• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টিপং কলিয়ৰীত ৩ চোৰক গ্ৰেপ্তাৰ, লো-পিতলৰ সামগ্ৰী উদ্ধাৰ; কোটি টকাৰ লোহা চোৰৰ বিৰুদ্ধে তীব্ৰ অভিযানৰ দাবী

মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা by মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা
August 9, 2022 7:25 am
লেখাপানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰ তিনিটা। ফটো: নৰ্থইষ্ট নাও।

লেখাপানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰ তিনিটা। ফটো: নৰ্থইষ্ট নাও।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ অধীনৰ টিপং কলিয়ৰীৰ লোহা চুৰিৰ অভিযোগত এখন ব্যক্তিগত বাহন, এখন মটৰ চাইকেল সহ তিনিটাকৈ লোহা চোৰক আটক কৰিছে লেখাপানী আৰক্ষীয়ে।

উল্লেখ্য যে, প্ৰতিষ্ঠানটোত হৈ থকা লোহা চুৰিৰ বাতৰি ধাৰাবাহিকভাবে সম্প্ৰচাৰ হৈ থকাৰ পাছতে লেখাপানী আৰক্ষীয়ে চোৰাং লোহা চোৰৰ বিৰুদ্ধে অভিযান চলায়।

অভিযান কালত এখন আইটেন বাহন আৰু এখন মটৰ চাইকেল সহ তিনিটাকৈ লোহা চোৰক লোহা কঢ়িয়াই আনি থকা অৱস্থাত আটক কৰে লেখাপানী আৰক্ষীয়ে। লগতে জব্দ কৰে পটিপং কলিয়ৰীৰ পৰা চুৰি হোৱা বৃহৎ পৰিমাণাৰ তাম আৰু এলুমিনিয়াম তাঁৰ।

Apply Now

লগতে পঢ়ক: বিদ্যুৎ আইনৰ প্ৰস্তাৱিত সংশোধনীৰ বিৰুদ্ধে বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তা সম্বন্বয়ৰক্ষী সমিতিৰ ৰাজ্যজুৰি কৰ্মবিৰতি পালন

ইপিনে একে নিশাই জাগুনৰ এটা স্ক্ৰেপ ডেম্পত তালাচী চলাই বৃহৎ পৰিমাণৰ লোহা উদ্ধাৰ হোৱাৰ পিছতে ডেম্পটো আৰক্ষীয়ে ছীল কৰি দিয়ে। ডেম্পটোত কেবা লক্ষাধিক টকাৰ লোহা মজুত আছে বুলি জানিব পৰা গৈছে।

বৰ্তমান লেখাপানী আৰক্ষীয়ে জাগুনৰ স্ক্ৰেপ ডেমটোৰ  স্বত্বাধিকাৰী জোনেইড হুছেইনক গ্ৰেপ্তাৰ কৰিছে। লগতে কৰায়ত্ত কৰিছে পাপু বৈষ্ণৱ, মহিবুল হক আৰু নাজিৰ ৰহমানক। আৰক্ষীয়ে এ এচ ২৩ কে ৯৩১৭ নম্বৰৰ আইটেন বাহন, এ এচ ২৩ এইচ ২৪৭০ নম্বৰৰ এখন ছুপাৰ প্লেণ্ডাৰ মটৰ চাইকেলো জব্দ কৰে।

ইতিমধ্যে লেখাপানী থানাত আৰ ডব্লিউ চেকছ্ন ৩ অৱ পিডিপিপি এক্ট আৰু ভাৰতীয় দণ্ডবিধি আইন ৩৯২ (আইপিচি)ধাৰাৰ অধীনত ৫২/২২ নম্বৰত এক গোচৰ ৰুজু কৰি আটাইকেইজনকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

লগতে পঢ়ক: Lurinjyoti Gogoi slams govt অশোক ধানুকাৰ কাৰ্যালয়টোৱেই এতিয়া অসমৰ সকলো দুৰ্নীতিৰ অভিকেন্দ্ৰ : লুৰীণজ্যোতি গগৈ

শেহতীয়াকৈ টিপং কলিয়ৰীৰ পৰা ১ কোটিৰো অধিক লো-পিতলৰ সামগ্ৰী চোৰে চুৰি কৰি উধাও হৈছিল যদিও আৰক্ষীয়ে চোৰ কৰায়ত্ত কৰাৰ ক্ষেত্ৰত বিধি পথালি দিয়াৰ লগতে ক’ল ইণ্ডিয়াৰ এজাহাৰ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছিল শ্ৰমিক নেতা ভাৰত ভূষণ বৰঠাকুৰে। গ্ৰেপ্তাৰ কৰা চোৰ কেইটাৰ উপৰিও ইতিমধ্যে সংঘটিত হোৱা বৃহৎ চুৰি সামগ্ৰী সমূহ উদ্ধাৰ কৰাৰ লগতে গভাইত লোহা চোৰ কেইটাক গ্ৰেপ্তাৰ কৰিবলৈ উত্তৰ পূৱ কয়লা ক্ষেত্ৰৰ শ্ৰমিক সংগঠন সমূহে দাবী জনাইছে। 

মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা

মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

September 29, 2026 9:30 am
যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

September 29, 2026 8:27 am
এইবাৰ জ্ঞানেশ কুমাৰৰ ‘বছ’ৰ পদত্যাগ দাবী কৰক; ককৰোচ জনতা পাৰ্টিলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

এইবাৰ জ্ঞানেশ কুমাৰৰ ‘বছ’ৰ পদত্যাগ দাবী কৰক; ককৰোচ জনতা পাৰ্টিলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

September 29, 2026 7:58 am
৪২ বছৰৰ অন্তত ভংগ পি টি উষাৰ অভিলেখ! এছিয়ান গেমছত ইতিহাস ৰচি ব্ৰঞ্জৰ পদক জয় বিদ্যা ৰামৰাজৰ

৪২ বছৰৰ অন্তত ভংগ পি টি উষাৰ অভিলেখ! এছিয়ান গেমছত ইতিহাস ৰচি ব্ৰঞ্জৰ পদক জয় বিদ্যা ৰামৰাজৰ

September 29, 2026 7:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

September 29, 2026 9:30 am
যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

September 29, 2026 8:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd