• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২০২৪ চনত গুগলত সৰ্বাধিক চাৰ্চ কৰা ১০ জন ভাৰতীয়ৰ তালিকা : শীৰ্ষত কোন?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 23, 2024 9:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যিকোনো অজ্ঞাত তথ্য গুগলত পোৱা যায়। পঢ়া-শুনাৰ পৰা আৰম্ভ কৰি ভ্ৰমণলৈ বা কোনো ব্যক্তি বা যিকোনো বস্তুৰ বিষয়ে জানিবলৈ আমি গুগলত সন্ধান কৰো।

উল্লেখ্য যে গুগলে প্ৰতি বছৰে সৰ্বাধিক সন্ধান কৰা লোকৰ তালিকা প্ৰকাশ কৰে। একেদৰে শেহতীয়াকৈ গুগলে ২০২৪ চনত সৰ্বাধিক সন্ধান কৰা ১০ জন ভাৰতীয় লোকৰ নাম প্ৰকাশ কৰিছে।

Apply Now

এই তালিকা অনুযায়ী ভাৰতৰ শীৰ্ষ দহজনৰ ভিতৰত প্ৰথম স্থানত আছে প্ৰাক্তন মল্লযুঁজাৰু তথা হাৰিয়ানা কংগ্ৰেছৰ বিধায়ক বিনেশ ফ’গাট। বিগত বৰ্ষৰ আৰম্ভণিতে বিজেপি নেতা তথা তদানীন্তন মল্লযুঁজ ফেডাৰেচনৰ সভাপতি ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল বিনেশে।

বিনেশকে ধৰি কেইবাগৰাকীও বিখ্যাত মল্লযুঁজাৰুও দিল্লীৰ যন্তৰ মন্তৰত বহু সময় ষ্টেণ্ডত বহি বৃজভূষণৰ শাস্তি বিচাৰিছিল। এইবাৰ পেৰিছ অলিম্পিকত ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী মহিলা মল্লযুঁজাৰু হিচাপে পৰিগণিত হয় যদিও মাত্ৰ ১০০ গ্ৰাম অতিৰিক্ত ওজনৰ বাবে তেওঁক অযোগ্য ঘোষণা কৰা হয়।

এই তালিকাত দ্বিতীয় স্থানত আছে বিহাৰৰ মুখ্যমন্ত্ৰী তথা জেডিইউৰ মুৰব্বী নীতিশ কুমাৰ। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত বিৰোধী শিবিৰ এৰি নিশাৰ ভিতৰতে শাসকীয় মিত্ৰজোঁটৰ এন ডি এ শিবিৰত যোগদান কৰি নৱমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

আন এজন ৰাজনীতিবিদ, লোক জনশক্তি পাৰ্টিৰ মুৰব্বী চিৰাগ পাছৱান এই তালিকাত তৃতীয় স্থানত আছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে এলজেপিৰ দুয়োটা ফৈদৰ মাজত বিজেপিৰ সৈতে মিত্ৰতাক লৈ সংঘাতৰ সৃষ্টি হয়। অৱশেষত চিৰাগে বিজেপিৰ সৈতে মিত্ৰতা কৰিবলৈ সক্ষম হয়। লোকসভা নিৰ্বাচনত চিৰাগৰ দলে বিহাৰৰ পাঁচখন আসনতে জয়লাভ কৰে। বৰ্তমান চিৰাগ মোডীৰ তৃতীয় মন্ত্ৰীসভাত খাদ্য সংসাধন উদ্যোগ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

এই তালিকাৰ চতুৰ্থ স্থানত আছে ভাৰতীয় অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া। এইবাৰৰ আই পি এলত ৰোহিত শৰ্মাৰ পৰা মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কত্ব কাঢ়ি নিয়াৰ বাবে হাৰ্দিক তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল। কিন্তু জুন মাহত ভাৰতৰ টি-২০ বিশ্বকাপ জয়ত তেওঁৰ ভূমিকাই সেই সমালোচনাৰ ঘাঁ বহু পৰিমাণে ঢাকি ৰাখিছে। ইয়াৰ উপৰিও হাৰ্ডিকে বছৰটোৰ ভিতৰতে পত্নী নাটাছা ষ্টেনকভিচৰ সৈতে তেওঁৰ বিচ্ছেদৰ বিষয়েও আলোচনাত মিলিত হৈছিল।

তালিকাৰ পঞ্চম স্থানত আছে পৱন কল্যাণ। অভিনেতা তথা জনসেনা পাৰ্টিৰ মুৰব্বী পৱন কল্যানে চলিত বৰ্ষত অন্ধ্ৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। বৰ্তমান তেওঁ ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী।

এই তালিকাত ক্ৰমে ষষ্ঠ আৰু সপ্তম স্থানত আছে ভাৰতীয় ক্ৰিকেটাৰ শশাংক সিং আৰু অভিষেক শৰ্মা।

এই তালিকাৰ অষ্টম স্থানত আছে মডেল তথা অভিনেত্ৰী পুনম পাণ্ডে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত তেওঁৰ মৃত্যুৰ ভুৱা খবৰ বিয়পি পৰিছিল।

এই তালিকাত নৱম স্থানত আছে ৰাধিকা মাৰ্চেণ্ট। এই বছৰ ভাৰতীয় কোটিপতি মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়।

এই তালিকাৰ দশম স্থানত আছে বেডমিণ্টন খেলুৱৈ লক্ষ্য সেন। এইবাৰ পেৰিছ অলিম্পিকত লক্ষ্যই চতুৰ্থ স্থান লাভ কৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd