• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বনাথত মুখ্যমন্ত্ৰী গ্ৰাম্য পৰিবহণ আঁচনিৰ অধীনত লঘু যান-বাহন প্ৰদান

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বনাথ , November 23, 2020 11:17 am

1 min read

IMG_20201122_23344511

ফটো নর্থইষ্ট নাও

194
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সৌজন্যত বিশ্বনাথ জিলাত মুখ্যমন্ত্ৰী গ্ৰাম্য পৰিবহণ আঁচনিৰ অধীনত হিতাধীকাৰীক লঘু যান-বাহন প্ৰদান কৰা হয়।

বিশ্বনাথ চাৰিআলিৰ আৱৰ্ত ভৱন প্ৰাংগনত এই উপলক্ষে অনুষ্ঠিত হোৱা এক অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত দত্ত, গহপুৰৰ বিধায়ক উৎপল বৰা, বিশ্বনাথৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, যান-বাহন বাছনি সমিতিৰ সদস্য ক্ৰমে পৰেশ বৰকাকতি, নোমল বৰা, মৰমী ভট্টাচাৰ্য্য, বিশ্বনাথ জিলা পৰিবহন বিষয়া আৰু জীতেন বৰগোঁহাই।

প্ৰথম পৰ্যায়ত জিলা খনৰ মুঠ ৩৭ জন হিতাধীকাৰীক নিৰ্বাচন কৰা হয় আৰু ইয়াৰে ৫ জন হিতাধীকাৰীক  আনুষ্ঠানিকভাৱে লঘু যান-বাহন প্ৰদান কৰা হয়।

আনহাতে, দ্বিতীয় পৰ্যায়ত এতিয়ালৈকে ৩৮ জনে আবেদন দাখিল কৰিছে বুলি জানিবলৈ দিছে জিলা পৰিবহণ বিষয়া গৰাকীয়ে।

অসম চৰকাৰে বাহনৰ মূল্যৰ  ২৫% শতাংশ ধন প্ৰদান কৰা এই যান বাহন লাভ কৰি বহু নিবনুৱা স্বাবলম্বী হ’ব বুলি নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰে মন্ত্ৰী ৰঞ্জিত দত্তই।

Recent News

Republic day parade in delhi

গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত ব্ৰাহ্মছ-তেজস, আকাশ মাৰ্গত ৰাফেলৰ শক্তি প্ৰদৰ্শন

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

Story-8-3-750x375

সেনা বিষয়া ৰাণাপ্ৰতাপ কলিতা, ৰাজকুমাৰ পল্লৱ গোঁহাই আৰু প্ৰণৱজ্যোতি দাসলৈ সাহসিকতাৰ সন্মান

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd