• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেঁচুমূৰীয়াৰ যম আৰু অগণন ৰোগৰ মহৌষধ মূলাৰ আচৰিত উপকাৰিতাৰ বিষয়ে জানক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 27, 2026 6:45 am
43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান সময়ত আমাৰ খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ দ্ৰুত পৰিৱৰ্তনৰ ফলত সচৰাচৰ দেখা দিয়া এটা অতি যন্ত্ৰণাদায়ক সমস্যা হৈছে কেঁচুমূৰীয়া বা অৰ্শ ৰোগ। এই ৰোগত আক্ৰান্ত হ’লে মানুহে অসহ্যকৰ কষ্ট ভোগ কৰিবলগীয়া হয়। কিন্তু আমাৰ অতি পৰিচিত আৰু সহজলভ্য এবিধ পাচলিয়ে এই সমস্যাৰ পৰা আপোনাক মুক্তি দিব পাৰে। সেইবিধ পাচলি হৈছে মূলা। শীতকালৰ বতৰত প্ৰচুৰ পৰিমাণে পোৱা মূলা কেৱল খাদ্য হিচাপেই নহয়, ইয়াক এবিধ মহৌষধ বুলিও গণ্য কৰা হয়। অসমৰ গাঁওসমূহত বৰ্তমান মূলা খেতিৰ ব্যাপক প্ৰয়োভৰ দেখা যায় আৰু বহুলোকে এই পাচলিবিধ অতি আগ্ৰহেৰে ভক্ষণ কৰে। যদিও বহুতে ইয়াৰ গোন্ধৰ বাবে মূলা খাই বেয়া পায়, তথাপিও ইয়াৰ অসাধাৰণ ঔষধি গুণৰ বাবে ইয়াক কোনো কাৰণতে খাদ্য তালিকাৰ পৰা এৰাই চলিব নোৱাৰি।

চিকিৎসক অনিল বৰাই মূলাৰ উপকাৰিতাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। তেওঁৰ মতে মূলাত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে যিয়ে মানুহৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বহুগুণে বৃদ্ধি কৰে। বিশেষকৈ শীতকালত হোৱা বিভিন্ন সংক্ৰমণৰ পৰা হাত সাৰিবলৈ মূলা অতি প্ৰয়োজনীয়। ইয়াৰ উপৰিও শ্বাস-প্ৰশ্বাস জনিত সমস্যা সমাধানত মূলাই এক বিশেষ ভূমিকা পালন কৰে। যিসকল লোকৰ হজমৰ সমস্যা আছে তেওঁলোকৰ বাবেও মূলা বৰদান স্বৰূপ। ই পাচনতন্ত্ৰক সক্ৰিয় কৰি তোলাৰ লগতে পুৰণি কোষ্ঠকাঠিন্যৰ সমস্যা আঁতৰ কৰে, যাৰ ফলত অৰ্শ বা পাইলচৰ দৰে কঠিন ৰোগৰ পৰা পৰিত্ৰাণ পোৱা সহজ হৈ পৰে।

Apply Now

কেৱল অৰ্শ ৰোগেই নহয়, বৃক্ক বা কিডনীৰ বিভিন্ন সমস্যা নিৰাময়তো মূলাই সহায় কৰে। আনকি বৃক্কত পাথৰ হ’লে নিয়মিত মূলা খালে পাথৰ বাহিৰ হোৱাত সহায় হয় বুলি চিকিৎসকসকলে মত প্ৰকাশ কৰে। মূত্ৰনলীৰ কোনো ধৰণৰ সংক্ৰমণ বা জ্বলা-পোৰা হ’লে মূলাৰ ৰস খালে যথেষ্ট উপশম পোৱা যায়। বৰ্তমান সময়ৰ মাৰাত্মক ৰোগ কৰ্কট বা কেন্সাৰৰ পৰা বাছি থাকিবলৈও খাদ্য তালিকাত মূলা অন্তৰ্ভুক্ত কৰাটো অতি আৱশ্যকীয় হৈ পৰিছে। ই মানুহৰ তেজ পৰিস্কাৰ কৰাত বিশেষভাৱে সহায় কৰে আৰু লিভাৰ তথা পাকস্থলীৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে।

শীতকালত আমাৰ ছালখন শুকান আৰু খহটা হৈ পৰে, তেনে পৰিপ্ৰেক্ষিতত ছালৰ সজীৱতা ধৰি ৰাখিবলৈ মূলা খোৱাটো উপকাৰী। যিসকল লোকে শৰীৰৰ বৰ্ধিত ওজন লৈ চিন্তিত, তেওঁলোকৰ বাবেও মূলা এক সুন্দৰ খাদ্য কিয়নো ই ওজন হ্ৰাস কৰাত সহায় কৰে। আনহাতে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণতো মূলাৰ ভূমিকা অপৰিসীম। গতিকে দেখা গ’ল যে মূলা কেৱল এখন সাধাৰণ পাচলি নহয়, ই বহুতো জটিল ৰোগৰ এক সহজ সমাধান। সেয়েহে নিজৰ স্বাস্থ্য সুৰক্ষিত কৰি ৰাখিবলৈ আজিৰ পৰাই মূলা খোৱাৰ অভ্যাস কৰক আৰু বিভিন্ন ৰোগৰ পৰা মুক্ত হৈ থাকক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

July 22, 2026 8:44 am
প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

July 22, 2026 7:45 am
হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

হাপানী ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

July 22, 2026 6:45 am
জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

জুবিন গাৰ্গৰ গোচৰ : প্ৰতিপক্ষই মদাহী সজাবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ পামী বৰঠাকুৰৰ

July 21, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

July 22, 2026 8:44 am
প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

July 22, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd