• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শ্যাম বেনেগালৰ দেহাৱসান; ৯০ বছৰত স্তব্ধ হৈ পৰিল কিংবদন্তি পৰিচালকৰ জীৱন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 24, 2024 7:50 am
836
VIEWS
Share on FacebookShare on Twitter

কিংবদন্তি পৰিচালক শ্যাম বেনেগালৰ দেহাৱসান ঘটিছে। ৯০ বছৰ বয়সত স্তব্ধ হৈ পৰিল পৰিচালকগৰাকীৰ জীৱন। বহুদিন তেওঁ অসুস্থ হৈ আছিল। সোমবাৰে সন্ধিয়া ৬:৩৯ বজাত তেওঁৰ মৃত্যু হয়।

১৪ ডিচেম্বৰত পৰিচালকগৰাকীয়ে ৯০ বছৰীয়া জন্মদিন উদযাপন কৰিছিল। ৭০ আৰু ৮০ৰ দশকত ভাৰতীয় চলচ্চিত্ৰ জগতখনক ইখনৰ পিছত সিখন চিনেমা উপহাৰ দিছিল বেনেগালে। তেওঁ ‘মন্থন’, ‘অংকুৰ’, ‘ভূমিকা’, ‘জুনুন’, ‘মাণ্ডী’, ‘নিশান্ত’কে ধৰি বহু চিনেমা পৰিচালনা কৰিছে।

চিৰ ব্যস্ত কিংবদন্তি পৰিচালক গৰাকীয়ে যোৱা বছৰ ‘মুজিব: দ্য মেকিং অৱ নেচন’ শীৰ্ষক এখন চিনেমা পৰিচালনা কৰিছিল। য’ত ভাৰত আৰু বাংলাদেশৰ কেইবাজনো অভিনেতাই অভিনয় কৰিছিল।

পৰিচালকগৰাকীয়ে সপ্তাহত তিনিবাৰ ডায়েলাইছিছৰ বাবে চিকিৎসালয়লৈ যাবলগীয়া হৈছিল। একাধিক শাৰীৰিক সমস্যা থকাৰ পিছতো কামেই আছিল তেওঁৰ একমাত্ৰ নিচা।

ভাৰতীয় চিনেমাৰ বিশাল ইতিহাসত তেওঁৰ সৃষ্টিয়ে বাৰে বাৰে দৰ্শকক আচৰিত কৰি তুলিছে। সেই শ্যাম বেনেগালৰ ছবি ‘মন্থন’ কিছুদিন পূৰ্বে নতুনকৈ মুক্তি পাইছিল। পুনৰুদ্ধাৰ কৰা সংস্কৰণটো প্ৰথমে কান চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল। পিছত কলকাতা চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শন কৰা হয়।

ভাৰতৰ মিল্ক মেন হিচাপে পৰিচিত ভাৰ্গেজ কুৰিয়ানৰ ওপৰত নিৰ্মাণ কৰা হৈছিল ‘মন্থন’। আশ্চৰ্যজনক কথাটো হ’ল এই ছবিখনৰ বাবে ৫ লাখ গোৱালে প্ৰত্যেকে ২ টকাকৈ দিছিল। সেই টকাৰে ছবিখন নিৰ্মাণ কৰা হৈছিল। যিটো এক ইতিহাস।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd