেক্ষণত আছে।

লগতে পঢ়ক: হাস্পাতালত ৭ টা নৱজাতকক হত্যা কৰা নাৰ্ছক যাৱজ্জীৱন কাৰাদণ্ড; কিয় তেওঁ এনে কাণ্ড কৰিছিল?

ইয়াৰ আগতে ১৯৭৬ চনত তেতিয়াৰ ছোভিয়েট ইউনিয়নে চন্দ্ৰলৈ এখন মহাকাশযান প্ৰেৰণ কৰিছিল। ইয়াৰ নাম আছিল লুনা-২৪। এইবাৰৰ লুনা-২৫ আছিল ছোভিয়েট ইউনিয়ন ভাঙি যোৱাৰ পিছত ৰাছিয়াৰ প্ৰথম চন্দ্ৰ অভিযান।

ছোভিয়েট ইউনিয়নৰ মহাকাশ অভিযানত কাম কৰাৰ অভিজ্ঞতাও মিখাইলৰ আছে। তেওঁ লুনা-২৫ অভিযানক নিজৰ কামৰ চূড়ান্ত পৰিণতি বুলি অভিহিত কৰিছিল। কিন্তু শেষত মিছনটো বিফল হ’ল।

ব্যৰ্থ অভিযান সন্দৰ্ভত মিখাইলে কয় যে চন্দ্ৰত অৱতৰণ সম্ভৱ নহ’ল সেয়া দুখৰ বিষয়। এই অভিযানটোৱেই আছিল তেওঁৰ ৰাছিয়াৰ চন্দ্ৰ অভিযানৰ পুনৰুজ্জীৱন দেখাৰ শেষ আশা।

লগতে পঢ়ক: আত্মসমৰ্পণৰ কথা ঘোষণা কৰিলে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে

মিখেইলে কয় যে, তেওঁ আশা কৰে যে লুনা-২৫ দুৰ্ঘটনাৰ আঁৰৰ কাৰণ সঠিকভাৱে তদন্ত কৰা হ’ব। ইয়াৰ ওপৰত আলোচনা কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am
চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

August 14, 2026 10:50 am
কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

August 14, 2026 9:41 am
চামোলী সুৰংগত ভূমিস্খলন, পানী সোমাই যোৱাৰ ফলত নিহত ৭ জন শ্ৰমিক, আহত ১৪ জন

চামোলী সুৰংগত ভূমিস্খলন, পানী সোমাই যোৱাৰ ফলত নিহত ৭ জন শ্ৰমিক, আহত ১৪ জন

August 14, 2026 8:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am
চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

August 14, 2026 10:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd