• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’ণাতংকৰ মাজতে অসম ৰাজ্যিক চিৰিয়াখানাত তিনিটি নতুন আলহী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 13, 2020 6:10 pm

1 min read

Story-2-5-750x375
236
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণাতংকই ৰাজ্যত সংহাৰৰ সৃষ্টি কৰি থকাৰ সময়তে অসম ৰাজ্যিক চিৰিয়াখানাৰ নতুন আলহী হ’ল তিনিটাকৈ প্ৰাণী।

সংকটৰ এই সময়তে অসম ৰাজ্যিক চিৰিয়াখানাৰ বিষয়া-কৰ্মচাৰী সকলৰ মুখত হাঁহি বিৰিঙাই চিৰিয়াখানাত জন্ম হ’ল এটা সিংহ আৰু দুটাকৈ বাঘৰ পোৱালিৰ।

জন্ম লাভ কৰা বাঘৰ পোৱালি দুটাৰ ভিতৰত এটা মতা পোৱালি আৰু আনটো মাইকী পোৱালি।

দৰাচলতে মে’ মাহৰ প্ৰথম সপ্তাহতে এই পোৱালি তিনিটাৰ জন্ম হৈছিল যদিও চিৰিয়াখানা কৰ্তৃপক্ষই পোৱালি কেইটাৰ স্বাস্থ্যৰ দিশটো লক্ষ্য কৰি থকাৰ পৰিপ্ৰেক্ষিততে কথাটো ৰাজহুৱা কৰা নাছিল।

সম্প্ৰতি তিনিওটা পোৱালি সুস্থ অৱস্থাত থকা বুলি অসম ৰাজ্যিক চিৰিয়াখানাৰ বন সংমণ্ডল বিষয়া তেজাছ মাৰিয়াস্বামীয়ে প্ৰকাশ কৰিছে।

বন বিষয়া গৰাকীয়ে প্ৰকাশ কৰা মতে মে’ মাহৰ প্ৰথম সপ্তাহত সিংহৰ পোৱালিটো জন্ম পোৱাৰ এসপ্তাহ পিছতেই বাঘৰ পোৱালি দুটাৰ জন্ম হয়।

চিৰিয়াখানাত থকা সিংহ আৰু সিংহিনী ক্ৰমে ভিকি আৰু ৰাণীৰ পোৱালিটোৰ নাম ৰখা হৈছে ছাম্বা।

একেদৰে বাঘৰ মতা পোৱালিটোৰ নাম ৰখা হৈছে চুলতান।

চুলতান বাঘ আৰু বাঘিনী ক্ৰমে ধনুছ আৰু কাজীৰ পোৱালি। বাঘৰ মাইকী পোৱালিটোৰ নাম এতিয়ালৈকে ৰখা হোৱা নাই।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd