• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশিষ্ট সাহিত্যিক, মিচিং সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চেঙাৰাম মৰাঙৰ মৃত্যু

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী    , December 17, 2018 5:11 pm

1 min read

WhatsApp Image 2018-12-17 at 4.50.51 PM
791
VIEWS
Share on FacebookShare on Twitter

বিশিষ্ট সাহিত্যিক, সমালোচক মিচিং সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ‘ মাজুলীত কবিতা ‘ আলোচনীৰ প্ৰাক্তন উপদেষ্টা, সু-বক্তা, জেংৰাইমুখ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক,  সু-কবি চেঙাৰাম মৰাঙৰ যোৱাকালি ১৬ ডিচেম্বৰ দেওবাৰে পুৱা পৰলোকপ্ৰাপ্তি ঘটে।

বহুমুখী প্ৰতিভাধৰ মৰাংদেৱৰ মৃত্যুত শোকদগ্ধ মাজুলীবাসী শোকস্তব্ধ হৈ পৰিছে। সমাজ সংগঠক, সাহিত্যৰ নিৰলস সাধক মৰাংদেৱৰ মৃত্যু সাহিত্য ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মাজুলীৰ বিশিষ্ট ব্যক্তসকলে মত পোষণ কৰিছে।

প্ৰাঞ্জল মিতভাষী’, নিৰহংকাৰী, ৰঙিয়াল মুখৰ বিশিষ্ট এই বিশিষ্ট সাহিত্যিকগৰাকীৰ বিয়োগেত আজি মাজুলীবাসীয়ে এগৰাকী বহুপ্ৰতিভাধৰ নক্ষত্ৰক হেৰুৱালে। মাজুলীৰ সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনে, মিচিং সাহিত্য সভাই মৰাং ছাৰৰ বিশাল-বৰ্ণাঢ্য সাহিত্যিক অৱদানৰ চিন স্বৰূপে নিশ্চিতভাৱে দীৰ্ঘম্যাদী পদক্ষেপ গ্ৰহণ কৰিব বুলি মাজুলীবাসীয়ে আশা প্ৰকাশ কৰে।

Recent News

New-Project-20

বাৰ্ড ফ্লু সত্বেও অন্ধ্ৰপ্ৰদেশত প্ৰতি কিলো কুকুৰাৰ মাংসৰ দাম হৈছেগৈ ১০০০ টকা!

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

মিজোৰামত জনসাধাৰণৰ উপাসনাৰ বাবে ফেব্ৰুৱাৰিৰ পৰা পুনৰ খুলিব গীৰ্জা

মিজোৰামত জনসাধাৰণৰ উপাসনাৰ বাবে ফেব্ৰুৱাৰিৰ পৰা পুনৰ খুলিব গীৰ্জা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd