• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছচিয়েল মেডিয়াত বিয়পা ভুৱা নথি সন্দর্ভত আৰক্ষীত অভিযোগ লিৰোমোবাৰ বিধায়ক ন্যামাৰ কাৰবাকৰ

ডেমিয়েন লেপছা by ডেমিয়েন লেপছা
January 28, 2019 8:52 pm
IMG-1463
2.2k
VIEWS
Share on FacebookShare on Twitter

লিৰোমোবাৰ বিধায়ক ন্যামাৰ কাৰবাকে ছচিয়েল মেডিয়াত তেওঁৰ নামত বিয়পি যোৱা এখন ভুৱা নথিক লৈ ইটানগৰ আৰক্ষী থানাত এখন অভিযোগনামা দাখিল কৰিছে।

যোৱা ২৭ জানুৱাৰি দেওবাৰে ইটানগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক সম্বোধন কৰি অভিযোগনামাখনত কাৰবাকে উল্লেখ কৰিছে, ‘‘মই আপোনাৰ তাৎক্ষণইক মনোযোগলৈ অনিছোঁ যে এখন ভুৱা নথি ছচিয়েল মেডিয়াত মোৰ নামত চলি আছে। তাত মোৰ জাল কৰা স্বাক্ষৰ আছে। এই নথি ছচিয়েল মেডিয়াত ২০১৯ চনৰ ২৬ জানুৱাৰিৰ পৰা আছে। ইয়াত কেতবোৰ মিছা আৰু হেয় তথ্য আছে যি সমূহে মোৰ ৰাজনৈতিক দল, মোৰ নেতৃবৃন্দৰ মাজত মোৰ বিষয়ে ভুল ধৰণাৰ জন্ম দিব পাৰে।”

0445d9ce-6125-49d8-8e4b-279de99f457a

কাৰবাক হৈছে অৰুণাচলৰ পশ্চিম কামেং জিলাৰ লিৰোমোমা সমষ্টিৰ এগৰাকী বিজেপি বিধায়ক। তেওঁ আৰু কৈছে যে তেওঁ এই নথিখনৰ বিষয়ে তেওঁ একোৱেই নাজানে। কোনো ন্যস্ত স্বাৰ্থৰ ব্যক্তিয়ে ইচ্ছাকৃতভাৱে মানুহৰ মাজত তেওঁৰ চৰিত্ৰহনন কৰিবলৈ এয়া কৰিছে বুলি তেওঁ কয়। অভিযোগনামাখনত তেওঁ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক এইবিষয়ত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অনুৰোধ কৰে।

আনহাতে বিধায়কগৰাকীয়ে এই ভুৱা তথ্যৰ আঁৰৰ লোকসকলক এই ধৰণৰ লেতেৰা ৰাজনীতিৰ পৰা দূৰত থাকিবলৈ অনুৰোধ কৰে।

Recent News

গুৱাহাটীত আজি নিশাও হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

গুৱাহাটীত আজি নিশাও হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি

“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd