DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অইল ইণ্ডিয়াৰ তেল নিৰ্গত হৈ মাগুৰি মতাপুং বিললৈ কঢ়িয়াইছে অশনি সংকেত

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
September 20, 2018 12:39 pm
283
VIEWS
Share on FacebookShare on Twitter

অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ অন্তৰ্গত বাঘজান আৰু মধুবন সংযোগী তেল আৰু গেছ পৰিবাহী পাইপ লাইনৰ যোৱা ১৪ ছেপ্টেম্বৰত চট’ হাপজানৰ ১৯ নং বাগানত তেল নিৰ্গত হৈ হাপজান নদীৰ উপকণ্ঠ অঞ্চলত ব্যাপক প্ৰদূষণৰ সৃষ্টি কৰিছে।

উল্লেখ যোগ্য যে এই নিৰ্গত হোৱা তেলৰ পৰা বৰ্তমান পক্ষীৰ বাবে পৃথিৱী বিখ্যাত মাগুৰী মতাপুং বিলত ব্যাপক প্ৰদূষণ হৈছে। লগতে স্থানীয় মাছমৰীয়া সকলো শংকিত হৈ পৰিছে তাৰোপৰি পক্ষীকুলৰ বাবেও এই প্ৰদূষণে অশনি সংকেত কঢ়িয়াই আনিছে।

ইয়াৰ ফলত বিলৰ জৈৱ্য- বৈচিত্ৰ্যৰ ওপৰতো বিৰূপ প্ৰভাৱ নিশ্চিতভাৱে পৰিব। সেয়েহে এই বিষয়ত অতি সোনকালে উপযুক্ত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে জিলা প্ৰশাসন আৰু অইল ইণ্ডিয়া লিমিটেডক দাবী উত্থাপন কৰিছে বন্যপ্ৰাণী আৰু পৰিৱেশ সংৰক্ষণ সংস্থাটোৱে।

‘WECO’ নামৰ পৰিৱেশ সংগঠনটোৰ সম্পাদক মানৱ চুতীয়াই ন’ৰ্থ ইষ্ট নাওক জানিবলৈ দিয়া মতে আজি পৰা প্ৰায় দুবছৰ পূৰ্বে অনুৰূপ ধৰণৰ অইল পাইপৰ পৰা কিছু পৰিমাণৰ তেল নিৰ্গম হৈছিল যদিও সেই সময়ত অইল ইণ্ডিয়াই স্থানীয় ৰাইজক ক্ষতিপূৰণ দিয়া হ’ব বুলি আশ্বাস দিছিল।

কিন্তু সেই আশ্বাস কেৱল আশ্বাসতে থাকিল আজি পৰ্য্যন্ত কোনোধৰণৰ ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অইল ইণ্ডিয়াই।

আনহাতে এইবাৰ বিশ্ব বিখ্যাত পক্ষীকুলৰ আৱাস এলেকা মাগুৰী মতাপুং বিললৈ কঢ়িয়াই অনা ভাবুকি নিৰ্মূল কৰিবলৈ দাবী জানাইছে । অন্যথা মাগুৰী মতাপুং বিল ৰক্ষাৰ স্বাৰ্থত ৰাইজৰ সহযোগত তীব্ৰ আনন্দোলনৰ হুংকাৰ দিছে।

Recent News

নৃত্যৰ ভিডিঅ’ পোষ্ট কৰাৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ড ইৰাণী দম্পতীক

নৃত্যৰ ভিডিঅ’ পোষ্ট কৰাৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ড ইৰাণী দম্পতীক

২৩ তম বৰ্ষপূৰ্তি: ৰাজ্যৰ আগশাৰীৰ কেচাঁসোণৰ বিপনী “গামখাৰু”ৰ অসমীয়া গহনাত ৪০% বিশেষ ৰেহাই

২৩ তম বৰ্ষপূৰ্তি: ৰাজ্যৰ আগশাৰীৰ কেচাঁসোণৰ বিপনী “গামখাৰু”ৰ অসমীয়া গহনাত ৪০% বিশেষ ৰেহাই

Union Budget 2023: কেন্দ্ৰীয় বাজেটত স্বাস্থ্য খণ্ডৰ বাবে কি বিশেষ আঁচনি ঘোষণা কৰিলে বিত্ত মন্ত্ৰীয়ে?

Union Budget 2023: কেন্দ্ৰীয় বাজেটত স্বাস্থ্য খণ্ডৰ বাবে কি বিশেষ আঁচনি ঘোষণা কৰিলে বিত্ত মন্ত্ৰীয়ে?

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১.১ শতাংশহে কৃতকাৰ্য হয়: প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১.১ শতাংশহে কৃতকাৰ্য হয়: প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd